বিলতে হালিছে ধুনীয়া পদুমী – ৰাভা সংগীত Bilote Haliche Lyrics

গীত: বিলতে হালিছে ধুনীয়া পদুমী

গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

শ্ৰেণী : ৰাভা সংগীত

বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল
সেই ফুলে ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বোল
সেই ফুলে ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বোল

বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল।

Music…

গছৰে ডালতে গাইছে কুলিয়ে
কুউ কুউ কৈ
গছৰে ডালতে গাইছে কুলিয়ে
কুউ কুউ কৈ

দূৰ দূৰণিতে জুৰিটি নাচিছে
দূৰ দূৰণিতে জুৰিটি নাচিছে
জিৰি জিৰি জিৰি জিৰি কৈ
নিজান বননিতে কেতেকী চৰাইয়ে
নিজান বননিতে কেতেকী চৰাইয়ে
সুহুৰি মাৰিছে ৰৈ

বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল।

Music…

গছৰে ডালতে গাইছে কুলিয়ে
কুউ কুউ কৈ
দূৰ দূৰণীতে জুৰিটি নাচিছে
দূৰ দূৰণীতে জুৰিটি নাচিছে
জিৰি জিৰি জিৰি জিৰি কৈ
নিজান বননিতে কেতেকী চৰাইয়ে
নিজান বননিতে কেতেকী চৰাইয়ে
সুহুৰি মাৰিছে ৰৈ

বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল…

বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল…

অন্যান্য জনপ্ৰিয় ৰাভা সংগীত সমূহঃ

মোৰ জীৱনৰ আকাশতে

লগন উকলি গ’ল

জয়া নাই জয়া নাই 

আজি মন্দিৰ দুৱাৰ খোলা

পৰজনমৰ শুভ লগনত

মোৰ কবিতাৰ ছন্দ লাগি

ৰৈ ৰৈ কেতেকী বিনা অ’


Rabha Sangeet Bilote Haliche Dhunia Podumi lyrics:

ৰাভা সংগীত বিলতে হালিছে ধুনীয়া পদুমী Lyrics
বিলতে হালিছে ধুনীয়া পদুমী Lyrics

Lyrics- Kolaguru Bishnu Prasad Rabha

Category- Rabha Sangeet

Song Language- Assamese (Assamese song lyrics)

Related Songs

Leave a Comment