Hiloiyaa Lyrics in Assamese | Bhaskar Opswel হিলৈয়া Lyrics

অ’ হিলৈ হিলৈয়া

Hiloiyaa Lyrics

কণ্ঠ/সুৰ: ভাস্কৰ অপ্সৱেল

গীতৰ কথা: শোনিত গগৈ

সংগীত: অংকুৰ ডেকা

শ্ৰেণী: অসমীয়া আধুনিক গীত

[xyz-ihs snippet=”KDas-inArticle-abov-title”]

হিলৈয়াৰ লিৰিক্স অসমীয়াত:

মৰম লগা মুখনি
চমক লগা চাৱনি
হাঁহিতিৰে গলি…ই…ছোঁ        ( গলিছোঁ )

যৌৱনৰ ভৰ দুপৰত
দেহা কেঁচা মঙহত
লগালিহি পিৰিতিৰ জুই

বুকুতে সাজি ল’লি বাহ
মৰম দিম কাষে চাপি আহ
নকবি দেই নকবি দেই
নকবি তই না ।।

অ হিলৈ হিলৈয়া অ হিলৈয়া
অ হিলৈ হিলৈয়া অ হিলৈয়া

অ হিলৈ হিলৈয়া অ হিলৈয়া
অ হিলৈ হিলৈ হিলৈ হিলৈ হিলৈয়া

শুম বুলি শিতানতে পাৰোঁ এটি গাৰু
টুপনিতকৈ আগত আহি কেলৈ উলাৱ বাৰু,
খাম বুলি জুহালতে পাতোঁ ভাতৰ চৰু
ভুকেই দেখুন নলগা হ’ল মই ক’তে মৰোঁ ।

Music…

তোকে পালে মৰমী, নালাগে মোক ফুলনি,
তইয়েই এপাহ ধুনীয়া ফুল ।
পখিলা হৈ নপৰোঁ, ভোমোৰা হৈ নুচুহোঁ,
নাখাবি ভয় নকৰোঁ মই ভুল ।।

বুকুতে সাজি ল’লি বাহ
মৰম দিম কাষে চাপি আহ
নকবি দেই নকবি দেই
নকবি তই না ।

অ হিলৈ হিলৈয়া অ হিলৈয়া
অ হিলৈ হিলৈ হিলৈ হিলৈ হিলৈয়া…

Music…

চকুৰে আগতে তোৰেহে
তোৰেহে ঐ ভাৱনা,
মনৰে পদুলিত কেনেকৈ
কেনেকৈ দিম জপনা ?
কেতিয়া পিন্ধিবি সোনৰে
সোনৰে ঐ গহনা,
নামৰে পাছতে লিখিবি
লিখিবি মোৰ ঠিকনা ?

বুকুতে সাজি ল’লি বাহ
মৰম দিম কাষে চাপি আহ
নকবি দেই নকবি দেই
নকবি তই না

অ হিলৈ হিলৈয়া অ হিলৈয়া
অ হিলৈ হিলৈয়া অ হিলৈয়া

অ হিলৈ হিলৈয়া অ হিলৈয়া
অ হিলৈ হিলৈ হিলৈ হিলৈ হিলৈয়া ।

Music…

[xyz-ihs snippet=”KDas-responsive-in-post”]

অন্যান্য সংগীতৰ Lyrics:

Hiloiyaa Lyrics

Read Bhaskar Opswel’s Hiloya song lyrics in Assamese.

Category: Assamese Modern Song

Singer/Composer: Bhaskar Opswel

Language: Assamese

Ratings:

0 / 5 5 2

Related Songs

Bhaskar Opswel Hiloiyaa Lyrics
Hiloiyaa Lyrics in Assamese (Image Source)

Leave a Comment

 

Share to: