বিস্তীৰ্ণ পাৰৰে Lyrics (Bristrino Parore) – ভূপেন্দ্ৰ সংগীত

Bistirno Parore (বিস্তীৰ্ণ পাৰৰে) Lyrics

গীত: বিস্তীৰ্ণ পাৰৰে গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত বিস্তীৰ্ণ পাৰৰে Lyrics বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাঁহাকাৰ শুনিও নিঃশব্দে নিৰৱে বুঢ়া লুইত তুমি, বুঢ়া লুইত বোৱাঁ কিয় ? বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাঁহাকাৰ শুনিও নিঃশব্দে নিৰৱে বুঢ়া লুইত তুমি, বুঢ়া লুইত বোৱাঁ কিয় ? Music… নৈতিকতাৰ স্খলন দেখিও, মানৱতাৰ পতন দেখিও, নিৰ্লজ্জ অলসভাৱে বোৱাঁ কিয় ? Music… জ্ঞানবিহীন …

Read more

প্ৰতিধ্বনি শুনো মই ভূপেন্দ্ৰ সংগীত Lyrics-Pratidhwani Hunu Moi

Pratidhwani Hunu Moi Lyrics

গীত: প্ৰতিধ্বনি শুনো মই গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Pratidhwani Hunu Moi Lyrics: প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ টিৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো । কাণ পাতি শুনো মই বুজিব নোৱাৰোঁ চকু মেলি চাওঁ মই মনিব নোৱাৰোঁ চকু মুদি ভাবো মই ধৰিব নোৱাৰোঁ হেজাৰ পাহাৰ মই বগাব নেজানো নিশাৰ …

Read more

মোৰ কবিতাৰ ছন্দ লাগি ৰাভা সংগীত Lyrics-Mur Kobitar Chanda Lagi

Mur Kabitar Chanda Lagi Lyrics

মোৰ কবিতাৰ ছন্দ লাগি Mur Kobitar Chanda Lagi (Rabha Sangeet) গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে? স্পন্দন তোৰ জাগেনে? কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে? ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে? মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে? স্পন্দন তোৰ জাগেনে? কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে? ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে? তোৰ সোণৰ …

Read more

শাৰদী ৰাণী তোমাৰ হেনো নাম Lyrics – ভূপেন্দ্ৰ সংগীত

গীত: শাৰদী ৰাণী তোমাৰ হেনো নাম গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Xarodi Rani Tumar Henu Naam Lyrics শাৰদী ৰাণী… তোমাৰ হেনো নাম তুমি মোৰ নিচেই আপোন সদ্যস্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন শাৰদী ৰাণী তোমাৰ হেনো নাম । Music… শুভ্রনীলা ওৰণিখনি কুঁৱলী সূতাৰে বোৱা পাতল ৰিহাখনি থৰ লগা বিলখনি থৰ লগা বিলখনি তোমাৰ শুৱনি দাপোণ শাৰদী ৰাণী …

Read more

মানুহে মানুহৰ বাবে Lyrics ভূপেন্দ্ৰ সংগীত Manuhe Manuhor Babe

Manuhe Manuhor Babe Lyrics মানুহে মানুহৰ বাবে Lyrics

গীত: মানুহে মানুহৰ বাবে গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Manuhe Manuhor Babe Lyrics: মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে অকনি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া? মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে অকনি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া? মানুহে মানুহৰ বাবে… Music… মানুহে মানু্হক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানু্হক বেচিব খুজি মানুহে মানুহক কিনিব খুজি …

Read more

Hiloiyaa Lyrics in Assamese | Bhaskar Opswel হিলৈয়া Lyrics

Hiloiya Lyrics in Assamese

অ’ হিলৈ হিলৈয়া Hiloiyaa Lyrics কণ্ঠ/সুৰ: ভাস্কৰ অপ্সৱেল গীতৰ কথা: শোনিত গগৈ সংগীত: অংকুৰ ডেকা শ্ৰেণী: অসমীয়া আধুনিক গীত হিলৈয়াৰ লিৰিক্স অসমীয়াত: মৰম লগা মুখনি চমক লগা চাৱনি হাঁহিতিৰে গলি…ই…ছোঁ        ( গলিছোঁ ) যৌৱনৰ ভৰ দুপৰত দেহা কেঁচা মঙহত লগালিহি পিৰিতিৰ জুই বুকুতে সাজি ল’লি বাহ মৰম দিম কাষে চাপি আহ নকবি দেই নকবি দেই নকবি তই না ।। অ হিলৈ হিলৈয়া …

Read more