আজিৰ অসমীয়া বাতৰি কাকত সমূহৰ অনলাইন সংস্কৰণৰ লিংক (e Paper)

ৰাতিপুৱাৰ চাহকাপৰ লগত বাতৰি কাকত খন পঢ়াৰ সোৱাদ কি সেয়া নিশ্চয় কব নালাগে, বুজা জনে বুজিব ৷ পিছে প্ৰযুক্তি বিদ্যাৰ প্ৰসাৰৰ লগে কাগজৰ ডাঙৰ ডাঙৰ পৃষ্ঠাবোৰ আমাৰ মাজৰ পৰা লাহে লাহে হেৰাই গৈছে আৰু আমাৰ প্ৰিয় দৈনিক বা সাপ্তাহিক অসমীয়া বাতৰি কাকত খনেও ঠাই লৈছে আমাৰ স্মাৰ্টফোন বা কম্পিউটাৰটোৰ স্ক্ৰীনত ৷ আৰু বৰ্তমান আপুনি বাতৰি কাকত বিলোৱা হকাৰ জন অহালৈও বাটচাব নালাগে ৷ কাৰণ এতিয়া আপুনি আপোনাৰ ফোন বা কম্পিউটাৰটোৰ জৰিয়তেই আপোনাৰ পছন্দৰ যিকোনো এখন দৈনিক বা সাপ্তাহিক বাতৰি কাকতৰ আজিৰ সংখ্যটো পঢ়িব পাৰিব, দেশ-বিদেশৰ খবৰ লাভ কৰিব, ৰাজনীতি, অৰ্থনীতি, বিজ্ঞান, ক্ৰীড়া, চিনেমা জগতৰ খবৰ পঢ়িব পাৰিব; সেয়াও বিনামূল্যে ৷

জনপ্ৰিয় দৈনিক অসমীয়া বাতৰি কাকত সমূহ:

এই পে’জটোত অসমৰ আগশাৰীৰ দৈনিক অসমীয়া বাতৰি কাকত (Daily Assamese Newspaper) সমুহৰ তালিকাখন যুগুত কৰা হৈছে আৰু লগতে এই বাতৰি কাকত সমূহ যাতে আপুনি আপোনাৰ ম’বাইল বা কম্পিউটাৰ স্ক্ৰীনতে পঢ়িব পাৰে, তাৰ বাবে কাকত সমূহৰ অনলাইন সংস্কৰণৰ লিংক সমূহ তলত উল্লেখ কৰা হৈছে ৷

Finger Pointing [কুইজ মেলা- অনলাইন অসমীয়া কুইজ]

এই তালিকা খনত অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ, নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি, আমাৰ অসম, আদি জনপ্ৰিয় অসমীয়া সংবাদ পত্ৰ সমূহ সন্নিৱিষ্ট কৰা হৈছে । তলত দিয়া লিংক সমূহত ক্লিক কৰি যিকোনো এখন দৈনিক অসমীয়া বাতৰি কাকতৰ আজিৰ সংখ্যাটো পঢ়িব পাৰিব ।

অসমীয়া বাতৰি কাকত নিয়মীয়া বাৰ্তা নিয়মীয়া বাৰ্তা

নিয়মীয়া বাৰ্তা (Niyomiya Barta) অসমৰ এখন জনপ্ৰিয় দৈনিক বাতৰি কাকত । বৰ্তমান প্ৰতিদিনে এই অসমীয়া বাতৰি কাকত খনৰ সৰ্বমুঠ চাৰিটা সংস্কৰণ ক্ৰমে গুৱাহাটী, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি, আৰু গোৱালপাৰাৰ পৰা প্ৰকাশ কৰা হয় । আজিৰ নিয়মীয়া বাৰ্তাৰ অনলাইন সংস্কৰণটো পঢ়িবলৈ তলৰ বা ওপৰৰ লিংকটোত ক্লিক কৰক ।

Click Here to Read

আজিৰ অসমীয়া প্ৰতিদিন Epaper অসমীয়া প্ৰতিদিন

অসমৰ আগশাৰীৰ দৈনিক অসমীয়া বাতৰি কাকত সমূহৰ ভিতৰত এখন আগশাৰীৰ বাতৰি কাকত হ’ল প্ৰতিদিন । অসমৰ সকলো চুক-কোণৰ বাতৰি প্ৰকাশ কৰাৰ উপৰিও চুবুৰীয়া ৰাজ্য সমূহৰ বা-বাতৰি, লগতে দেশ-বিদেশৰ বাতৰি, আদিৰ এক নিৰ্ভৰযোগ্য উৎস অসমীয়া প্ৰতিদিন । প্ৰতিদিন বাতৰি কাকতৰ আজিৰ সংখ্যাটো অনলাইন যোগে (Asomiya Pratidin ePaper) পঢ়িবলৈ তলৰ লিংকটোত ক্লিক কৰক ।

Click Here to Read

Finger Pointing [অসমৰ ইতিহাসৰ বিষয়ে জানিব লগীয়া প্ৰশ্নোত্তৰ]

  দৈনিক অসমীয়া বাতৰি কাকত খবৰ অসমীয়া খবৰ

গুৱাহাটী আৰু যোৰহাটৰ পৰা প্ৰকাশ হোৱা অসমীয়া খবৰ (Asomiya Khabar) আন এখন গুৰুত্বপূৰ্ণ বাতৰি কাকত যি প্ৰতিদিনে স্থানীয়, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সকলো বা-বাতৰি যোগান ধৰে । আজিৰ অসমীয়া খবৰ বাতৰি কাকতখনৰ E-Paper version টো তলৰ লিংকযোগে পঢ়িব পাৰে ।

Click Here to Read


Finger PointingGood News: Pragya AI Assistant ব্যৱহাৰ কৰি যিকোনো প্ৰশ্নৰ উত্তৰ লাভ কৰক সহজে

Click Here Access Pragya AI

অসমীয়া বাতৰি কাকত Dainik Janambhume Todays দৈনিক জনমভূমি

অসমত বৰ্তমানেও চলন্ত অৱস্থাত থকা পুৰণি অসমীয়া বাতৰি কাকত সমুহৰ ভিতৰত দৈনিক জনমভূমি অন্যতম । ১৯৭২ চনতে পোন-প্ৰথমে সেৱা আৰম্ভ কৰা জনমভূমি বাতৰি কাকত খন বিভিন্ন ধৰণৰ অসমমীয়া বা-বাতৰিৰ এক নিৰ্ভৰযোগ্য উৎস । দৈনিক জনমভূমি E Paper খন পঢ়িবলৈ তলৰ লিংকটোত ক্লিক কৰিব ।

Click Here to Read

দৈনিক অগ্ৰদূত Dainik Agradut Newspaper দৈনিক অগ্ৰদূত

অগ্ৰদূত হ’ল আন এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। দৈনিক অগ্ৰদূত সংবাদপত্ৰ খনৰ তিনিটা সংস্কৰণ ক্ৰমে গুৱাহাটী, যোৰহাট, আৰু তেজপুৰৰ পৰা দৈনিক প্ৰকাশ কৰা হয়। দৈনিক অগ্ৰদূতৰ প্ৰকাশক হ’ল অগ্ৰদূত পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড । অগ্ৰদূতৰ ই-পেপাৰ তাঙ্গৰণটো তলৰ লিংকটোত ওপলব্ধ ।

Click Here to Read

Finger Pointing [কুইজ খেলক আৰু আপোনাৰ বুদ্ধিমত্তাৰ পৰীক্ষা লওক]

Amar Asom today newspaper আমাৰ অসম

আমাৰ অসম হৈছে অসমীয়া ভাষাত উপলব্ধ আন এক দৈনিক বাতৰিৰ উৎস তথা এখন জনপ্ৰিয় বাতৰি কাকত । আমাৰ অসম বাতৰি কাকতৰ প্ৰকাশক হৈছে G. L. Publications Ltd. তলৰ লিংকটোৰ জৰিয়তে আপোনাৰ স্মাৰ্টফোন বা কম্পিউটাৰত আজিৰ আমাৰ অসম খন পঢ়িব পাৰিব ।

Click Here to Read

Dainik Asam Today version দৈনিক অসম

দৈনিক অসম বাতৰি কাকত খন ১৯৬৫ চনতে প্ৰথম আৰম্ভ হয় আৰু বৰ্তমানেও প্ৰচলিত এখন বাতৰি কাকত । বৰ্তমান কাকত খনৰ গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা দুটা সংস্কৰণ প্ৰকাশ হয় । দৈনিক অসম কাকত খনৰ ই-সংস্কৰণটো লিংকযোগে পঢ়িব পাৰিব ।

Click Here to Read

আজিৰ দৈনন্দিন বাৰ্তা  দৈনন্দিন বাৰ্তা

দৈনন্দিন বাৰ্তা এখন দৈনিক অসমীয়া বাতৰিকাকত। কাকতখনৰ মুখ্য সম্পাদক নৰেন হাজৰিকা আৰু সম্পাদক শংকৰ গোহাঞি। কাকতখন গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা একেসময়তে প্ৰকাশিত হয়। কাকতখন প্ৰথম প্ৰকাশ হয় ২০১০ চনত। কাকতখনত মুঠ ১২খন পৃষ্ঠা সন্নিবিষ্ট থাকে বিভিন্ন বাতৰি আৰু প্ৰবন্ধ প্ৰকাশ হয়। কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো তলত উপলব্ধ লিংকটোত গৈ পঢ়িব পাৰিব ।

Click Here to Read

Finger Pointing [কম্পিউটাৰৰ বাবে প্ৰয়োজনীয় ছফ্‌টৱেৰ]

দৈনিক বাতৰি কাকত দৈনিক বাতৰি কাকত

দৈনিক বাতৰি কাকত নামৰ খবৰ কাগজ খনৰ ই-পেপাৰৰ সংস্কৰণৰ ৱেব চাইটটো সক্ৰিয অৱস্থাত আছে যদিও পেপাৰ খন Update হৈ থকা নাই । ৱেব চাইটটো খুলিলে পুৰণি পেপাৰ এখনহে দেখা পোৱা যায় । কাৰিকৰি বিজুতি নাইবা প্ৰকাশকৰ নিষ্ক্ৰিয়তাৰ বাবেও এনে হ’ব পাৰে ।

সংবাদ 365 Sangbad 365 সংবাদ 365

দৈনিক অসমীয়া বাতৰি কাকত সংবাদ 365 খন পঢ়িবলৈ তলৰ লিংকত ক্লিক কৰিব ।

Click Here to Read

Gana Adhikar Assamese Newspaper গণ অধিকাৰ

গণ অধিকাৰ আন এখন উল্লেখনীয় দৈনিক অসমীয়া বাতৰি কাকত । এই দৈনিক কাকত খনে অসমৰ বিভিন্ন প্ৰান্তৰ খবৰ প্ৰকাশ কৰাৰ ওপৰিও উত্তৰ-পূৱ ভাৰতৰ আটাইকেইখন ৰাজ্যৰো খবৰ সমূহ প্ৰকাশ কৰে ।

Click Here to Read

Ratings:

0 / 5 5 17


Disclaimer: All the newspaper names, trademarks, logos, and brands mentioned herein are the property of their respective owners. This site is not directly affiliated with any of these publishers, or websites listed above. The purpose of this webpage is to share the latest news with the readers. If you are the rightful owner of any contents posted here and object to them being displayed or if you are one of the representatives of the copyrights department and you don’t like our conditions of share, and store, please mail us at “[email protected]” and we will remove it.

Related Topics

1 thought on “আজিৰ অসমীয়া বাতৰি কাকত সমূহৰ অনলাইন সংস্কৰণৰ লিংক (e Paper)”

Leave a Comment

 

Share to: