পাই ক্ৰিপ্টোকাৰেঞ্চী Pi cryptocurrency ৰ বিষয়ে কিছু কথা

[xyz-ihs snippet=”KDas-inArticle-abov-title”]

পাই ক্ৰিপ্টোকাৰেঞ্চী (Pi cryptocurrency) ৰ বিষয়ে কিছু কথা ।

পাই ক্ৰিপ্টোকাৰেঞ্চী কি
পাই ক্ৰিপ্টোকাৰেঞ্চী

বৰ্তমান সময়ত বিনিময় ব্যৱস্থাত ক্ৰিপ্টোকাৰেঞ্চী এক বহু চৰ্চিত বিষয় হৈ পৰিছে ৷ অৱশ্যে ভাৰতবৰ্ষত ইয়াৰ ব্যৱহাৰ একেবাৰেই কম বুলি কলেও ভুল নহ’ব ৷ ক্ৰিপ্টোকাৰেঞ্চী (ইংৰাজীত cryptocurrency) হ’ল এক virtual আৰু স্বতন্ত্ৰ মুদ্ৰা ব্যৱস্থা, যাৰ কোনো মালিক নাই আৰু প্ৰচলিত পইচাৰ দৰে ক্ৰিপ্টো কাৰেঞ্চীৰ কোনো ৰূপ নাই অৰ্থাত ইয়াক স্পৰ্শ কৰিব নোৱাৰি, ই হ’ল এক আভাসী মুদ্ৰা যাক মাত্ৰ computer বা আন আন ডিজিটেল মাধ্যমৰ সহায়তহে লেন-দেন কৰিব পাৰি ৷ সৰল ভাষাত ক’বলৈ গ’লে ই হ’ল ডিজিটেল ৰূপত থকা মুদ্ৰা ৷

Cryptocurrency আহৰণৰ প্ৰক্ৰিয়াটোক “মাইনিং” কৰা বুলি কয় ৷ আৰু এই crypto mining process বা আহৰণ প্ৰক্ৰিয়া কেৱল উচ্চ ক্ষমতা সম্পন্ন কম্পিউটাৰ সহায়তহে কৰিব পাৰি ৷  বৰ্তমান বিশ্বত বহুল ভাৱে প্ৰচলিত এক cryptocurrency হ’ল Bitcoin. বৰ্তমান এটা Bitcoinৰ মুল্য ভাৰতীয় টকাৰ হিচাপত প্ৰায় 30 লাখ টকা ৷ Bitcoinৰ সমান্তৰালভাৱে আন কেইবাটাও cryptocurrency বৰ্তমান উপলব্ধ ৷

Pi Cryptocurrency – পাই ক্ৰিপ্টোকাৰেঞ্চী:

এতিয়া আজিৰ বিষয়লৈ আহোঁ :

এই Cryptocurrency ৰ বজাৰত নতুনকৈ খোজ পেলাইছে এক নতুন virtual মুদ্ৰা ব্যৱস্থাই, যাৰ নাম Pi cryptocurrency বা Pi coin. এই নতুন Crypocurrencyৰ টোৰ সমগ্ৰ প্ৰক্ৰিয়াটোক Pi Network বুলি জনা যায় ৷ Bitcoinঅৰ দৰে Pi ও এক cryptocurrency ৷ অৱশ্যে Pi coin অক বৰ্তমান cryptocurrency বুলি ক’ব নোৱাৰি৷ কাৰণ বৰ্তমানলৈকে ইয়াৰ প্ৰচলন আৰু ব্যৱহাৰ হোৱা নাই, সেয়ে বৰ্তমান সময়ত ইয়াৰ কোনো মূল্যও নাই ৷ যিহেতু বৰ্তমান Pi (coin) ৰ mining (আহৰণ) ৰ কামহে হৈ আছে ৷ ব্যৱহাৰ যোগ্য হ’লেহে ইয়াৰ মূল্য নিৰ্ধাৰণ হ’ব ৷ কিন্তু ভবিষ্যতে ইয়াৰ মূল্য কিমান হ’ব, বাঢ়িব নে কমিব সেয়া কোনেও ক’ব নোৱাৰে ৷

কিন্তু এটা কথা মনত ৰাখিব লাগিব যে যিটো Bitcoinৰ বৰ্তমানৰ মূল্য প্ৰায় 30 35 লাখ টকা, 10 বছৰৰ আগত তাৰ মূল্য আছিল মাত্ৰ 21 পইচা (0.21 paisa) ৷ গতিকে Pi যদি ভৱিষ্যতে আন ক্ৰিপ্টোকাৰেঞ্চীৰ বিশ্বত প্ৰচলিত হয় আৰু ইয়াৰ ভৱিষ্যত মূল্য যদি উৰ্ধগামী হয় তেন্তে ইও Bitcoinৰ দৰে মহা মূল্যবান নহ’লেও আন আন ক্ৰিপ্টোকাৰেঞ্চিৰ দৰে নিশ্চয় এক মূল্যৱান ক্ৰিপ্টোকাৰেঞ্চিত পৰিণত হ’ব ৷

মোবাইল ফোনতে Crypto Mining সম্ভৱনে?

এইখিনিতে এটা প্ৰশ্নৰ উদয় হয় যে আপোনাৰ মোবাইল ফোনতে ক্ৰিপ্টো মাইনিং কৰাটো সম্ভৱনে ? ওপৰতে উল্লেখ কৰিছোঁ যে ক্ৰিপ্টো মাইনিঙৰ বাবে যথেষ্ট উচ্চ ক্ষমতা সম্পন্ন কম্পিউটাৰৰ প্ৰয়োজন হয় ৷ যিহেতু ক্ৰিপ্টো মাইনিঙৰ সময়ত বহুতো জতিল গাণিতিক সমস্যা সমাধান কৰিব লগীয়া হয়, যিবোৰ মাত্ৰ এনে কম্পিউটাৰতহে সম্ভৱ ৷ আৰু সেয়েহে ক্ৰিপ্টো মাইনিং কৰোতে যথেষ্ট বৈদ্যুতিক শক্তিৰ খৰচ হয় ৷ সেয়েহে মোবাইল ফোন এটাৰ যোগেদি ক্ৰিপ্টো মাইনিং কৰাটো এক প্ৰকাৰ অসম্ভৱ যেন লাগে। কিন্তু Pi Network অৰ Developer সকলৰ মতে, যিহেটো প্ৰচলিত ক্ৰিপ্টো মাইনিং (Cryptocurrency Mining) প্ৰক্ৰিয়াত বহু পৰিমানৰ বিদ্যুতৰ খৰচ হয় যাৰ ফলত প্ৰত্যক্ষ বা পৰোক্ষভাৱে পৰিবেশ প্ৰদুষণ হয়, সেয়েহে বৃহৎ পৰিমানৰ বিদ্যুতৰ খৰচ নকৰাকৈ যাতে ম’বাইলটোৰ যোগেদিয়েই crypto mining কৰিব পাৰি তাৰ বাবেই Pi Network বা Pi coin ব্যৱস্থাৰ আবিষ্কাৰ আৰু প্ৰচলন কৰা হৈছে ৷

[xyz-ihs snippet=”KDas-inArticle-in-post”]

Pi Developer সকলে এই কথাৰ দাবী কৰিলেও সঁচাকৈ যে মোবাইলৰ যোগেদি Cryptocurrency mining সম্ভৱ হব সেয়া এশ শতাংশই (100%) শুদ্ধ হ’ব বুলি ধৰি ল’ব নোৱাৰি ৷

Pi যিহেতু এটা অতি নতুন cryptocurrency ব্যৱস্থা, গতিকে বহুতে ইয়াৰ নিৰ্ভৰযোগ্যতা, ভবিষ্যত নিৰাপত্তা আদিক লৈও বহুলোকে সন্দেহ প্ৰকাশ কৰিছে ৷ অৱশ্যে বৰ্তমান বিশ্বৰ প্ৰায় 30 মিলিয়ন (3 কোটি) ৰ অধিক লোকে (Pioneer) Pi আহৰণ কৰি আছে আৰু 100 মিলিয়ন ব্যৱহাৰ কাৰী হ’লেই নতুন সদস্য ভৰ্ত্তি বন্ধ হৈ যাব পাৰে ৷ যি সকলে প্ৰথমতে registration কৰিছে তেওঁলোকে বেছিকৈ Pi মুদ্ৰা আহৰণ কৰিব পাৰিব আৰু দেৰি কৰা সকলৰ ভাগত কমকৈ পৰিব ৷

যদিহে আপুনিও এই মুদ্ৰা ব্যৱস্থাত অংশ ল’ব বিচাৰে তেন্তে আজিয়েই অংশ লওক ৷ কাৰণ ইয়াত আপুনি হেৰুৱাব লগীয়া একো নাই ৷ মাত্ৰ দিনে প্ৰতি আপোনাৰ ম’বাইলৰ 1% মান বেটেৰি আৰু 1 mb মান ডাটা খৰচ হ’ব ৷ যদি ভবিষ্যতে Pi coin ৰ  মূল্য নাবাঢ়ে তেন্তে আপোনাৰ বিশেষ একো ক্ষতি নহয় ৷ কিন্তু, যদি Bit coinৰ দৰে ইয়াৰ মূল্য উৰ্দ্ধগামী হয়, তেন্তে আপোনাৰ হাতত থকা Pi coin কেইটাৰে বিশ্ব ভ্ৰমণ কৰি আহিব পাৰিব সপৰিয়ালে ৷ এইটো কোনো Business নহয়, মাত্ৰ নতুনকৈ আৰম্ভ হোৱা এক অৰ্থব্যৱস্থা ৷ Pi appৰ সহায়ত ম’বাইল ফোনতে Pi coin আহৰণ কৰিব পাৰি ৷

তলত এটা লিংক শ্বেয়াৰ কৰিছোঁ, এই লিংকটোৰ সহায়েৰে আপুনিও এই মুদ্ৰা ব্যৱস্থাত অংশগ্ৰহণ কৰিব পাৰিব ৷  এই লিংকটোৰ জৰিয়তে প্ৰথমে আপুনি Pi এপটো Download কৰি ফোনত install কৰি ল’ব ৷ তাৰ পিছত আৰম্ভ হ’ব ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া ৷ এতিয়া ফোন নম্বৰ আৰু পাছৱৰ্ড দিব, নিজৰ সম্পূৰ্ণ নাম (সম্পুৰ্ণ নাম শুদ্ধকৈ) দিব লাগে আৰু তাৰ পাছত Referral code দি register কৰিব ৷ ৰেজিষ্ট্ৰেচন কৰোঁতে Kmd77 referral code টো ব্যৱহাৰ কৰিব ৷ তেতিয়া আপুনি মোৰ পৰা এক (১) Pi coin লাভ কৰিব আপোনাৰ একাউণ্টত ৷ অৱশ্যে এই লিংকযোগে আপুনি ৰেজিষ্ট্ৰেচন কৰিলে মোৰ Mining খৰতকীয়া হোৱাত সামান্যতম সহায়ক হ’ব ৷ আপুনি সফল ভাৱে Pi Application টো Install কৰি লোৱাৰ পিছত এই App টোৱে আপুনা-আপুনি Pi Coin আহৰণ কৰিব পাৰিব । 

Pi এপটোত আপোনাৰ সফল ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত App টোত থকা Invite option টোৰ জৰিয়তে আপুনি আপোনাৰ বন্ধু বৰ্গ বা পৰিয়ালৰ মাজত আপোনাৰ Referral Link শ্বেয়াৰ কৰিব পাৰিব । আৰু আপোনাৰ Referral Link অৰ যোগেদি যদি কোনোৱে Pi App টো Install কৰি Mining কৰে তেন্তে আপোনাৰ Pi Coin আহৰণ প্ৰক্ৰিয়া কিছু খৰতকীয়া হ’ব ।

ইয়াৰ পিছত আপোনাৰ কৰিব লগীয়া একমাত্ৰ কাম হ’ল প্ৰতি 24 ঘণ্টাৰ মুৰে মুৰে Pi app টো খুলি বিজুলীৰ (Thunder) চিনটোত এবাৰ ক্লিৰ কৰিব লাগে ৷ 

Pi আহৰণ প্ৰক্ৰিয়াটো এটা দীৰ্ঘম্যাদী প্ৰক্ৰিয়াঃ

Pi আহৰণ প্ৰক্ৰিয়াটো কিছু দীঘল । অৰ্থাৎ, আপুনি আজি আহৰণ কৰা Pi সমুহৰ পৰা আজি কালিৰ ভিতৰতে একো লাভালাভ বা ফলাফল লাভ কৰিব নোৱাৰে । কাৰণ, Pi ৰ নুন্যতম মূল্য নিৰ্ধাৰণ হ’বলৈ আমি হয়টো আৰু কিছু বছৰ অপেক্ষা কৰিব লাগিব । অৰ্থাৎ, আৰু কিছু বছৰৰ পাছতহে আপোনাৰ হাতত জমা হোৱা Pi Coin সমুহ কোনো এক মূল্যৰ বিনিময়ত বেছিব বা আদান-প্ৰদান কৰিব পাৰিব । কিন্তু অৰ্থনীতি বিশেষজ্ঞ সকলে আশা কৰা মতে, 2025 চন মানলৈ এক Pi ৰ মূল্য প্ৰায় 5 ডলাৰ (American Dollar) মান হ’বগৈ পাৰে । যিহেটু Pi আহৰণ প্ৰক্ৰিয়াটো একেবাৰে বিনামূলীয়া, গতিকে আপুনি নিশ্চিন্ত ভাবে Pi আহৰণ প্ৰক্ৰিয়াত অংশ লৈ নিঃশুল্ক ভাৱে Pi Coin আহৰণ পাৰে।

Pi Network অত ৰেজিষ্ট্ৰেচন কৰোঁতে ল’ব লগীয়া কিছু সাৱধানতাঃ

Pi Network অত আপুনি যদি ৰেজিষ্ট্ৰেচন কৰে, তেন্তে কিছু সাৱধানতা অৱলন্বন কৰিব লাগিব । কিয়নো এইটো কোনো Facebook Account নহয় যে এটাত কিবা গণ্ডগোল হ’লে আন এটা খুলি ল’ব । সেয়ে Account টো ৰেজিষ্ট্ৰেচন কৰোতে কিছু সতৰ্ক হ’ব লাগিব ।

Pi Network অত কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব?

Pi Network অত আপুনি দুই ধৰণে ৰেজিষ্ট্ৰেচন কৰিব পাৰে, এক হ’ল আপোনাৰ Phone Number ব্যৱহাৰ কৰি, আনটো হ’ল আপোনাৰ Facebook Account ব্যৱহাৰ কৰি ।

1. Phone Number ব্যৱহাৰ কৰি ৰেজিষ্ট্ৰেচনঃ

ইয়াৰ ভিতৰত উত্তম হ’ল Phone Number ব্যৱহাৰ কৰি ৰেজিষ্ট্ৰেচন কৰাটো Pi Network অত ৰেজিষ্ট্ৰেচন কৰোতে নিজৰ প্ৰকৃত নামটো শুদ্ধকৈ লিখিব লাগিব । ঠিক যেনেকৈ আমি বেংকত একাউণ্ট খুলোঁতে দিব লাগে । যদিহে আপুনি নামটো শুদ্ধকৈ নিলিখে, তেন্তে পিছৰ পৰ্যায়ত আপুনি Account Verify কৰিব নোৱাৰিব আৰু আপুনি আহৰণ কৰা ‘পাই মুদ্ৰা’ সমুহ ব্যৱহাৰ কৰিব নোৱাৰিব । 

2. Facebook Account ব্যৱহাৰ কৰি ৰেজিষ্ট্ৰেচনঃ

Phone Number ৰ দৰে আপোনাৰ Facebook Account টো ব্যৱহাৰ কৰিও Pi Network অত ৰেজিষ্ট্ৰেচন কৰিব পাৰে । কিন্তু এই প্ৰক্ৰিয়াত কিছু খেলি-মেলি হোৱাৰ আশংকা আছে, যেনে ধৰক যদি কিবা কাৰণত আপোনাৰ Pi Network অত যুক্ত কৰা Facebook Account টো বন্ধ (Disabled) হৈ যায়, তেন্তে আপুনি আহৰণ কৰা সকলো Pi Coin অথলে যাব । যদি Facebook Account অত আপোনাৰ নামটো আপোনাৰ চৰকাৰী নথি-পত্ৰ যেনে PAN Card, Aadhar Card আদিৰ লগত মিল নাথাকে তেন্তে আপুনি সেই Facebook Account অৰ যোগেদি পিছৰ পৰ্যায়ত Account Verify কৰিব নোৱাৰিব আৰু আপোনাৰ ‘পাই’ ‘নাই’ হৈ যাব । 

গতিকে Phone Number ব্যৱহাৰ কৰি Pi Network অত ৰেজিষ্ট্ৰেচন কৰাটো মংগল জনক হ’ব । অৱশ্যে ৰেজিষ্ট্ৰেচন কৰোতে যদি আপোনাৰ নামটো ভুলকৈ Type কৰে, তেন্তে 13 দিনৰ ভিতৰত সেইটো শুধৰাব লাগিব ।

গতিকে সকলো জানি বুজি Pi Network অত ভৰি দিয়ক, যদিহে আশা কৰা ধৰণে Pi Coin অৰ ভাল দিন আহে, তেন্তে আপোনাৰো ভাগ্য উদয় হ’ব । 

লগতে পুনৰ কৈছোঁ, Pi আহৰণ প্ৰক্ৰিয়াটো এটা দীৰ্ঘম্যাদী প্ৰক্ৰিয়া ।

বিঃদ্ৰঃ মইও এজন নতুন Pioneer, যিহেতু এই বিষয়টো নতুন আৰু ইয়াত কোনো ৰিস্কৰ কাৰণ নাই, সেই বাবেহে সকলোৰে জ্ঞাতাৰ্থে লিখিলোঁ ৷ ইয়াৰ পৰৱৰ্তী সময়ত Pi network সম্বন্ধীয় যিকোনো কাৰণ, কাৰক আৰু ঘটনাৰ বাবে অমুকাক (লেখক) জগৰীয়া নকৰে যেন, ধন্যবাদ । – #কৌস্তুভ

Pi app download লিংকটো হ’ল

https://minepi.com/Kmd77

Referral code দিব: Kmd77

Related Topics

Leave a Comment

 

Share to: