লগন উকলি গ’ল ৰাভা সংগীত Lyrics | Lagan Ukali Gol Rabha Sangeet

[xyz-ihs snippet=”KDas-inArticle-abov-title”]

গীত: লগন উকলি গ’ল (Lagan Ukali Gol)

গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

শ্ৰেণী : ৰাভা সংগীত

লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা

লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা

মনৰ কথাটি মোৰ, হিয়াত গুপুতে থোৱা

মনৰ কথাটি মোৰ, হিয়াত গুপুতে থোৱা

লগন উকলি গ’ল তেওঁযে নহ’ল কোৱা ।

Music…

কিমান হেঙুলী উষা, কিমান জোনালী নিশা

মিছাতেই গ’ল মোৰ, কিমান গধুলি পুৱা

তেওঁযে নহ’ল কোৱা

লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা ।

Music…

মলয়াই কাণে কাণে, মনৰ বাতৰি আনে

মলয়াই কাণে কাণে, মনৰ বাতৰি আনে

নিখিলৰ সুৰে সুৰে, হিয়ায়ো গান জুৰে

শুনিছানে সেই সুৰ, পৰাণত তোলা মোৰ

হৃদয়ৰ গোৱা গান, ভালপোৱা ভালপোৱা

তেওঁযে নহ’ল কোৱা

লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা

লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা

মনৰ কথাটি মোৰ, হিয়াত গুপুতে থোৱা

লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা

লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা

তেওঁযে নহ’ল কোৱা

তেওঁযে নহ’ল কোৱা ।।

অন্যান্য জনপ্ৰিয় ৰাভা সংগীত সমূহঃ

নাহৰ ফুলে নুশুৱাই

জয়া নাই

আজি মন্দিৰ দুৱাৰ খোলা

মোৰ কবিতাৰ ছন্দ লাগি

[xyz-ihs snippet=”K-Das-300×250-in-post”]

Lagan Ukali Gol Rabha Sangeet Lyrics:

Song Name- Logon Ukoli Gol

Lyrics- Kolaguru Bishnu Prasad Rabha

Category- Rabha Sangeet

Song Language- Assamese

Ratings:

0 / 5 5 6

Related Songs

লগন উকলি গ'ল ৰাভা সংগীত Lyrics
Lyrics: লগন উকলি গ’ল

Leave a Comment

 

Share to: