বিমূৰ্ত মোৰ নিশাটি যেন Lyrics – ভূপেন্দ্ৰ সংগীত

Bimurto Mur Nixati Lyrics: বিমূৰ্ত মোৰ নিশাটি যেন

গীত: বিমূৰ্ত মোৰ নিশাটি যেন গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Bimurto Mur Nixati Lyrics Music… বিমূৰ্ত মোৰ নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ এখনি নীলা চাদৰ তাৰেই এটি মিঠা ভাজত নিশ্বাসৰে উম… আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ । Music… কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে নীৰৱ মৰম …

Read more

বিস্তীৰ্ণ পাৰৰে Lyrics (Bristrino Parore) – ভূপেন্দ্ৰ সংগীত

Bistirno Parore (বিস্তীৰ্ণ পাৰৰে) Lyrics

গীত: বিস্তীৰ্ণ পাৰৰে গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত বিস্তীৰ্ণ পাৰৰে Lyrics বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাঁহাকাৰ শুনিও নিঃশব্দে নিৰৱে বুঢ়া লুইত তুমি, বুঢ়া লুইত বোৱাঁ কিয় ? বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাঁহাকাৰ শুনিও নিঃশব্দে নিৰৱে বুঢ়া লুইত তুমি, বুঢ়া লুইত বোৱাঁ কিয় ? Music… নৈতিকতাৰ স্খলন দেখিও, মানৱতাৰ পতন দেখিও, নিৰ্লজ্জ অলসভাৱে বোৱাঁ কিয় ? Music… জ্ঞানবিহীন …

Read more

মানুহে মানুহৰ বাবে Lyrics ভূপেন্দ্ৰ সংগীত Manuhe Manuhor Babe

Manuhe Manuhor Babe Lyrics মানুহে মানুহৰ বাবে Lyrics

গীত: মানুহে মানুহৰ বাবে গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Manuhe Manuhor Babe Lyrics: মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে অকনি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া? মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে অকনি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া? মানুহে মানুহৰ বাবে… Music… মানুহে মানু্হক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানু্হক বেচিব খুজি মানুহে মানুহক কিনিব খুজি …

Read more

কত জোৱানৰ মৃত্যু হ’ল Lyrics – ভূপেন্দ্ৰ সংগীত Koto Jowanar Mrityu Hol

গীত: কত জোৱানৰ মৃত্যু হ’ল গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Lyrics of Koto Jowanar Mrityu Hol: কত জোৱানৰ মৃত্যু হ’ল কাৰ জীৱন যৌৱন গ’ল সেই মৃত্যু অপৰাজেয় তেনে মৃতক নহ’লোঁ মই কিয় ? কত জোৱানৰ মৃত্যু হ’ল । Music… হেনো হিমালয় ভাৰতৰ প্ৰহৰী তাহানি শুনিছিলোঁ কাহিনী পিছে মৃত জোৱানসবে চিঞৰিছে লাগে চিৰ জাগ্ৰত এটি বাহিনী আজি কামেং …

Read more

অসম আমাৰ ৰূপহী Lyrics – ভূপেন্দ্ৰ সংগীত

Asom Amar Rupohi Lyrics -অসম আমাৰ ৰূপহী

গীত: অসম আমাৰ ৰূপহী গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Asom Amar Rupahi Lyrics Music… অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ । অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ । Music… গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি অসম দেশৰ দৰে নেপাওঁ …

Read more

Asto Akaxore অস্ত আকাশৰে Lyrics – ভূপেন্দ্ৰ সংগীত

গীত: অস্ত আকাশৰে গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Lyrics of Asto Akaxore: অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায় । অস্ত আকাশৰে সপোন ৰহণ সানি ।। Music… কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে ময়ূৰপংখী ৰহণবোৰ দিয়ে ছটিয়ায় । Music… দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস কত যুগৰ, শত …

Read more