[xyz-ihs snippet=”KDas-inArticle-abov-title”]
গীত: লগন উকলি গ’ল (Lagan Ukali Gol)
গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
শ্ৰেণী : ৰাভা সংগীত
লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা
লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা
মনৰ কথাটি মোৰ, হিয়াত গুপুতে থোৱা
মনৰ কথাটি মোৰ, হিয়াত গুপুতে থোৱা
লগন উকলি গ’ল তেওঁযে নহ’ল কোৱা ।
Music…
কিমান হেঙুলী উষা, কিমান জোনালী নিশা
মিছাতেই গ’ল মোৰ, কিমান গধুলি পুৱা
তেওঁযে নহ’ল কোৱা
লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা ।
Music…
মলয়াই কাণে কাণে, মনৰ বাতৰি আনে
মলয়াই কাণে কাণে, মনৰ বাতৰি আনে
নিখিলৰ সুৰে সুৰে, হিয়ায়ো গান জুৰে
শুনিছানে সেই সুৰ, পৰাণত তোলা মোৰ
হৃদয়ৰ গোৱা গান, ভালপোৱা ভালপোৱা
তেওঁযে নহ’ল কোৱা
লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা
লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা
মনৰ কথাটি মোৰ, হিয়াত গুপুতে থোৱা
লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা
লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা
তেওঁযে নহ’ল কোৱা
তেওঁযে নহ’ল কোৱা ।।
অন্যান্য জনপ্ৰিয় ৰাভা সংগীত সমূহঃ
[xyz-ihs snippet=”K-Das-300×250-in-post”]
Lagan Ukali Gol Rabha Sangeet Lyrics:
Song Name- Logon Ukoli Gol
Lyrics- Kolaguru Bishnu Prasad Rabha
Category- Rabha Sangeet
Song Language- Assamese
Ratings:
Related Songs