শীতৰে সেমেকা ৰাতি Lyrics ভূপেন্দ্ৰ সংগীত

[xyz-ihs snippet=”KDas-inArticle-abov-title”]

গীত: শীতৰে সেমেকা ৰাতি

গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

শ্ৰেণী : ভূপেন্দ্ৰ সংগীত

Sitore Semeka Rati Lyrics

শীতৰে সেমেকা ৰাতি

শীতৰে সেমেকা ৰাতি

সেমেকা শীতৰে ৰাতি

শীতৰে সেমেকা ৰাতি ।

বস্ত্রবিহীন কোনো খেতিয়কৰ
ভাগি পৰা পঁজাটিৰ
তুঁহ জুই একুৰাৰ
উমি উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ
ৰক্তিম যেন এটি উত্তাপ হওঁ ।।

শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি
সেমেকা সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি।

বস্ত্রবিহীন কোনো খেতিয়কৰ
ভাগি পৰা পঁজাটিৰ
তুঁহ জুই একুৰাৰ
উমি উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ
ৰক্তিম যেন এটি উত্তাপ হওঁ
ৰক্তিম যেন এটি উত্তাপ হওঁ ।।

শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি।

Music…

শীতৰে সেমেকা ৰাতি…

খাদ্যবিহীন কোনো দিন-মজুৰৰ

খাদ্যবিহীন কোনো দিন-মজুৰৰ
প্রাণতে লুকাই থকা
ক্ষুধা-অগনিৰ
হঠাতে ভমকি উঠা
প্রচণ্ড যেন এটি প্রতাপ হওঁ
প্রতাপ হওঁ মই প্রতাপ হওঁ ।
প্রচণ্ড যেন এটি প্রতাপ হওঁ
প্রচণ্ড যেন এটি প্রতাপ হওঁ ।।

শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি

Music…

শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি
সংখ্যালঘু কোনো সম্প্রদায়ৰ
সংখ্যালঘু কোনো সম্প্রদায়ৰ
ভয়ার্ত মনটিৰ
নুফুটা আর্তনাদ
নিজেই প্রকাশ কৰি
মিঠা যেন এটি নিৰাপত্তা হওঁ
নিৰাপত্তা হওঁ ,নিৰাপত্তা হওঁ ।

Music…

শীতৰে সেমেকা ৰাতি
কণ্ঠৰুদ্ধ কোনো সুগায়কৰ
কণ্ঠৰুদ্ধ কোনো সুগায়কৰ
প্রভাত আনিবপৰা
অথচ নোগোৱাএটি
অমৰ গীতৰ বাবে
মই যেন এটি সুধাকণ্ঠ হওঁ
সুধাকণ্ঠ হওঁ , সুধাকণ্ঠ হওঁ

মই যেন এটি সুধাকণ্ঠ হওঁ
মই যেন এটি সুধাকণ্ঠ হওঁ ।।

শীতৰে সেমেকা ৰাতি
সেমেকা সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি।
বস্ত্রবিহীন কোনো খেতিয়কৰ
ভাগি পৰা পঁজাটিৰ
তুঁহ জুই একুৰাৰ
উমি উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ
ৰক্তিম যেন এটি উত্তাপ হওঁ
প্রচণ্ড যেন এটি প্রতাপ হওঁ
মই যেন এটি নিৰাপত্তা হওঁ
মই যেন এটি সুধাকণ্ঠ হওঁ ।।

শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি…

[xyz-ihs snippet=”KDas-inArticle-in-post”]

অন্যান্য জনপ্ৰিয় ভূপেন্দ্ৰ সংগীত সমূহঃ

বিস্তীৰ্ণ পাৰৰে Lyrics

মানুহে মানুহৰ বাবে

অসম আমাৰ ৰূপহী

নতুন নিমাতী নিয়ৰৰে নিশা

বিমূৰ্ত মোৰ নিশাটি যেন

শাৰদী ৰাণী তোমাৰ হেনো নাম

অস্ত আকাশৰে

ক’ত জোৱানৰ মৃত্যু হ’ল

অন্যান্য জনপ্ৰিয় গীতৰ Lyrics:

লগন উকলি গ’ল

জয়া নাই জয়া নাই 

আজি মন্দিৰ দুৱাৰ খোলা

পৰজনমৰ শুভ লগনত

মোৰ কবিতাৰ ছন্দ লাগি


Sitore Semeka Rati Lyrics (শীতৰে সেমেকা ৰাতি):

Related Songs

Leave a Comment

 

Share to: