নতুন নিমাতী নিয়ৰৰে নিশা Lyrics – ভূপেন্দ্ৰ সংগীত

গীত: অসম আমাৰ ৰূপহী

গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

শ্ৰেণী : ভূপেন্দ্ৰ সংগীত

Natun Nimati Niyarare Nixa Lyrics

নতুন নিমাতী নিয়ৰৰে… নিশা
জীৱন জিলিকা জোনাকৰে… নিশা
আৰু তুমি নিচেই চিনাকি ।

Music…

মোৰ যৌৱন আজি উচ্ছল
মোৰ যৌৱন আজি উচ্ছল
জলমল সৰসীত নাচে পংকজ কামনাৰ
পৰাণ অপূৰ্ণ হয় নিশাটি
নতুন নিমাতী নিয়ৰৰে নিশা
জীৱন জিলিকা জোনাকৰে নিশা
আৰু তুমি নিচেই চিনাকি ।

Music…

নাই বৈভৱ, নাই ৰূপ
নাই নাই গুণাৱলী
তথাপি সঁপিলোঁ
মৰম সিক্ত অঞ্জলি
মোৰ বক্ষত মধু উত্তাপ
মোৰ বক্ষত মধু উত্তাপ
ভৰা কম্পিতা, স্তম্ভিতা, তুমি আজি

জীৱন পূৰ্ণ হয় নিশাটি ।
নতুন নিমাতী নিয়ৰৰে নিশা
জীৱন জিলিকা জোনাকৰে নিশা
আৰু তুমি
নিচেই চিনাকি ।।

অন্যান্য জনপ্ৰিয় ভূপেন্দ্ৰ সংগীত সমূহঃ

বিস্তীৰ্ণ পাৰৰে Lyrics

মানুহে মানুহৰ বাবে

শীতৰে সেমেকা ৰাতি

অসম আমাৰ ৰূপহী

নতুন নিমাতী নিয়ৰৰে নিশা

বিমূৰ্ত মোৰ নিশাটি যেন

শাৰদী ৰাণী তোমাৰ হেনো নাম

অস্ত আকাশৰে

ক’ত জোৱানৰ মৃত্যু হ’ল

অন্যান্য জনপ্ৰিয় গীতৰ Lyrics:

লগন উকলি গ’ল

জয়া নাই জয়া নাই 

আজি মন্দিৰ দুৱাৰ খোলা

পৰজনমৰ শুভ লগনত

মোৰ কবিতাৰ ছন্দ লাগি


Natun Nimati Lyrics (নতুন নিমাতী নিয়ৰৰে নিশা):

Ratings:

0 / 5 5 1

Related Songs

Leave a Comment