মোৰ ইয়াতো ৰাতি হয় (Mur Eyatu Rati Hoi) Lyrics

মোৰ ইয়াতো ৰাতি হয় Mur Eyatu Rati Hoi:

এলবাম: স্নিগ্ধ জোনাক (1998)
কণ্ঠ: জুবিন গাৰ্গ
কথা/সংগীত: দিগন্ত ভাৰতী

মোৰ ইয়াতো ৰাতি হয়
মোৰ ইয়াতো বাকী ৰয়
জলাবলে… সুখৰে পোহৰ গছি
নিবিছাৰোঁ তথাপি
জলোৱা চাকিগছি মোৰ হৈ
জলোৱা চাকিগছি মোৰ হৈ ।

Music…

মোৰ নিজৰ বুলি আছিলে
ভালপোৱা তাই দিছিলে
গুচি যোৱা বহুদিন হ’ল
সোঁৱৰণী মাথোঁ সাৰে ৰ’ল
মোৰ পঁজাৰে এন্ধাৰ ফুলাই
নিদিবা পুৰণি মনত পেলাই
নিদিবা পুৰণি মনত পেলাই

মোৰ ইয়াতো ৰাতি হয়
মোৰ ইয়াতো বাকী ৰয়
জলাবলে সুখৰে পোহৰ গছি
নিবিছাৰো তথাপি
জলোৱা চাকিগছি মোৰ হৈ
জলোৱা চাকিগছি মোৰ হৈ ।

Music…

আহিছা কিনো উলাহত
সানিবলে ৰং মোৰ মনত
প্ৰেমৰ মানে পাহৰিলোঁ
ভালপোৱা ল’ব নোৱাৰোঁ
উভটি যোৱা মোলৈ নেচাই
পূৰাব নোৱাৰিবা সেই ঠাই
পূৰাব নোৱাৰিবা সেই ঠাই

মোৰ ইয়াতো ৰাতি হয়
মোৰ ইয়াতো বাকী ৰয়
জলাবলে সুখৰে পোহৰ গছি
নিবিছাৰো তথাপি
জলোঁৱা চাকিগছি মোৰ হৈ
জলোঁৱা চাকিগছি মোৰ হৈ

Play or download Mur Eyatu Rati Hoi mp3:

[xyz-ihs snippet=”KDas-responsive-in-post”]

অন্যান্য জনপ্ৰিয় Lyrics সমূহঃ

Mur Eyatu Rati Hoi Lyrics:

Joluwa Saki Gosi Mur Moi

Album: Snigdha Jonak (1998)
Singer: Zubeen Garg
Lyrics/Music: Diganta Bharati
Language: Assamese

Mur eyatu rati hoi
Mur eyatu baki roi
Jolabole… Hukhore puhor gosi
Nibisaru tothapi
Joluwa chaki gosi mur hoi
Joluwa chaki gosi mur hoi…

Music…

Mur nijor buli aasile
Val puwa tai disile
Gusi juwa bohu din hol
Xuworoni mathu xare rol
Mur pojare andhar phulaai
Nidiba puroni monot pelai
Nidiba puroni monot pelai

Mur eyatu rati hoi
Mur eyatu baki roi
Jolabole Hukhore puhor gosi
Nibisaru tothapi
Joluwa chaki gosi mur hoi
Joluwa chaki gosi mur hoi…

Music…

Aahisa kinu ulahot
Xanibole rong mur monot
Premor mane pahorilu
Val puwa lobo nuwarilu
Ubhoti juwa muloi nesai
Purabo nuwariba xei thai
Purabo nuwariba xei thai

Mur eyatu rati hoi
Mur eyatu baki roi
Jolabole hukhore puhor gosi
Nibisaru tothapi
Joluwa chaki gosi mur hoi
Joluwa chaki gosi mur hoi…

Ratings:

0 / 5 5 2

Related Songs

Leave a Comment

 

Share to: