আজলী ছোৱালী ৰাভা সংগীত Lyrics || Rabha Sangeet Ajoli Suwali

গীত: আজলী ছোৱালী (Ajoli Suwali)

গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

গীতৰ শ্ৰেণীঃ ৰাভা সংগীত

[ai_playlist id=”2663″]

আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই

Music…

আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই
আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই

Music…

সজাই ফুলেৰে অতি যতনেৰে বঢ়ালোঁ বৰণ শৰাই
সজাই ফুলেৰে অতি যতনেৰে বঢ়ালোঁ বৰণ শৰাই
আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই
আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই

Music…

মলয়া চাটিয়ে আহে জাকে মাৰি উলাহত নাচি নাচি যায়
মলয়া চাটিয়ে আহে জাকে মাৰি উলাহত নাচি নাচি যায়
কুলি কেতেকীয়ে বিৰিখে বিৰিখে
কুলি কেতেকীয়ে বিৰিখে বিৰিখে
উলাহত গীত গায় যায় ।
আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই
আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই
সজাই ফুলেৰে অতি যতনেৰে বঢ়ালোঁ বৰণ শৰাই
সজাই ফুলেৰে অতি যতনেৰে বঢ়ালোঁ বৰণ শৰাই
আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই
আজলী ছোৱালী নানা ফুলে তুলি আনিলোঁ আঁচল ভৰাই
আনিলোঁ আঁচল ভৰাই
আনিলোঁ আঁচল ভৰাই

——————-

অন্যান্য ৰাভা সংগীতৰ Lyrics সমূহঃ

অ’ অসমীয়া ডেকা দল

মোৰ জীৱনৰ আকাশতে

লগন উকলি গ’ল

আজি মন্দিৰ দুৱাৰ খোলা

মোৰ কবিতাৰ ছন্দ লাগি

নাহৰ ফুলে নুশুৱাই

Ajoli Suwali Lyrics:

Song Name- Ajoli Suwali

Lyrics- Kolaguru Bishnu Prasad Rabha

Category- Rabha Sangeet

Song Language- Assamese

Ratings:

0 / 5 4.8 5

Related Songs

Leave a Comment

 

Share to: