অ’ অসমীয়া ডেকা দল ৰাভা সংগীত Lyrics (Rabha Sangeet)

গীত: অ’ অসমীয়া ডেকা দল (O Axomia Deka Dol)

গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

গীতৰ শ্ৰেণীঃ ৰাভা সংগীত

অ' অসমীয়া ডেকা দল ৰাভা সংগীত Lyrics

Play: 

অ’ অসমীয়া ডেকা দল, অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল, অ’ অসমীয়া ডেকা দল
আজি তোৰে তেজাল বদন মলিন কিয় হ’ল ?
মলিন কিয় হ’ল, মলিন কিয় হ’ল ?
অ’ অসমীয়া ডেকা দল…

Music…

দূৰ্গম নদ পাহাৰ গিৰী লম্ভিছিলে ডেকাগিৰী
সুন্দৰ শংকৰে লুৰি কৰিছিলে তল
দেখুৱাইছিল জগত জুৰি অসীম বাহুৰ বল
অ’ অসীম বাহুৰ বল

Short Music…

দেখুৱাইছিল জগত জুৰি অসীম বাহুৰ বল
অ’ অসীম বাহুৰ বল

সিয়ো যে তোৰ নাইকিয়া হ’ল

সিয়ো যে তোৰ নাইকিয়া হ’ল

সিয়ো যে তোৰ নাইকিয়া হ’ল

অ’ অসমীয়া ডেকা দল

Music…

কীৰ্তন দশম নামঘোষা
হওক আমাৰ শৌৰ্য, হওক আমাৰ শৌৰ্য

কীৰ্তন দশম নামঘোষা
হওক আমাৰ শৌৰ্য, হওক আমাৰ শৌৰ্য

নাটগীত নাম বৰগীত
হওক ৰণৰ তুৰ্য, হওক ৰণৰ তুৰ্য

আৰ্হি তেওঁৰ এই অসমৰ
হওক অসীম বীৰ্য, হওঁক অসীম বীৰ্য
হওক অসীম বীৰ্য

অসমীয়া সমনীয়া
আগবাঢ়ি যাওঁ ব’ল অ’ আগবাঢ়ি যাওঁ ব’ল

অসমীয়া সমনীয়া
আগবাঢ়ি যাওঁ ব’ল অ’ আগবাঢ়ি যাওঁ ব’ল

অ’ অসমীয়া ডেকা দল, অ’ অসমীয়া ডেকা দল

অ’ অসমীয়া ডেকা দল

অ’ অসমীয়া ডেকা দল 

——————-

O Axomia Deka Dol Lyrics:

Song Name- O Axomia Deka Dol

Lyrics- Kolaguru Bishnu Prasad Rabha

Category- Rabha Sangeet

Song Language- Assamese

অন্যান্য ৰাভা সংগীতৰ Lyrics সমূহঃ

আজলী ছোৱালী

মোৰ জীৱনৰ আকাশতে

লগন উকলি গ’ল

আজি মন্দিৰ দুৱাৰ খোলা

মোৰ কবিতাৰ ছন্দ লাগি

নাহৰ ফুলে নুশুৱাই

অ’ অসমীয়া ডেকা দল (O Axomia Deka Dol)

Ratings:

0 / 5 5 2

Related Songs

Leave a Comment