তোৰে মোৰে আলোকৰে যাত্ৰা (Ture Mure Alukore Jatra) Lyrics

Ture Mure Alukore Jatra Lyrics

তোৰে মোৰে আলোকৰে যাত্ৰা Ture Mure Alukore Jatra Lyrics গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ, আমি পালো জীৱনৰ অৰ্থ অভিনৱ স্বাগত স্বাগত সতীৰ্থ স্বাগত স্বাগত সতীৰ্থ তোৰে মোৰে আলোকৰে যাত্ৰা । Music… সেউজীয়া জীৱনৰে জাগৃতি ছন্দ সেউজীয়া জীৱনৰে জাগৃতি ছন্দ আহে আহে জনতাৰ অন্তৰে অন্তৰে আলোক বসন্ত হাঁহে হাঁহে প্ৰচাৰিত অৰুণবাণী …

Read more

সেউজী সেউজী (জ্যোতি সংগীত) Lyrics | Xeuji Xeuji

সেউজী Lyrics

সেউজী সেউজী (Xeuji Xeuji) গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত সেউজী সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া সেউজী সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া । Music… সোণোৱালী শইচৰ পথাৰ কোলাত শোভে ৰ’দালীৰে ফুল-ফল সেন্দুৰীয়া । সোণোৱালী শইচৰ পথাৰ কোলাত শোভে ৰ’দালীৰে ফুল-ফল সেন্দুৰীয়া । সেউজী সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া Music… আমাৰ চকুলোৰে পানী দি জীয়ালোঁ মাণিকী-মধুৰী ধান… আমাৰ চকুলোৰে পানী দি …

Read more

লুইতৰে পানী যাবি অ’ বৈ Lyrics (Luitore Pani)

লুইতৰে পানী Lyrics

লুইতৰে পানী (Luitore Pani) গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত লুইতৰে পানী যাবি অ’ বৈ লুইতৰে পানী যাবি অ’ বৈ লুইতৰে পানী যাবি অ’ বৈ লুইতৰে পানী যাবি অ’ বৈ সন্ধিয়া লুইতৰ পানী সোণোৱালী চহৰে নগৰে যাবি অ’ বৈ জয়াৰে কীৰিতি দেশে-বিদেশে সাগৰে-নগৰে ফুৰিবি কৈ ৷ লুইতৰে পানী যাবি অ’ বৈ লুইতৰে পানী যাবি অ’ বৈ Music… মাটিৰে দেহাটি এৰি জয়মতী জ্যোতিৰে দেহাটি …

Read more

জোনোৱালী নিশাৰ (Junuali Nixar) Lyrics

জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে Junuali Nixar Lyrics

জোনোৱালী নিশাৰ (Junuali Nixar) Lyrics গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় ? চকুৰ পাহিত কাৰ ছবি আঁকি যায় ? জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় ? চকুৰ পাহিত কাৰ ছবি আঁকি যায় ? Music… জিকি্​মিকি্ জিকি্​মিকি্ কাৰ সোণ পখিলাই নাচি নাচি আহি ৰুণুক জুনুককৈ নূপুৰ বজায় । জিকি্​মিকি্ জিকি্​মিকি্ …

Read more

গছে গছে পাতি দিলে Lyrics (Gose Gose Pati Dile)

গছে গছে পাতি দিলে Gose Gose Lyrics জ্যোতি সংগীত

গছে গছে পাতি দিলে (Gose Gose Pati Dile) গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত গছে গছে পাতি দিলে ফুলৰে শৰাই (ৰাম ৰাম) ফুলৰে শৰাই ফুলৰে শৰাই ফুলৰে শৰাই… গছে গছে পাতি দিলে ফুলৰে শৰাই (ৰাম ৰাম) ফুলৰে শৰাই ফুলৰে শৰাই ফুলৰে শৰাই… কলীয়া ভোমোৰা গুঞ্জৰী আহে, কলীয়া ভোমোৰা গুঞ্জৰী আহে, গুন্ধকে ধিয়াই(ৰাম ৰাম) গুন্ধকে ধিয়াই, গুন্ধকে ধিয়াই গুন্ধকে ধিয়াই, Music… কোনে গুলাপী সখীক …

Read more

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে – জ্যোতি সংগীত (Gawor Lora Gawe Gawe)

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে Lyrics জ্যোতি সংগীত

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে Lyrics গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি গাঁৱৰ ল’ৰা ৷ গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি গাঁৱৰ ল’ৰা ; গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম ৷ গাঁৱৰ ল’ৰা আগবাঢ়ি যাম …

Read more