আমাৰ কম্পিউটাৰ ত Install কৰিবলগীয়া প্ৰয়োজনীয় ছফ্‌টৱেৰ

Important software for PC

কম্পিউটাৰত থাকিব লগীয়া কেইটামান অতি প্ৰয়োজনীয় ছফ্‌টৱেৰ: তথ্য-প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে লগে সকলো দিশতে কম্পিউটাৰৰ ব্যৱহাৰ হবলৈ ধৰিছে। সৰু- ডাঙৰ সকলো উদ্যোগ প্ৰতিস্থান, ব্যৱসায় বাণিজ্য, অনুষ্ঠান-প্ৰতিস্থানৰ লগতে বৰ্তমান প্ৰায় সকলো মানুহৰ ঘৰে ঘৰে কম্পিউটাৰৰ (Personal Computer) ব্যৱহাৰ ব্যাপক ভাবে হৈছে। কিছুমানে নিজৰ সন্তানক কম্পিউটাৰ শিক্ষা প্ৰদানৰ বাবে. কিছুমানে ব্যক্তিগত ব্যৱসায়-বাণিজ্যৰ হিচাপ-নিকাচৰ বাবে, আন কিছুমানে মনোৰঞ্জনৰ বাবে কম্পিউটাৰৰ ব্যৱহাৰ কৰে দেখা যায়। Essential Software for PC: …

Read more

পাই ক্ৰিপ্টোকাৰেঞ্চী Pi cryptocurrency ৰ বিষয়ে কিছু কথা

Mine Pi Cryptocurrency

পাই ক্ৰিপ্টোকাৰেঞ্চী (Pi cryptocurrency) ৰ বিষয়ে কিছু কথা । What is Pi Network and Pi Coin: Learn in Assamese বৰ্তমান সময়ত বিনিময় ব্যৱস্থাত ক্ৰিপ্টোকাৰেঞ্চী এক বহু চৰ্চিত বিষয় হৈ পৰিছে ৷ অৱশ্যে ভাৰতবৰ্ষত ইয়াৰ ব্যৱহাৰ একেবাৰেই কম বুলি কলেও ভুল নহ’ব ৷ ক্ৰিপ্টোকাৰেঞ্চী (ইংৰাজীত cryptocurrency) হ’ল এক virtual আৰু স্বতন্ত্ৰ মুদ্ৰা ব্যৱস্থা, যাৰ কোনো মালিক নাই আৰু প্ৰচলিত পইচাৰ দৰে ক্ৰিপ্টো কাৰেঞ্চীৰ কোনো ৰূপ নাই …

Read more