আজিৰ অসমীয়া প্ৰতিদিন বাতৰি কাকত- Asomiya Pratidin Epaper

[xyz-ihs snippet=”KDas-inArticle-abov-title”]

আজিৰ অসমীয়া প্ৰতিদিন Asomiya Pratidin

“অসমীয়া প্ৰতিদিন” (ইংৰাজী: Asomiya Pratidin) অসমীয়াৰ এক পৰিচিত নাম। অসমীয়া দৈনিক বাতৰি কাকত বুলি কলেই পোনপ্ৰথমে প্ৰতিদিন কাকত খনৰ নামটোকে আমাৰ মনলৈ আহে । এইখন হ’ল অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত সমূহৰ ভিতৰত এখন। এই দৈনিক বাতৰি কাকত খন প্ৰথম প্ৰকাশ পায় ১৯৯৫ চনত আৰু ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল অজিত কুমাৰ ভূঞা আৰু স্বৰ্গীয় পৰাগ কুমাৰ দাস আছিল প্ৰথম কাৰ্য্যবাহী সম্পাদক। অসমৰ সকলো চুক-কোণৰ বাতৰি প্ৰকাশ কৰাৰ উপৰিও চুবুৰীয়া ৰাজ্য সমূহৰ বা-বাতৰি, লগতে দেশ-বিদেশৰ সকলো প্ৰকাৰৰ বাতৰিৰ এক নিৰ্ভৰযোগ্য উৎস অসমীয়া প্ৰতিদিন । এই অসমীয়া বাতৰি কাকত খনৰ প্ৰকাশক গোষ্ঠীটোৰ দ্বাৰা প্ৰকাশিত হোৱা আন আন জনপ্ৰিয় কাকত আৰু আলোচনী হ’ল সাদিন, সাতসৰী আৰু নন্দিনী।

আজিৰ অসমীয়া প্ৰতিদিন Todays Asomiya Pratidin E Paper:

বৰ্তমান অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ ক্ৰমে গুৱাহাটী, ডিব্ৰুগড়, উত্তৰ লখিমপুৰ আৰু বঙাইগাঁওৰ পৰা প্ৰতিদিনে প্ৰকাশ পায়। লগতে ইলেক্ট্ৰনিক মাধ্যম সমূহত পঢ়িব পৰাকৈ অসমীয়া প্ৰতিদিনৰ ই-সংস্কৰণ (E Paper) অৰ্থাৎ ডিজিটেল সংস্কৰণ এটাও প্ৰকাশ কৰা হয়। আৰু অসমীয়া প্ৰতিদিনৰ এই ডিজিটেল ই-সংস্কৰণ আপুনি আপোনাৰ স্মাৰ্টফোন নাইবা কম্পিউটাৰতে ইণ্টাৰনেটৰ সহায়ত পঢ়িব পাৰিব। আৰু লগতে আপুনি Asomiya Pratidin App টোও Google Play Store অৰ পৰা ডাউনলোড কৰি লৈ সহজে কাকত খন পঢ়িব পাৰিব । Asomiya Pratidin App টো এই লিংকটোৰ জৰিয়তে আপোনাৰ ফোনত Install কৰিব পাৰিব।

যদিহে আপুনি অসমীয়া প্ৰতিদিন বাতৰিৰ আজিৰ ই-পেপাৰ সংস্কৰণটো (Asomiya Pratidin E Paper Today) মোবাইল ফোন বা কম্পিউটাৰত পঢ়িব বিচাৰিছে তেন্তে তাৰ বাবে তলৰ লংকটোত ক্নিক কৰিব পাৰে । (To read today’s Asomiya Pratidin e-paper, click the link below)

অসমীয়া প্ৰতিদিনৰ ই-পেপাৰ সংস্কৰণ

Click Here to Read

অসমীয়া প্ৰতিদিনৰ উপৰিও যিকোনো অসমীয়া দৈনিক বাতৰি কাকতৰ ই-পেপাৰ সংস্কৰণ সমূহ অনলাইন যোগে পঢ়িবলৈ হ’লে এই লিংকটোত গৈ সকলো বাতৰি কাকত পঢ়িব পাৰিব

Read All Assamese News Paper here.

Read Asomiya Pratidin Today অসমীয়া প্ৰতিদিন আজিৰ

Disclaimer: All the newspaper names, trademarks, logos, and brands mentioned herein are the property of their respective owners. If you are the rightful owner of any contents posted here and object to them being displayed or if you are one of the representatives of the copyrights department and you don’t like our conditions of share, and store, please mail us at “[email protected]” and we will remove it.


আজিৰ অসমীয়া প্ৰতিদিন বাতৰি কাকত,  অসমীয়া প্ৰতিদিন ই-পেপাৰ, Asomiya Pratidin ePaper Today, Read Today’s Asomiya Pratidin

Ratings:

0 / 5 5 9

Related Topics

Leave a Comment

 

Share to: