অস্ত আকাশৰে Lyrics – ভূপেন হাজৰিকা (Asto Akaxore)
গীত: অস্ত আকাশৰে গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত অস্ত আকাশৰে Lyrics: অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায় । অস্ত আকাশৰে সপোন ৰহণ সানি ।। Music… কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে ময়ূৰপংখী ৰহণবোৰ দিয়ে ছটিয়ায় । Music… দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস কত যুগৰ, শত আশা-নিশাৰে …