সেউজী সেউজী (জ্যোতি সংগীত) Lyrics | Xeuji Xeuji

সেউজী সেউজী (Xeuji Xeuji)

গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা

শ্ৰেণী : জ্যোতি সংগীত

[xyz-ihs snippet=”KDas-inArticle-abov-title”]

সেউজী সেউজী সেউজী অ’

সেউজী ধৰণী ধুনীয়া

সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া ।

Music…

সোণোৱালী শইচৰ পথাৰ কোলাত শোভে
ৰ’দালীৰে ফুল-ফল সেন্দুৰীয়া ।
সোণোৱালী শইচৰ পথাৰ কোলাত শোভে
ৰ’দালীৰে ফুল-ফল সেন্দুৰীয়া ।

সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া

Music…

আমাৰ চকুলোৰে পানী দি জীয়ালোঁ
মাণিকী-মধুৰী ধান…

আমাৰ চকুলোৰে পানী দি জিয়ালোঁ
মাণিকী-মধুৰী ধান…

তোমালৈ আনিছোঁ জগতৰে শইচ
এৰা অ’ নিমাতী মান…
তোমালৈ আনিছোঁ জগতৰে শইচ
এৰা অ’ নিমাতী মান…

সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া 

Music…

সোণোৱালী শইচৰ পথাৰ কোলাত শোভে
ৰ’দালীৰে ফুল-ফল সেন্দুৰীয়া ।
সোণোৱালী শইচৰ পথাৰ কোলাত শোভে
ৰ’দালীৰে ফুল-ফল সেন্দুৰীয়া ।

সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া ৷

সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া ৷৷

অন্যান্য জনপ্ৰিয় সংগীত সমূহঃ

গছে গছে পাতি দিলে
আমাৰে সখিয়া
অ’ শ্যাম কানু
পৰজনমৰ শুভ লগনত
নাহৰ ফুলে নুশুৱাই
জয়া নাই
আজি মন্দিৰ দুৱাৰ খোলা
লগন উকলি গ’ল
সেউজী ধৰণী ধুনীয়া

Xeuji Xeuji Lyrics:

Category: Jyoti Sangeet

Composer: Jyoti Prasad Agarwala

Ratings:

0 / 5 5 4

Related Songs

সেউজী সেউজী Xeuji Xeuji Lyrics
 জ্য়োতি সংগীত সেউজী সেউজী Lyrics

Leave a Comment

 

Share to: