মোৰ ইয়াতো ৰাতি হয় (Mur Eyatu Rati Hoi) Lyrics

মোৰ ইয়াতো ৰাতি হয় Lyrics

মোৰ ইয়াতো ৰাতি হয় Mur Eyatu Rati Hoi: এলবাম: স্নিগ্ধ জোনাক (1998) কণ্ঠ: জুবিন গাৰ্গ কথা/সংগীত: দিগন্ত ভাৰতী মোৰ ইয়াতো ৰাতি হয় মোৰ ইয়াতো বাকী ৰয় জলাবলে… সুখৰে পোহৰ গছি নিবিছাৰো তথাপি জলোৱা চাকিগছি মোৰ হৈ জলোৱা চাকিগছি মোৰ হৈ । Music… মোৰ নিজৰ বুলি আছিলে ভালপোৱা তাই দিছিলে গুচি যোৱা বহুদিন হ’ল সোঁৱৰণী মাথোঁ সাৰে ৰ’ল মোৰ পঁজাৰে এন্ধাৰ ফুলাই নিদিবা পুৰণি মনত পেলাই …

Read more

যৌৱনা Joubona Lyrics – Bhaskar Opswel

Joubona Lyrics by Bhaskar Opswel যৌৱনা

যৌৱনা (Joubona) Bhaskar Opswel যৌৱন অধৰত তোমাৰ পৰশত জীপাল কৰি হিয়া আৱেগৰ পথাৰত হেঙুলী আভাসত উতনুৱা মন দলিচা অ’ তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম ল’বলৈ, অ’ তুমি জানো আহিবা মোৰ আঁউসীৰ নীৰৱ ৰাতি অনুভৱ বুটলিবলৈ…। যৌৱন অধৰত তোমাৰ পৰশত জীপাল কৰি হিয়া, আৱেগৰ পথাৰত হেঙুলী আভাসত উতনুৱা মন দলিচা । Music… অনুভৱী হৃদয়তে লাগি ৰোৱা আৱেগতে ভাবি ভাবি আঁকিলো মাদকতা …

Read more

গান এটি গোৱানা অ’ মা (Gaan Eti GuwaNa) Lyrics

গান এটি গোৱানা Lyrics Gaan Eti GuwaNa

গান এটি গোৱানা অ’ মা আৱাহন থিয়েটাৰ কণ্ঠ – জুবিন গাৰ্গ, পাপৰী গগৈ অ’ গান এটি গোৱানা অ’ মা হাত বুলাই দিয়ানা অ’ মা অ’ গান এটি গোৱানা অ’ মা হাত বুলাই দিয়ানা অ’ মা সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না মই শুব পৰা নাই অ’ মা বুকুখন বিষাইছে অ’ মা অ’ গান এটি গোৱানা অ’ মা হাত বুলাই দিয়ানা অ’ মা Music… হেই… …

Read more