Download Assamese Dictionary Xobdo for Windows 10, 7 (শব্দ অভিধান)

Assamese Dictionary Xobdo download

Xobdo Logo (Image source: xobdo.org)আজিৰ এই লেখাটোত মই এটা অসমীয়া অভিধানৰ ছফ্‌টৱেৰ (Assamese Dictionary Software) অৰ বিষয়ে লিখিবলৈ লৈছোঁ, যিটো অতি সহজে অপোনাৰ কম্পিউটাৰটোত Install কৰি ল’ব পাৰিব আৰু যাৰ জৰিয়তে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে শব্দ অৰ্থ বিচাৰিব পাৰিব । এই অসমীয়া শব্দ অৰ্থৰ অভিধান বা অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ ছফ্‌টৱেৰটোৰ নাম হৈছে ‘শব্দ’ (ইংৰাজীত Xobdo)। আমি লিখা-মেলা কৰোঁতে প্ৰায়েই নতুন নতুন শব্দৰ মুখা-মুখি …

Read more

Download Lachit Assamese Keyboard- লাচিত অসমীয়া কী-ব’ৰ্ড এপ

Lachit Assamese Keyboard download লাচিত অসমীয়া কী-ব'ৰ্ড

বৰ্তমান সময়ত বিভিন্ন প্ৰকাৰৰ স্মাৰ্টফোন আমি ব্যৱহাৰ কৰোঁ আৰু এই স্মাৰ্টফোন সমুহ অমাৰ দৈনন্দিন জীৱনৰ এক অভিন্ন ইলেইট্ৰনিক আহিলা (Electronic Gadget) হৈ পৰিছে ৷ এই স্মাৰ্টফোন সমুহৰ যোগেদি কথাবাৰ্তা আদান প্ৰদান কৰাৰ উপৰিও আন আন বহুতু সেৱা আৰু সুবিধা গ্ৰহণ কৰিব পাৰি ৷ যেনে ক্ষিপ্ৰ ইণ্টাৰনেট সেৱা, বেৱ ৱ্ৰাউজিং, ই-মেইল, ফেচবুক, টুইটাৰ, বিভিন্ন প্ৰকাৰৰ মেচেঞ্জাৰৰ ব্যৱহাৰ আদি বিভিন্ন সুবিধা উপভোগ কৰিব পাৰি ৷ [জনপ্ৰিয় বিষয়: …

Read more

Download Avro Keyboard to Write Assamese অভ্ৰ অসমীয়া কীব’ৰ্ড

Download Avro keyboard software to Write Assamese

What is Avro Keyboard (অভ্ৰ কী ব’ৰ্ড কি): বৰ্তমান সময়ত কম্পিউটাৰত অসমীয়া আখৰ লিখিবৰ বাবে বিভিন্ন ধৰণৰ চফ্‌টৱেৰ পোৱা যায়। তাৰ ভিতৰত “অভ্ৰ কী ব’ৰ্ড” (Avro Keyboard) নামৰ চফ্‌টৱেৰটো উল্লেখযোগ্য। এই “অভ্ৰ কী ব’ৰ্ড” হৈছে এক Unicode Keyboard App যাক নিৰ্মাণ কৰিছে বাংলাদেশত অৱস্থিত Omicronlab নামৰ এটা ছফ্‌টৱেৰ নিৰ্মান প্ৰতিষ্ঠানে কম্পিউটাত বাংলা ভাষা লিখিবৰ বাবে আৰু এই অভ্ৰ কী ব’ৰ্ড সম্পুৰ্ণ বিনামূল্যে ব্যৱহাৰ কৰিব পাৰি। …

Read more

ChatGPT কি, ই কেনেদৰে কাম কৰে, ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব

ChatGPT কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব - ChatGPT in Assamese

আজিৰ এই লেখাটোত ChatGPT (চাটজিপিটি) কি, ই কেনেদৰে কাম কৰে আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি এই বিষয়ে কিছু কথা আলোচনা কৰা হৈছে । (ChatGPT in Assamese) চাটজিপিটি (ChatGPT): এক কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন প্ৰযুক্তি: শেহতীয়া বছৰকেইটাত Artificial Intelligence বা কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ব্যৱহাৰ আমাৰ দৈনন্দিন জীৱনত ক্ৰমান্বয়ে অধিক হ’বলৈ ধৰিছে ।এই প্ৰযুক্তিসমূহে আমাক অধিক স্বাভাৱিক কথোপকথনৰ ধৰণেৰে মেচিনৰ সৈতে বাৰ্তালাপ বা কাম কৰিবলৈ সুবিধা প্ৰদান …

Read more

আজিৰ অসমীয়া বাতৰি কাকত সমূহৰ অনলাইন সংস্কৰণৰ লিংক (e Paper)

আজিৰ অসমীয়া বাতৰি কাকত

ৰাতিপুৱাৰ চাহকাপৰ লগত বাতৰি কাকত খন পঢ়াৰ সোৱাদ কি সেয়া নিশ্চয় কব নালাগে, বুজা জনে বুজিব ৷ পিছে প্ৰযুক্তি বিদ্যাৰ প্ৰসাৰৰ লগে কাগজৰ ডাঙৰ ডাঙৰ পৃষ্ঠাবোৰ আমাৰ মাজৰ পৰা লাহে লাহে হেৰাই গৈছে আৰু আমাৰ প্ৰিয় দৈনিক বা সাপ্তাহিক অসমীয়া বাতৰি কাকত খনেও ঠাই লৈছে আমাৰ স্মাৰ্টফোন বা কম্পিউটাৰটোৰ স্ক্ৰীনত ৷ আৰু বৰ্তমান আপুনি বাতৰি কাকত বিলোৱা হকাৰ জন অহালৈও বাটচাব নালাগে ৷ কাৰণ এতিয়া …

Read more

অস্ত আকাশৰে Lyrics – ভূপেন হাজৰিকা (Asto Akaxore)

অস্ত আকাশৰে Lyrics

গীত: অস্ত আকাশৰে গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত অস্ত আকাশৰে Lyrics: অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায় । অস্ত আকাশৰে সপোন ৰহণ সানি ।। Music… কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে ময়ূৰপংখী ৰহণবোৰ দিয়ে ছটিয়ায় । Music… দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস কত যুগৰ, শত আশা-নিশাৰে …

Read more