অসমীয়াত মাটিকালি হিচাপ কৰা BhuMiti Land Calculator App (ভূমিতি এপ)
বিভিন্ন কাৰণত আমি মাটিৰ জোখমাখ কৰিব লগীয়া হয় আৰু মাটিডৰা জুখি তাৰ ক্ষেত্ৰফল বা কালি নিৰ্ণয় কৰা কামটো এটা অতি গুৰুত্বপুৰ্ণ কাম । কাৰণ বৰ্তমান সময়ত মাটিৰ দাম দিনক-দিনে বৃদ্ধি হৈছে আৰু মাটি বেছা-কিনাৰ সময়ত বা অন্যান্য কাৰণত উচিত সঠিক ভাৱে অংক কৰি মাটিৰ পৰিসৰ নিৰ্ণয় কৰিব নোৱাৰিলে আমাৰ যঠেষ্ট লোকচান হ’ব পাৰে । মাটিৰ জোখ-মাখৰ (Land Measurement) প্ৰক্ৰিয়াটো সঠিককৈ নকৰিলে মাটি বেছাৰ সময়ত আমি …