অসমৰ ইতিহাসৰ বিষয়ে জানিব লগীয়া প্ৰশ্নোত্তৰ- Assam History Quiz

অসম ইতিহাস আৰু বুৰঞ্জীৰ (History of Assam) প্ৰশ্নোত্তৰ:

অসমৰ ইতিহাস আৰু বুৰঞ্জীৰ লগত জড়িত বিষয় সমূহৰ ওপৰত এলানি প্ৰশ্নোত্তৰ যুগুত কৰা হৈছে, ছাত্ৰ-ছাত্ৰী আৰু চাকৰী প্ৰত্যাশী সকলে এই প্ৰশ্নোত্তৰ সমূহ অনুশীলন কৰিলে বিভিন্ন লিখিত আৰু মৌখিক পৰীক্ষা সমূহত অৱতীৰ্ণ হওঁতে সহায়ক হ’ব ।

Assamese GK Questions Answers:

Subject: Assam’s History

Question 1. জয়দল কোনে নিৰ্মাণ কৰিছিল?

Ans: ৰুদ্ৰ সিংহই ৰূদ্ৰ সিংহ ।

Question 2. কোচ ৰাজবংশৰ প্ৰথম শাসক কোন আছিল?

Ans: বিশ্ব সিংহ ।

Finger Pointing to Assamese Quiz Name [কুইজ মেলা: অনলাইন অসমীয়া কুইজ প্ৰতিযোগিতা]

Question 3. শালস্তম্ভ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?

Ans: ৰজা শালস্তম্ভই ।

Question 4. প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল?

Ans: প্ৰাগজ্যোতিষপুৰ ।

Question 5. দানৱ ৰাজবংশ কোনে প্ৰতিস্থা কৰিছিল ?

Ans: মহীৰংগ দানৱে ।

Question 6. চুতীয়া ৰাজ্য কোনে প্ৰতিস্থা কৰিছিল?

Ans: বীৰপালে


অনলাইন অসমীয়া কুইজ প্ৰতিযোগিতাঃ

এনে প্ৰশ্ন আৰু উত্তৰৰ অনলাইন [Multiple Choice Question (MCQ)] কুইজত অংশ লৈ আপুনি আপোনাৰ বিভিন্ন বিষয়ত থকা জ্ঞান, অভিজ্ঞতা, আৰু পাৰদৰ্শিতাক নিজেই জুখি চাব পাৰিব । কুইজত অংশ লবৰ বাবে তলৰ লিংকটোত ক্লিক কৰিব ।

Click Here to Play Quiz


Question 7. শালস্তম্ভ বংশৰ শেষ ৰজা জনৰ নাম কি?

Ans: ত্যাগসিংহ

Question 8. চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ কেতিয়া আহিছিল ?

Ans: প্ৰায় ৬৪৩ খ্ৰীষ্টাব্দত ।

Question 9. অসমৰ মুঠ জিলাৰ সংখ্যা কিমান?

Ans: ৩৪ খন ।

Question 10. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

Ans: যোৰহাট

Question 11. দেওপাহাৰ পূৰাতাত্ত্বিক স্থান অসমৰ কোন জিলাত অৱস্থিত ?

Ans: গোলাঘাট জিলাত ।

Finger Pointing [কম্পিউটাৰত সহজে অসমীয়া কেনেকৈ লিখিব]

Question 12. কুৰুক্ষেত্র যুদ্ধত অংশ গ্ৰহণ কৰা পূৰণি অসমৰ ৰজাজন কোন আছিল ?

Ans: ৰজা ভগদত্ত ।

Question 13. কামৰূপ ৰাজ্যত বৰ্মণ বংশৰ  প্রতিষ্ঠা কোনে কৰিছিল ?

Ans: পুষ্য বৰ্মা ।

Question 14. পুৰণি কামৰূপৰ চাৰিভাগ কি কি ?

Ans: ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ ।

Question 15. আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক’ত প্ৰতিষ্ঠা কৰিছিল ?

Ans: চৰাইদেউ

Question 16. আহোম ৰাজত্বৰ শেষ ৰজাজন কোন আছিল ?

Ans: পুৰন্দৰ সিংহ

Question 17. ৰজা ভাস্কৰ বৰ্মনৰ দিনত অসমলৈ চীনা পৰিব্ৰাজক জন কোন আছিল?

Ans: হিউৱেন চাং

Question 18. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল ?

Ans: স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই

Finger Pointing [কম্পিউটাৰৰ বাবে প্ৰয়োজনীয় ছফ্‌টৱেৰ]

Question 19. ৰংঘৰ কোনে সজাইছিল ?

Ans: স্বৰ্গদেউ প্ৰমত্ত সিংহয়

Question 20. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল ?

Ans: ৰাম সিংহ ৷

Question 21. কোনজন অসমীয়াই বৃটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল ?

Ans: গোমধৰ কোঁৱৰে

Question 22. কেতিয়াৰ পৰা অসম বৃটিচৰ অধীনলৈ যায় ?

Ans: ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত

Question 23. কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?

Ans: নৰনাৰায়ণ ৷

Question 24. স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ পূৰ্বৰ নাম কি আছিল ?

Ans: লাই কোঁৱৰ

Question 25. পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল ?

Ans: ১৮৯৪ চনৰ ২৮ জানুৱাৰীত

Question 26. ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল ?

Ans: ৰঞ্জিত বৰপূজাৰী ।

Question 27. দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবিখন?

Ans: বৃষ্টি ।

Question 28. অসমৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয় ?

Ans: ১৯৪৮ চনত স্থাপিত হয়।

Question 29. কোনজন অসমীয়াক ৰূপকোঁৱৰ বোলা হয় ?

Ans: জ্যোতিপ্ৰসাদ আগৰৱালাক ৷

Question 30. নটসূৰ্য্য নামেৰে জনাজাত শিল্পী গৰাকী কোন আছিল ?

Ans: ফণী শৰ্মা ৷

Question 31. কোনজন অসমীয়াক কলাগুৰু আখ্যা দিয়া হয় ?

Ans: বিষ্ণুপ্ৰসাদ ৰাভা ৷

Question 32. বিহগী কবি হিচাপে কোনজন কবি জনজাত ?

Ans: ৰঘুনাথ চৌধৰী ৷

Question 33. লোকপ্ৰিয় নামেৰে কোনজন অসমীয়া বিখ্যাত ?

Ans: গোপীনাথ বৰদলৈ ৷

Question 34. কৰ্মবীৰ কোন ?

Ans: নবীনচন্দ্ৰ বৰদলৈ ৷

Question 35. দেশভক্ত কোনজন অসমীয়াক কোৱা হয় ?

Ans: তৰুণৰাম ফুকন ৷

Question 36. অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ নামে কোন জনজাত ?

Ans: আনন্দ চন্দ্ৰ আগৰৱালা ৷

Question 37. অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় আছে ?

Ans: গুৱাহাটীত

Question 38. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়ধীশ কোন ?

Ans: মীৰা শৰ্মা ৷

Question 39. অসমৰ প্ৰথম ষ্টেডিয়াম ক’ত নিৰ্মাণ কৰা হৈছিল ?

Ans: যোৰহাটত ।

Question 40. অসমৰ প্ৰথম মহিলা মূখ্যমন্ত্ৰী কোন আছিল ।

Ans: চৈয়দা আনোৱাৰা টাইমূৰ

Question 41. প্ৰথম অসমীয়া ৰাজ্যপালজন কোন ?

Ans: বিষ্ণুৰাম মেধি ৷

Question 42. প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন ?

Ans: ফকৰুদ্দিন আলি আহমেদ ৷

Question 43. অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন ?

Ans: চৈয়দা আনোৱাৰা টাইমুৰ ৷

Question 44. প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন আছিল ?

Ans: হলীৰাম ফুকন ৷

Question 45. অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ?

Ans: ছাৰ চালেহ মহম্মদ আকবৰ হাইদৰী ৷

Question 46. অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন ?

Ans: গোপীনাথ বৰদলৈ ৷

Updating…

Related Topics

Leave a Comment