Download Assamese Dictionary Xobdo for Windows 10, 7 (শব্দ অভিধান)

Assamese Dictionary Xobdo download

আমি লিখা-মেলা কৰোঁতে প্ৰায়েই নতুন নতুন শব্দৰ মুখা-মুখি হওঁ আৰু সেয়ে আমি সকলোৱেই একোখনকৈ হলেও বৃহৎ পৃষ্ঠাৰ  অভিধান লগত ৰাখোঁ । বৰ্তমান যুগটো ডিজিটেল যুগ, য’ত প্ৰায় সকলো কাম computer, smartphone বা অন্যান্য ইলেক্ট্ৰনিক আহিলা আৰু মাধ্যমৰ যোগেদি কৰা হয় । তাৰ সমান্তৰালকৈ আমাৰ লিখা-মেলা, কিতাপ পঢ়া আদি কাম সমুহো ডিজিটেল মাধ্যমৰ যোগেদি কৰিবলৈ লৈছোঁ । সেয়ে Computer লিখা পঢ়া কামবোৰ কৰোঁতে প্ৰয়োজন হোৱা Dictionary …

Read more

Chat GPT কি, ই কেনেদৰে কাম কৰে আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব ?

Chat GPT কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব

চাট জিপিটি (Chat GPT): এক কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন প্ৰযুক্তি: শেহতীয়া বছৰকেইটাত Artificial Intelligence বা কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ব্যৱহাৰ আমাৰ দৈনন্দিন জীৱনত ক্ৰমান্বয়ে অধিক হ’বলৈ ধৰিছে ।এই প্ৰযুক্তিসমূহে আমাক অধিক স্বাভাৱিক কথোপকথনৰ ধৰণেৰে মেচিনৰ সৈতে বাৰ্তালাপ বা কাম কৰিবলৈ সুবিধা প্ৰদান কৰে। Google Assistant, Alexa Virtual Assistant আদি ভাৰ্চুৱেল এচিষ্টেণ্ট সমূহৰ পৰা আৰম্ভ কৰি স্বয়ংক্ৰিয় গ্ৰাহক সেৱালৈকে, Artificial Intelligence য়ে আমি প্ৰযুক্তিৰ সৈতে যোগাযোগ কৰাৰ ধৰণ …

Read more

Download Lachit Assamese Keyboard- লাচিত অসমীয়া কী-ব’ৰ্ড এপ

Lachit Assamese Keyboard download লাচিত অসমীয়া কী-ব'ৰ্ড

বৰ্তমান সময়ত বিভিন্ন প্ৰকাৰৰ স্মাৰ্টফোন আমি ব্যৱহাৰ কৰোঁ আৰু এই স্মাৰ্টফোন সমুহ অমাৰ দৈনন্দিন জীৱনৰ এক অভিন্ন ইলেইট্ৰনিক আহিলা (Electronic Gadget) হৈ পৰিছে ৷ এই স্মাৰ্টফোন সমুহৰ যোগেদি কথাবাৰ্তা আদান প্ৰদান কৰাৰ উপৰিও আন আন বহুতু সেৱা আৰু সুবিধা গ্ৰহণ কৰিব পাৰি ৷ যেনে ক্ষিপ্ৰ ইণ্টাৰনেট সেৱা, বেৱ ৱ্ৰাউজিং, ই-মেইল, ফেচবুক, টুইটাৰ, বিভিন্ন প্ৰকাৰৰ মেচেঞ্জাৰৰ ব্যৱহাৰ আদি বিভিন্ন সুবিধা উপভোগ কৰিব পাৰি ৷ [জনপ্ৰিয় বিষয়: …

Read more

Introduction to Computer | কম্পিউটাৰৰ সৈতে সহজ পৰিচয়

কম্পিউটাৰ শিক্ষাৰ প্ৰাৰম্ভিক কিছু কথা যেনে কম্পিউটাৰ কি, হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ কি সেয়া সৰল অসমীয়াত জানো আহক

An introduction to computer; a beginner guide in Assamese

নতুনকৈ কম্পিউটাৰ শিকিব বিচৰা বা শিকিবলৈ আৰম্ভ কৰা সকলৰ সহায় হোৱাকৈ অতি সহজ ভাৱে কম্পিউটাৰৰ বিষয়ে অসমীয়া আৰু ইংৰাজীত কিছু কথা লিখা হৈছে । Introduction to Computer শীৰ্ষক এই লেখাটোৰ এই খণ্ডত কম্পিউটাৰ আৰু ইয়াৰ অন্যান্য অংশ সমূহ যেনে কম্পিউটাৰ হাৰ্ডৱেৰ, ছফ্টৱেৰ আদিৰ সৈতে সহজে পৰিচয় হ’ব পৰাকৈ সজাই আগবঢ়োৱা হৈছে। Introduction to Computer (PC): Why is a computer called a PC? We often use …

Read more

How to Type Assamese on Mobile Phone মোবাইলত অসমীয়া কেনেকৈ লিখিব

Here is a step-by-step guide on how you can type Assamese on an Android Mobile using Lachit App.

ম'বাইলত অসমীয়া কেনেকৈ লিখিব (Type Assamese on Mobile Phone)

How to type Assamese on Android Mobile? এণ্ড্ৰইড মোবাইল ফোনত অসমীয়া লিখাৰ পদ্ধতিঃ How to type Assamese on your mobile or smartphone? মোবাইলত অসমীয়া কেনেকৈ লিখিব? এইটো এটা বৰ ডাঙৰ প্ৰশ্ন নহয় কাৰণ বৰ্তমান প্ৰায় সকল অসমীয়া লোকেই মোবাইলত ফোনটোত অসমীয়া লিখিব পৰা হৈছে আৰু ই নিশ্চয়কৈ এটা ভাল খবৰ । কিন্তু তথাপিও এতিয়াও এনে কিছু সংখ্যক ব্যক্তি আছে যি সকলে মোবাইল বা স্মাৰ্টফোনটোত অসমীয়া …

Read more

How to write Assamese using Avro on PC- অভ্ৰ কীব’ৰ্ডৰ সহায়ত অসমীয়া কেনেকৈ লিখিব

Learn how to type Assamese Unicode on computer and other internet based services like Facebook, Twitter, Email, etc using Avro Unicode keyboard.

Write Assamese Unicode on PC with Avro Keyboard

How to write Assamese using Avro Keyboard app? অভ্ৰ কীব’ৰ্ড ছফ্‌টৱেৰ ব্যৱহাৰ কৰি ইন্টাৰনেট বা কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব ? মোৰ আগৰ লেখাটোত “অভ্ৰ কী ব’ৰ্ড” সম্পৰ্কে এটা চমু আভাস দি তাৰ ডাউনলোড লিংক্‌ টো দিয়া হৈছিল। এই লেখাটোত অভ্ৰ কী ব’ৰ্ড ব্যৱহাৰ কৰি কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব পাৰি তাৰ এটা আভাস দিয়াৰ চেষ্টা কৰা হৈছে। আগৰ লেখাটোতে লিখা হৈছে যে যদিও এই চফ্‌টৱেৰটো কম্পিউটাত …

Read more