Download Assamese Dictionary Xobdo for Windows 10, 7 (শব্দ অভিধান)
আমি লিখা-মেলা কৰোঁতে প্ৰায়েই নতুন নতুন শব্দৰ মুখা-মুখি হওঁ আৰু সেয়ে আমি সকলোৱেই একোখনকৈ হলেও বৃহৎ পৃষ্ঠাৰ অভিধান লগত ৰাখোঁ । বৰ্তমান যুগটো ডিজিটেল যুগ, য’ত প্ৰায় সকলো কাম computer, smartphone বা অন্যান্য ইলেক্ট্ৰনিক আহিলা আৰু মাধ্যমৰ যোগেদি কৰা হয় । তাৰ সমান্তৰালকৈ আমাৰ লিখা-মেলা, কিতাপ পঢ়া আদি কাম সমুহো ডিজিটেল মাধ্যমৰ যোগেদি কৰিবলৈ লৈছোঁ । সেয়ে Computer লিখা পঢ়া কামবোৰ কৰোঁতে প্ৰয়োজন হোৱা Dictionary …