আমাৰে সখিয়া আকুল বিয়াকুলে Lyrics

জ্যোতি সংগীত আমাৰে সখিয়া Amare Xokhiya Lyrics

[xyz-ihs snippet=”KDas-inArticle-abov-title”] আমাৰে সখিয়া Amare Xokhiya (Jyoti Sangeet) গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই অ’ সপোনৰ হাঁহিটি চাই সপোনত কোঁৱৰে আহুদি আনিলে মতলীয়া সখী খাই অ’ মতলীয়া সখী খাই । Music… দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই ফাগুনৰ বতাহে …

Read more

সেউজীয়া (জ্যোতি সংগীত) Xeujia Lyrics

সেউজীয়া Xeujia Lyrics

সেউজীয়া সেউজীয়া Xeujia Xeujia (Seujia Seujia) Lyrics গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত [xyz-ihs snippet=”KDas-responsive-in-post”] সেউজীয়া, সেউজীয়া… সেউজীয়া, সেউজীয়া… লানীকৈ ৰুলে ঐ গছৰ শাৰী সেউজী গছতে সোণৰ গুটি, লানীকৈ ৰুলে ঐ গছৰ শাৰী সেউজী গছতে সোণৰ গুটি, সেউজী গছতে সোণৰ গুটি লাগে হীৰাফুলে মাৰে পোহৰ ছাটি, সেউজী গছতে সোণৰ গুটি, সেউজীয়া, সেউজীয়া… Music… ভাটি দেশৰে কুলী ছোৱালী অ’… ভাটি দেশৰে কুলী ছোৱালী অ’… …

Read more

লুইতৰ আকাশত তৰাৰ তৰাৱলী (Luitor Akaxot) জ্যোতি সংগীত Lyrics

লুইতৰ আকাশত Lyrics

[xyz-ihs snippet=”KDas-inArticle-abov-title”] লুইতৰ আকাশত তৰাৰ তৰাৱলী Lyrics of Luitor Akaxot Torar Torawoli  গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত লুইতৰ আকাশত তৰাৰ তৰাৱলী লুইতৰ আকাশত তৰাৰ তৰাৱলী পাৰত দীপাৱলী তেজৰে মোৰ পাৰত দীপাৱলী তেজৰে মোৰ আই নাকান্দিবি… আই নাকান্দিবি থাপনাত তেজেৰে বন্তি দিছেহি সন্তানে আজি তোৰ, পাৰত দীপাৱলী তেজৰে মোৰ । লুইতৰ আকাশত তৰাৰ তৰাৱলী ।। Music… লাচিতৰ দিনৰে জলা জুয়েকুৰা আই অ’ নুমুৱা …

Read more

যাউতি যুগীয়া (Jauti Jugiya Dhone Mur O) জ্যোতি সংগীত Lyrics

যাউতি যুগীয়া জ্যোতি সংগীত Lyrics (Jauti Jugiya)

[xyz-ihs snippet=”KDas-inArticle-abov-title”] যাউতিযুগীয়া (Jauti Jugiya) গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন । প্ৰাণতে দিলা মোক মৰম কুমলীয়া মনত সোঁৱৰণী সুৱদীয়া বুকুত ভালে পোৱা অ’ মোৰ প্ৰাণ যাউতিযুগীয়া ধনে মোৰ অ’। যাউতিযুগীয়া ধন। Music… স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া কল্পনা পূৰাই দিলা মোক অ’ যাউতিযুগীয়া ধন সুখে বিনন্দীয়া মৰণতে বাকি সৰগী সপোন টোপনীতে …

Read more