নিচলা আইৰে ৰাভা সংগীত Lyrics | Rabha Sangeet Nichola Aaire

[xyz-ihs snippet=”KDas-inArticle-abov-title”]

গীত: নিচলা আইৰে (Nichola Aaire)

গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

গীতৰ শ্ৰেণীঃ ৰাভা সংগীত

নিচলা… আইৰে, নিচলা… আইৰে

আমি খাটি অসমীয়া

অসমী আইৰে আমি ছোৱালী ধুনীয়া

অসমী আইৰে আমি ছোৱালী ধুনীয়া,

ধৰণী শুৱাই থকা অতি মোহনীয়া

ধৰণী শুৱাই থকা অতি মোহনীয়া ।

 

নিচলা… আইৰে, নিচলা… আইৰে
আমি খাটি অসমীয়া
অসমী আইৰে আমি ছোৱালী ধুনীয়া
অসমী আইৰে আমি ছোৱালী ধুনীয়া,
ধৰণী শুৱাই থকা অতি মোহনীয়া
ধৰণী শুৱাই থকা অতি মোহনীয়া ।

নিচলা… আইৰে, নিচলা… আইৰে ।

Music…

খোপাত কপৌফুল হাতত জেতুকাৰ বোল
খোপাত কপৌফুল হাতত জেতুকাৰ বোল
মুখত পিকৰ বোল সজোৱা বোলোৱা
সজোৱা বোলোৱা

বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা
বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা ।

নিচলা… আইৰে, নিচলা… আইৰে
আমি খাটি অসমীয়া
অসমী আইৰে আমি ছোৱালী ধুনীয়া
অসমী আইৰে আমি ছোৱালী ধুনীয়া,
ধৰণী শুৱাই থকা অতি মোহনীয়া
ধৰণী শুৱাই থকা অতি মোহনীয়া ।

নিচলা… আইৰে, নিচলা… আইৰে

Music…

কবিতাৰে মোহচন্দ পাহৰি পেলোৱা অ’
পাহৰি পেলোৱা

কবিতাৰে মোহচন্দ পাহৰি পেলোৱা অ’
পাহৰি পেলোৱা

বিলাসিনীৰ বেশ ধৰি অগনি জ্বলোৱা

অ’ অগনি জ্বলোৱা

বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা,
বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা ।

নিচলা… আইৰে, নিচলা… আইৰে
আমি খাটি অসমীয়া
অসমী আইৰে আমি ছোৱালী ধুনীয়া
অসমী আইৰে আমি ছোৱালী ধুনীয়া

ধৰণী শুৱাই থকা অতি মোহনীয়া
ধৰণী শুৱাই থকা অতি মোহনীয়া ।

নিচলা আইৰে, নিচলা আইৰে, নিচলা আইৰে ।।

অন্যান্য ৰাভা সংগীতৰ Lyrics সমূহঃ

মোৰ জীৱনৰ আকাশতে

লগন উকলি গ’ল

আজি মন্দিৰ দুৱাৰ খোলা

মোৰ কবিতাৰ ছন্দ লাগি

Nichola Aaire Lyrics:

Song Name- Nichola Aaire

Lyrics- Kolaguru Bishnu Prasad Rabha

Category- Rabha Sangeet

Song Language- Assamese

Ratings:

0 / 5 5 6

Related Songs

ৰাভা সংগীত নিচলা আইৰে Lyrics

Leave a Comment

 

Share to: