অসমীয়া বিপৰীত শব্দৰ তালিকা – Assamese Opposite Word List

অসমীয়া বিপৰীত শব্দ Assamese Opposite Words

বিপৰীত শব্দ কি? কোনো এটা শব্দৰ বিপৰীত অৰ্থ বুজাবলৈ ব্যৱহাৰ কৰা শব্দ সমূহক অসমীয়াত বিপৰীত শব্দ (Biporit Xobdo) বা বিপৰীতাৰ্থক শব্দ আৰু ইংৰাজীত Opposite word বা Antonym বোলে ৷ এনে ক্ষেত্ৰত প্ৰতিটো বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ এটা আনটোৰ বিপৰীত শব্দ হৈ পৰে ৷ যেনে দিবাৰ অসমীয়া বিপৰীত শব্দ নৈশ সেয়ে নৈশৰ বিপৰীত শব্দ হ’ব দিবা, দোষৰ বিপৰীত শব্দ গুণ আৰু গুণৰ বিপৰীত শব্দ হ’ব …

Read more

আজিৰ অসমীয়া প্ৰতিদিন বাতৰি কাকত- Asomiya Pratidin Epaper

Read Asomiya Pratidin Today অসমীয়া প্ৰতিদিন আজিৰ

“অসমীয়া প্ৰতিদিন” (ইংৰাজী: Asomiya Pratidin) অসমীয়াৰ এক পৰিচিত নাম। অসমীয়া দৈনিক বাতৰি কাকত বুলি কলেই পোনপ্ৰথমে প্ৰতিদিন কাকত খনৰ নামটোকে আমাৰ মনলৈ আহে । এইখন হ’ল অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত সমূহৰ ভিতৰত এখন। এই দৈনিক বাতৰি কাকত খন প্ৰথম প্ৰকাশ পায় ১৯৯৫ চনত আৰু ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল অজিত কুমাৰ ভূঞা আৰু স্বৰ্গীয় পৰাগ কুমাৰ দাস আছিল প্ৰথম কাৰ্য্যবাহী সম্পাদক। অসমৰ সকলো চুক-কোণৰ বাতৰি …

Read more

How Use Avro Keyboard to Write Assamese অভ্ৰ অসমীয়া কীব’ৰ্ড

Download Avro keyboard software to Write Assamese

What is Avro Keyboard (অভ্ৰ কী ব’ৰ্ড কি): বৰ্তমান সময়ত কম্পিউটাৰত অসমীয়া আখৰ লিখিবৰ বাবে বিভিন্ন ধৰণৰ চফ্‌টৱেৰ পোৱা যায়। তাৰ ভিতৰত “অভ্ৰ কী ব’ৰ্ড” (Avro Keyboard) নামৰ চফ্‌টৱেৰটো উল্লেখযোগ্য। এই “অভ্ৰ কী ব’ৰ্ড” হৈছে এক Unicode Keyboard App যাক নিৰ্মাণ কৰিছে বাংলাদেশত অৱস্থিত Omicronlab নামৰ এটা ছফ্‌টৱেৰ নিৰ্মান প্ৰতিষ্ঠানে কম্পিউটাত বাংলা ভাষা লিখিবৰ বাবে আৰু এই অভ্ৰ কী ব’ৰ্ড সম্পুৰ্ণ বিনামূল্যে ব্যৱহাৰ কৰিব পাৰি। …

Read more

ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়, শিক্ষা, কৰ্মজীৱনৰ কিছু তথ্য

Brief details of Dr. Bhupen Hazarika in Assamese ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়ঃ ড° ভূপেন হাজৰিকা দেৱৰ চমু পৰিচয় (A brief details of Dr. Bhupen Hazarika) সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আছিল অসমৰ কলা-সংস্কৃতিৰ জগতখনৰ এজন অদ্বিতীয় ব্যক্তি তথা সমগ্ৰ ভাৰতবৰ্ষতে পৰিচিত এক প্ৰতিভাশালী সাংস্কৃতিক সত্বা।  তেখেত আছিল সু-গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ অধ্যাপক, চলচ্চিত্ৰ পৰিচালক, আলোচনীৰ সম্পাদক আৰু ৰাজনীতিবিদ। অসমৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্য লগতে বাংলাদেশতো ভূপেন হাজৰিকা দেৱৰ …

Read more

ChatGPT কি, ই কেনেদৰে কাম কৰে, ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব

ChatGPT কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব - ChatGPT in Assamese

আজিৰ এই লেখাটোত ChatGPT (চাটজিপিটি) কি, ই কেনেদৰে কাম কৰে আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি এই বিষয়ে কিছু কথা আলোচনা কৰা হৈছে । (ChatGPT in Assamese) চাটজিপিটি (ChatGPT): এক কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন প্ৰযুক্তি: শেহতীয়া বছৰকেইটাত Artificial Intelligence বা কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ব্যৱহাৰ আমাৰ দৈনন্দিন জীৱনত ক্ৰমান্বয়ে অধিক হ’বলৈ ধৰিছে ।এই প্ৰযুক্তিসমূহে আমাক অধিক স্বাভাৱিক কথোপকথনৰ ধৰণেৰে মেচিনৰ সৈতে বাৰ্তালাপ বা কাম কৰিবলৈ সুবিধা প্ৰদান …

Read more

500 টকাৰে কিনিব পৰা 20 টা আকৰ্ষণীয় Gadgets অৰ উপহাৰ

বিভিন্ন উপলক্ষ্যত প্ৰিয় জনক বিভিন্ন সামগ্ৰী উপহাৰ দিয়াৰ নিয়ম অতীজৰে পৰা চলি আহিছে । এই আধুনিক যুগত মানুহে পৰম্পৰাগত সামগ্ৰীৰ পৰিৱৰ্তে বিভিন্ন বৈদ্যুতিক আহিলা (Electronic Gadgets)  উপহাৰ স্বৰূপে দিবলৈ ভাল পায়। বিশেষকৈ যুৱক-যুৱতী সকলৰ মাজত Electronic Gadgets উপহাৰ স্বৰূপে দিয়াৰ হেপাহ বেছি দেখা যায । কিছুলোকে উপহাৰ দিবলৈ এই Gadgets বোৰ অতি দামী বুলি ভাবে যদিও আচলতে ৫০০ টকাৰ তলত যথেষ্ট সংখ্যক ইলেক্ট্ৰনিক আহিলা বা …

Read more