গীত: পৰজনমৰ শুভ লগনত – Porojonomor Xubho Logonot
গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
শ্ৰেণী : ৰাভা সংগীত
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা…
Music…
পৰজনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা
পুৰাবানে প্ৰিয়ে এই জনমৰ, মোৰ হিয়াৰ অপূৰ্ণ আশা ?
পৰজনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা
যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা ?
পৰজনমৰ শুভ লগনত…
Music…
এই জনমৰ কুসুম মালা,
যতনে তুমি গাঁঠি ৰাখিলা
এই জনমৰ কুসুম মালা,
যতনে তুমি গাঁঠি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা,
কাহানিও তুমি নিপিন্ধালা
শূন্য মোৰ বুকু হ’ল যে উকা ।
পুৰাবানে প্ৰিয়ে এই জনমৰ,
মোৰ হিয়াৰ অপূৰ্ণ আশা ?
পৰজনমৰ শুভ লগনত…
Music…
এই জীৱনৰ আঁউসী ৰাতি,
চকুলো টুকি যায় যে কাটি
এই জীৱনৰ আঁউসী ৰাতি,
চকুলো টুকি যায় যে কাটি
কাহানিও সুখৰ ৰূপহী জোনাই,
হৃদয়তে জিলিকণি নিবিলায় ।
Short Music…
এই জনমৰ গোপন কথা,
গুপুতে থাকি দিয়ে যে ব্যাথা
এই জনমৰ গোপন কথা,
গুপুতে থাকি দিয়ে যে ব্যাথা
কাহানিও তুমি নেদেখিলা,
কাহানিও তুমি নেদেখিলা
শোকৰে ছবিটি হিয়াত অঁকা ।
পুৰাবানে প্ৰিয়ে এই জনমৰ,
মোৰ হিয়াৰ অপূৰ্ণ আশা ?
পৰজনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা
পুৰাবানে প্ৰিয়ে এই জনমৰ, মোৰ হিয়াৰ অপূৰ্ণ আশা ?
পৰজনমৰ শুভ লগনত ।।

পৰজনমৰ শুভলগনত Lyrics
Rabha Sangeet Porojonomor Xubho Logonot lyrics in English:
- Lyrics- Kolaguru Bishnu Prasad Rabha
- Category- Rabha Sangeet
Porojonomor xubho logonot, jodihe aamar hoy dekha
Purabane priye ei jonomor, mur hiyar apurna asha?
Porojonomor xubho logonot, jodihe amar hoy dekha
Jodihe amar hoy dekha, purabane priye ei jonomor
Mur hiyar apurna aasha?
Porojonomor xubho logonot…
Music…
Ei jonomor kusum mala,
Jotone tumi gathi rakhila
Ei jonomor kusum mala,
Jotone tumi gathi rakhila
Kahaniu tumi nipindhala,
Kahaniu tumi nipindhala
Xunyo mur buku hol je uka.
Purabane priye ei jonomor,
Mur hiyar apurna asha?
Porojonomor xubho logonot…
Music…
Ei jibonor ausi rati,
Chokulo tuki jay je kati
Ei jibonor ausi rati,
Chokulo tuki jay je kati
Kahanio xukhor rupohi jonai,
Hridoyote jilikoni nibilay.
Short Music…
Ei jonomor gupun kotha,
Gupute thaki diye je betha
Ei jonomor gupun kotha,
Gupute thaki diye je betha
Kahanio tumi nedekhila,
Kahanio tumi nedekhila
Xukore chobiti hiyat onka.
Purabane priye ei jonomor,
Mur hiyar opurno asha?
Porojonomor xubho logonot, jodihe amar hoy dekha
Purabane priye ei jonomor, mur hiyar apurna asha?
Porojonomor xubho logonot.
