Nahor Assamese Dictionary – An Advanced Online Dictionary App

Nahor Online Assamese Dictionary - নাহৰ

Nahor Assamese Dictionary: প্ৰায় 2025 চনৰ নৱেম্বৰ মাহমানে আৰম্ভ কৰিছিলোঁ এটা সৰু প্ৰজেক্ট, অসমীয়া আৰু ইংৰাজীত শব্দ অৰ্থ বিচাৰিব পৰাকৈ এখন ডিজিটেল অসমীয়া অভিধান (Digital Assamese Dictionary)। আৰম্ভ কৰিলোঁ যদিও ক’ডিঙৰ বিশেষ জ্ঞান নোহোৱাৰ বাবে বহুত কষ্টেৰে কামটো আগবঢ়াইছোলোঁ । যোৱা ৪-৫ মাহমান ২৪ ঘণ্টাৰ ভিতৰত ১৫-২০ ঘণ্টা কম্পিউটাৰৰ সন্মুখতে পাৰ কৰিছোঁ। এটা এটা function ৰ তিনি-চাৰি দিন চেষ্টা কৰিছোঁ ৷ কিন্তু এনেবোৰ কামৰ বাবে …

Read more

Ulahere Nasi Bagi Lyrics | উলাহেৰে নাচি বাগি Bishnu Rabha Sangeet

উলাহেৰে নাচি বাগি (Ulahere Nasi Bagi) শ্ৰেণী- বিষ্ণু ৰাভা সংগীত সুৰ: বিষ্ণু প্ৰসাদ ৰাভা কথা (Lyrics): বিষ্ণু প্ৰসাদ ৰাভা উলাহেৰে নাচি বাগি শীৰ্ষক গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ দ্বাৰা ৰচিত আৰু তেখেতেই গীতটিৰ সুৰ কৰিছিল । এই গীতটি প্ৰথম বাণীবদ্ধ হৈছিল 1936 চনত স্বৰ্গীয় ভূপেন হাজৰিকা দেৱৰ কণ্ঠত আৰু সেই সময়ত তেখেতৰ বয়স হৈছিল মাত্ৰ ছয় বছৰ । গীতৰ lyrics (কথা) খিনি তলত অসমীয়াত উল্লেখ …

Read more

মোৰ কবিতাৰ ছন্দ লাগি ৰাভা সংগীত Lyrics-Mur Kobitar Chanda Lagi

Mur Kabitar Chanda Lagi Lyrics

মোৰ কবিতাৰ ছন্দ লাগি Mur Kobitar Chanda Lagi (Rabha Sangeet) গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে? স্পন্দন তোৰ জাগেনে? কথা মালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে? ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে? মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে? স্পন্দন তোৰ জাগেনে? কথা মালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে? ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে? তোৰ সোণৰ …

Read more

Xobdo Assamese Dictionary App – অসমীয়া অভিধান ছফট্‌ৱেৰ শব্দ

Assamese Dictionary Xobdo download

আজিৰ এই লেখাটোত মই এটা অসমীয়া অভিধানৰ ছফ্‌টৱেৰ ‘শব্দ’ (Xobdo Assamese Dictionary App/Software) অৰ বিষয়ে কিছু কথা লিখিবলৈ লৈছোঁ । এই এপটোৰ যোগেদি কি কাম কৰব পাৰি, ইয়াক কেনেকৈ অতি সহজে অপোনাৰ কম্পিউটাৰটোত Install কৰি ল’ব পাৰিব, ইয়াৰ জৰিয়তে কোনেকৈ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে শব্দ অৰ্থ বিচাৰিব পাৰিব ইত্যাদি কথাখিনি ইয়াত চমুকৈ লিখাৰ প্ৰয়াস কৰিছোঁ। এই অসমীয়া শব্দ অৰ্থৰ অভিধান বা অসমীয়া ভাষাৰ শব্দ …

Read more

Mukuta Mukuta Amare Mon Lyrics মুকুতা মুকুতা আমাৰে মন 

Mukuta Mukuta Amare Mon (মুকুতা মুকুতা আমাৰে মন): মুকুতা মুকুতা আমাৰে মন শীৰ্ষক গীতটি জুবিন গাৰ্গ অভিনীত ৰৈ ৰৈ বিনালে নামৰ চলচিত্ৰ খনৰ এটা সুন্দৰ শিশু গীত৷ শিশু সকলৰ মন আৰু চিন্তাধাৰাক প্ৰতিফলিত কৰা গীতটি জুবিন দাই লিখাৰ লগতে সুৰ কৰিছে ৷ এই গীতটি কণ কণ শিশু সকলক শিকোৱাত সহায়ত হোৱাকৈ গানটোৰ lyrics হুবহু তুলি দিয়াৰ চেষ্টা কৰা হৈছে ৷ অনাকাংক্ষিত ভাৱে যদি কোনো শব্দৰ …

Read more

অসমীয়াত মাটিকালি হিচাপ কৰা BhuMiti Land Calculator App (ভূমিতি এপ)

BhuMiti (ভূমিতি) Assamese Land Calculator

বিভিন্ন কাৰণত আমি মাটিৰ জোখমাখ কৰিব লগীয়া হয়  আৰু মাটিডৰা জুখি তাৰ ক্ষেত্ৰফল বা কালি নিৰ্ণয় কৰা কামটো এটা অতি গুৰুত্বপুৰ্ণ কাম । কাৰণ বৰ্তমান সময়ত মাটিৰ দাম দিনক-দিনে বৃদ্ধি হৈছে আৰু মাটি বেছা-কিনাৰ সময়ত বা অন্যান্য কাৰণত উচিত সঠিক ভাৱে অংক কৰি মাটিৰ পৰিসৰ নিৰ্ণয় কৰিব নোৱাৰিলে আমাৰ যঠেষ্ট লোকচান হ’ব পাৰে । মাটিৰ জোখ-মাখৰ (Land Measurement) প্ৰক্ৰিয়াটো সঠিককৈ নকৰিলে মাটি বেছাৰ সময়ত আমি …

Read more