মোৰ জীৱনৰ আকাশতে (ৰাভা সংগীত) Lyrics | Mur Jibonor Akaxote

গীত: মোৰ জীৱনৰ আকাশতে

গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

শ্ৰেণী : ৰাভা সংগীত

মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম

মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম

সাত ৰঙেৰে মীনা কৰাই মৰমেৰে তৰিম

ইন্দ্ৰধনু গঢ়িম

মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম …

Music…

কিন্​কিনীয়া চকুলোৰে হুমুনিয়াহ ভাপকণেৰে

কিন্​কিনীয়া চকুলোৰে হুমুনিয়াহ ভাপকণেৰে

প্ৰণয় সূৰুয দেৱতাৰে, প্ৰণয় সূৰুয দেৱতাৰে
জিলিকণি সানিম

মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম

মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম

Music…

মেদুৰ মেঘৰ মাদল কোবাই, গগন গগনা আলফুলে বাই

মেদুৰ মেঘৰ মাদল কোবাই, গগন গগনা আলফুলে বাই

বিজুলী নটীৰ নাচোনটি চাই, বিজুলী নটীৰ নাচোনটি চাই

দেও দি দেও দি নাচিম
দেও দি দেও দি নাচিম ।।

ইন্দ্ৰধনু গঢ়িম

মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম

মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম

সাত ৰঙেৰে মীনা কৰাই মৰমেৰে তৰিম

ইন্দ্ৰধনু গঢ়িম…

মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম

মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম

ইন্দ্ৰধনু গঢ়িম

ইন্দ্ৰধনু গঢ়িম ।।

[xyz-ihs snippet=”KDas-inArticle-in-post”]

অন্যান্য জনপ্ৰিয় ৰাভা সংগীত সমূহঃ

লগন উকলি গ’ল

বিশ্বৰ ছন্দে ছন্দে

জয়া নাই

আজি মন্দিৰ দুৱাৰ খোলা

মোৰ কবিতাৰ ছন্দ লাগি

Rabha Sangeet Mur Jibonor Akaxote Lyrics:

Song Name- Mur Jibonor Akaxote

Lyrics- Kolaguru Bishnu Prasad Rabha

Category- Rabha Sangeet

Song Language- Assamese

Ratings:

0 / 5 5 6

Related Lyrics

মোৰ জীৱনৰ আকাশতে Lyrics

Leave a Comment

 

Share to: