Browser অৰ Incognito window কি আৰু ইয়াক কিয় ব্যৱহাৰ কৰিব লাগে

ইনকগনিটো উইণ্ড' কি What is Incognito Window and why we would use

ইনকগনিটো উইণ্ড’ কি (Incognito Window): যেতিয়া আমি Google Chrome অৰ দৰে ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰি ইন্টাৰনেটত যিকোনো তথ্য বিচাৰো বা যিকোনো ৱেবছাইট খোলে, তেতিয়া আমি ব্ৰাউজাৰটোত কৰা কামবোৰৰ তথ্যবোৰ, যেনে আমি ব্ৰাউজাৰটোৰ জৰিয়তে কোনটো website খুলি কি কি পঢ়িলোঁ বা চালোঁ ইত্যাদি ডাটাবোৰ ব্ৰাউজাৰটোৱে কম্পিউটাৰটোত save কৰি ৰাখে । এই save কৰি ৰখা ডাটাবোৰ হ’ল যেনে Browsing History, Cookies, Typing History, Search History, আদি । …

Read more

কম্পিউটাৰ কীবৰ্ড চৰ্টকাট কি আৰু কিয় ব্যৱহাৰ কৰা হয়

কীবৰ্ড চৰ্টকাট কি What is computer Keyboard Shortcut

কম্পিউটাৰ কীবৰ্ড চৰ্টকাট (Computer Keyboard Shortcuts): Computer Keyboard Shortcuts শব্দটো প্ৰতিজন কম্পিউটাৰ ব্যৱহাৰকাৰীৰ বাবে এটা পৰিচিত শব্দ, সেয়া লাগিলে কম্পিউটাৰৰ ন-শিকাৰুৱে হওক বা পেছাদাৰী কম্পিউটাৰ ব্যৱহাৰকাৰীয়ে হওক। কিন্তু নতুনকৈ কম্পিউটাৰ শিকা লোক সকলে এই বিষয়টোৰ লগত গভীৰ ভাৱে পৰিচিত নহয় আৰু বেছি ভাগেই কম্পিউটাৰ কীবৰ্ড চৰ্টকাটৰ ব্য়ৱহাৰ আৰু প্ৰয়োজনীয়তাৰ বিষয়ে ভালদৰে নাজানে। এই লেখাটোত মই কম্পিউটাৰৰ কীবৰ্ড চৰ্টকাট (Keyboard Shortcut) কি, ইয়াৰ ব্যৱহাৰ আৰু ব্যৱহাৰৰ …

Read more

অসমৰ ইতিহাসৰ বিষয়ে জানিব লগীয়া প্ৰশ্নোত্তৰ আৰু কুইজ

Assam History Quiz Question Answer

অসম ইতিহাস আৰু বুৰঞ্জীৰ (History of Assam) প্ৰশ্নোত্তৰ: অসমৰ ইতিহাস আৰু বুৰঞ্জীৰ লগত জড়িত বিষয় সমূহৰ ওপৰত এলানি প্ৰশ্নোত্তৰ যুগুত কৰা হৈছে, ছাত্ৰ-ছাত্ৰী আৰু চাকৰী প্ৰত্যাশী সকলে এই অসম ইতিহাসৰ এই প্ৰশ্ন উত্তৰ সমূহ অনুশীলন কৰিলে বিভিন্ন লিখিত আৰু মৌখিক পৰীক্ষা সমূহত অৱতীৰ্ণ হওঁতে সহায়ক হ’ব । Assamese GK Questions Answers: Subject: Assam’s History প্ৰশ্ন 1. জয়দল কোনে নিৰ্মাণ কৰিছিল? উত্তৰ: ৰুদ্ৰ সিংহই ৰূদ্ৰ সিংহ …

Read more

অসমীয়া কুইজ | Play Assamese Quiz Online

Quiz In Assamese | Play Online Quiz in Assam অসমীয়া কুইজ | General knowledge Quiz

কুইজ কি – What is quiz? কুইজ (Quiz) হ’ল প্ৰশ্নোত্তৰৰ এক প্ৰতিযোগিতা যাৰ সহায়ত ব্যক্তিৰ বিভিন্ন বিষয়ৰ ওপৰত থকা দখল আৰু জ্ঞানৰ পৰীক্ষা লোৱা হয় ৷ কুইজৰ প্ৰতিযোগিতা সমূহত সাধাৰণতে প্ৰতিযোগীক ছুটি ছুটি সোধা হয় যিবোৰৰ উত্তৰ এটা দুটা শব্দ ব্যৱহাৰ কৰিয়ে দিব পাৰি ৷ প্ৰতিযোগিতাৰ কুইজ সমূহ যিকোনো এটা ধৰাবন্ধা বিষয় যেনে সাহিত্য, ৰাজনীতি, ক্ৰীড়া জগত, ভাষাজ্ঞান, বিজ্ঞান আদি নিৰ্দিষ্ট বিষয়ৰ ওপৰতো অনুস্থিত কৰা …

Read more

Lachit Assamese Keyboard for Android – লাচিত অসমীয়া কী-ব’ৰ্ড এপ

Lachit Assamese Keyboard download লাচিত অসমীয়া কী-ব'ৰ্ড

বৰ্তমান সময়ত বিভিন্ন প্ৰকাৰৰ স্মাৰ্টফোন আমি ব্যৱহাৰ কৰোঁ আৰু এই স্মাৰ্টফোন সমুহ অমাৰ দৈনন্দিন জীৱনৰ এক অভিন্ন ইলেইট্ৰনিক আহিলা (Electronic Gadget) হৈ পৰিছে ৷ এই স্মাৰ্টফোন সমুহৰ যোগেদি কথাবাৰ্তা আদান প্ৰদান কৰাৰ উপৰিও আন আন বহুতু সেৱা আৰু সুবিধা গ্ৰহণ কৰিব পাৰি ৷ যেনে ক্ষিপ্ৰ ইণ্টাৰনেট সেৱা, বেৱ ৱ্ৰাউজিং, ই-মেইল, ফেচবুক, টুইটাৰ, বিভিন্ন প্ৰকাৰৰ মেচেঞ্জাৰৰ ব্যৱহাৰ আদি বিভিন্ন সুবিধা উপভোগ কৰিব পাৰি ৷ [জনপ্ৰিয় বিষয়: …

Read more

Read Todays Assamese Newspapers Online FREE- Daily ePapers

Read Assamese Newspaper today

Read today’s all leading Assamese newspapers (আজিৰ অসমীয়া বাতৰি কাকত) for free. Here is the list of all the popular daily Assamese newspapers and you can read the e-paper version of these newspapers online for free. Simply click or tap on the newspaper you want and read it on your mobile or computer screen. Read Your Favourite daily Newspaper (e-Paper) Online and stay updated with …

Read more