Download Lachit Assamese Keyboard- লাচিত অসমীয়া কী-ব’ৰ্ড এপ

Lachit Assamese Keyboard download লাচিত অসমীয়া কী-ব'ৰ্ড

বৰ্তমান সময়ত বিভিন্ন প্ৰকাৰৰ স্মাৰ্টফোন আমি ব্যৱহাৰ কৰোঁ আৰু এই স্মাৰ্টফোন সমুহ অমাৰ দৈনন্দিন জীৱনৰ এক অভিন্ন ইলেইট্ৰনিক আহিলা (Electronic Gadget) হৈ পৰিছে ৷ এই স্মাৰ্টফোন সমুহৰ যোগেদি কথাবাৰ্তা আদান প্ৰদান কৰাৰ উপৰিও আন আন বহুতু সেৱা আৰু সুবিধা গ্ৰহণ কৰিব পাৰি ৷ যেনে ক্ষিপ্ৰ ইণ্টাৰনেট সেৱা, বেৱ ৱ্ৰাউজিং, ই-মেইল, ফেচবুক, টুইটাৰ, বিভিন্ন প্ৰকাৰৰ মেচেঞ্জাৰৰ ব্যৱহাৰ আদি বিভিন্ন সুবিধা উপভোগ কৰিব পাৰি ৷ [জনপ্ৰিয় বিষয়: …

Read more

Download Avro Keyboard to Write Assamese অভ্ৰ অসমীয়া কীব’ৰ্ড

Download Avro keyboard software to Write Assamese

What is Avro Keyboard (অভ্ৰ কী ব’ৰ্ড কি): বৰ্তমান সময়ত কম্পিউটাৰত অসমীয়া আখৰ লিখিবৰ বাবে বিভিন্ন ধৰণৰ চফ্‌টৱেৰ পোৱা যায়। তাৰ ভিতৰত “অভ্ৰ কী ব’ৰ্ড” (Avro Keyboard) নামৰ চফ্‌টৱেৰটো উল্লেখযোগ্য। এই “অভ্ৰ কী ব’ৰ্ড” হৈছে এক Unicode Keyboard App যাক নিৰ্মাণ কৰিছে বাংলাদেশত অৱস্থিত Omicronlab নামৰ এটা ছফ্‌টৱেৰ নিৰ্মান প্ৰতিষ্ঠানে কম্পিউটাত বাংলা ভাষা লিখিবৰ বাবে আৰু এই অভ্ৰ কী ব’ৰ্ড সম্পুৰ্ণ বিনামূল্যে ব্যৱহাৰ কৰিব পাৰি। …

Read more

ChatGPT কি, ই কেনেদৰে কাম কৰে, ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব

ChatGPT কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব - ChatGPT in Assamese

আজিৰ এই লেখাটোত ChatGPT (চাটজিপিটি) কি, ই কেনেদৰে কাম কৰে আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি এই বিষয়ে কিছু কথা আলোচনা কৰা হৈছে । (ChatGPT in Assamese) চাটজিপিটি (ChatGPT): এক কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন প্ৰযুক্তি: শেহতীয়া বছৰকেইটাত Artificial Intelligence বা কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ব্যৱহাৰ আমাৰ দৈনন্দিন জীৱনত ক্ৰমান্বয়ে অধিক হ’বলৈ ধৰিছে ।এই প্ৰযুক্তিসমূহে আমাক অধিক স্বাভাৱিক কথোপকথনৰ ধৰণেৰে মেচিনৰ সৈতে বাৰ্তালাপ বা কাম কৰিবলৈ সুবিধা প্ৰদান …

Read more

500 টকাৰে কিনিব পৰা 20 টা আকৰ্ষণীয় Gadgets অৰ উপহাৰ

[xyz-ihs snippet=”KDas-inArticle-abov-title”] বিভিন্ন উপলক্ষ্যত প্ৰিয় জনক বিভিন্ন সামগ্ৰী উপহাৰ দিয়াৰ নিয়ম অতীজৰে পৰা চলি আহিছে । এই আধুনিক যুগত মানুহে পৰম্পৰাগত সামগ্ৰীৰ পৰিৱৰ্তে বিভিন্ন বৈদ্যুতিক আহিলা (Electronic Gadgets)  উপহাৰ স্বৰূপে দিবলৈ ভাল পায়। বিশেষকৈ যুৱক-যুৱতী সকলৰ মাজত Electronic Gadgets উপহাৰ স্বৰূপে দিয়াৰ হেপাহ বেছি দেখা যায । কিছুলোকে উপহাৰ দিবলৈ এই Gadgets বোৰ অতি দামী বুলি ভাবে যদিও আচলতে ৫০০ টকাৰ তলত যথেষ্ট সংখ্যক ইলেক্ট্ৰনিক …

Read more

How to write Assamese using Avro on PC- অভ্ৰ কীব’ৰ্ডৰ সহায়ত অসমীয়া কেনেকৈ লিখিব

Write Assamese Unicode on PC with Avro Keyboard

How to write Assamese Using Avro Keyboard? অভ্ৰ কীব’ৰ্ড ছফ্‌টৱেৰ ব্যৱহাৰ কৰি ইন্টাৰনেট বা কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব ? মোৰ আগৰ লেখাটোত “অভ্ৰ কী ব’ৰ্ড” সম্পৰ্কে এটা চমু আভাস দি তাৰ ডাউনলোড লিংক্‌ টো দিয়া হৈছিল। এই লেখাটোত অভ্ৰ কী ব’ৰ্ড ব্যৱহাৰ কৰি কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব পাৰি তাৰ এটা আভাস দিয়াৰ চেষ্টা কৰা হৈছে। আগৰ লেখাটোতে লিখা হৈছে যে যদিও এই চফ্‌টৱেৰটো কম্পিউটাত প্ৰধানকৈ …

Read more

কম্পিউটাৰ কীবৰ্ড চৰ্টকাট কি আৰু কিয় ব্যৱহাৰ কৰা হয়

কীবৰ্ড চৰ্টকাট কি What is computer Keyboard Shortcut

কম্পিউটাৰ কীবৰ্ড চৰ্টকাট (Computer Keyboard Shortcuts): [xyz-ihs snippet=”KDas-inArticle-abov-title”] Computer Keyboard Shortcuts শব্দটো প্ৰতিজন কম্পিউটাৰ ব্যৱহাৰকাৰীৰ বাবে এটা পৰিচিত শব্দ, সেয়া লাগিলে কম্পিউটাৰৰ ন-শিকাৰুৱে হওক বা পেছাদাৰী কম্পিউটাৰ ব্যৱহাৰকাৰীয়ে হওক। কিন্তু নতুনকৈ কম্পিউটাৰ শিকা লোক সকলে এই বিষয়টোৰ লগত গভীৰ ভাৱে পৰিচিত নহয় আৰু বেছি ভাগেই কম্পিউটাৰ কীবৰ্ড চৰ্টকাটৰ ব্য়ৱহাৰ আৰু প্ৰয়োজনীয়তাৰ বিষয়ে ভালদৰে নাজানে। এই লেখাটোত মই কম্পিউটাৰৰ কীবৰ্ড চৰ্টকাট (Keyboard Shortcut) কি, ইয়াৰ ব্যৱহাৰ …

Read more