গীত: মোৰ জীৱনৰ আকাশতে
গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
শ্ৰেণী : ৰাভা সংগীত
মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম
সাত ৰঙেৰে মীনা কৰাই মৰমেৰে তৰিম
ইন্দ্ৰধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম …
Music…
কিন্কিনীয়া চকুলোৰে হুমুনিয়াহ ভাপকণেৰে
কিন্কিনীয়া চকুলোৰে হুমুনিয়াহ ভাপকণেৰে
প্ৰণয় সূৰুয দেৱতাৰে, প্ৰণয় সূৰুয দেৱতাৰে
জিলিকণি সানিম
মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম
Music…
মেদুৰ মেঘৰ মাদল কোবাই, গগন গগনা আলফুলে বাই
মেদুৰ মেঘৰ মাদল কোবাই, গগন গগনা আলফুলে বাই
বিজুলী নটীৰ নাচোনটি চাই, বিজুলী নটীৰ নাচোনটি চাই
দেও দি দেও দি নাচিম
দেও দি দেও দি নাচিম ।।
ইন্দ্ৰধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম
সাত ৰঙেৰে মীনা কৰাই মৰমেৰে তৰিম
ইন্দ্ৰধনু গঢ়িম…
মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম
ইন্দ্ৰধনু গঢ়িম
ইন্দ্ৰধনু গঢ়িম ।।
[xyz-ihs snippet=”KDas-inArticle-in-post”]
অন্যান্য জনপ্ৰিয় ৰাভা সংগীত সমূহঃ
Rabha Sangeet Mur Jibonor Akaxote Lyrics:
Song Name- Mur Jibonor Akaxote
Lyrics- Kolaguru Bishnu Prasad Rabha
Category- Rabha Sangeet
Song Language- Assamese