মোৰ কবিতাৰ ছন্দ লাগি ৰাভা সংগীত Lyrics-Mur Kobitar Chanda Lagi

Mur Kabitar Chanda Lagi Lyrics

মোৰ কবিতাৰ ছন্দ লাগি Mur Kobitar Chanda Lagi (Rabha Sangeet) গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে? স্পন্দন তোৰ জাগেনে? কথা মালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে? ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে? মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে? স্পন্দন তোৰ জাগেনে? কথা মালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে? ভাগেনে, ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে? তোৰ সোণৰ …

Read more

জয়া নাই জয়া নাই ৰাভা সংগীত Lyrics | Joya Nai Rabha Sangeet

জয়া নাই (Joya Nai) Rabha Sangeet Lyrics

গীত: জয়া নাই (Joya Nai) গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা গীতৰ শ্ৰেণীঃ ৰাভা সংগীত Download/Play: জয়া নাই… জয়া নাই… জয়সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে ঢল, মলয়াই তোলে হিয়াভগা সুৰ, কৰুণ বিননী ৰোল জয়া নাই জয়া নাই অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই, জয়া নাই জয়া নাই… জয়া নাই জয়া নাই । Music… তেজৰ টোপাল চকুলো ওলাল নয়নৰ পাহি ফালি, কলিজাৰ চাকি জালিলে দীপালি বুকুৰ …

Read more

নিচলা আইৰে ৰাভা সংগীত Lyrics | Rabha Sangeet Nichola Aaire

ৰাভা সংগীত নিচলা আইৰে Lyrics Nichola Aaire

গীত: নিচলা আইৰে (Nichola Aaire) গীতৰ শ্ৰেণীঃ ৰাভা সংগীত গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নিচলা… আইৰে, নিচলা… আইৰে আমি খাটি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া, ধৰণী শুৱাই থকা অতি মোহনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া । নিচলা… আইৰে, নিচলা… আইৰে আমি খাটি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া, ধৰণী শুৱাই থকা অতি মোহনীয়া ধৰণী …

Read more

আজি মন্দিৰ দুৱাৰ খোলা ৰাভা সংগীত Lyrics | Aji Mondiro Duar Khula

আজি মন্দিৰ দুৱাৰ খোলা Lyrics

গীত: আজি মন্দিৰ দুৱাৰ খোলা গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণীঃ ৰাভা সংগীত আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা বহে মিলন উৎসৱ মেলা, বহে মিলন উৎসৱ মেলা, মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা । Music… শুনো মংগল আৰতি গান, শুনো মংগল আৰতি গান নাচি উঠে ভকতৰে প্ৰাণ, নাচি উঠে ভকতৰে প্ৰাণ শুনো মংগল …

Read more