বহুতকে বহু দিও নাপালোঁ একোকে
চলচিত্ৰ – ঘৰ সংসাৰ
কণ্ঠ – নমিতা গোস্বামী, ইনা মুখাৰ্জী
—————————-
আ….
বহুতকে বহু দিও নাপালোঁ একোকে…
ওমম…
Music…
বহুতকে বহু দিও নাপালোঁ একোকে,
হৃদয় উজাৰি দিও নাপালোঁ একোকে ।
সেয়েহে মনে মোৰ বুজনি নেমানি ;
সেয়েহে মনে মোৰ বুজনি নেমানি,
অকলশৰে নিজানতে টুকে চকুপানী
অকলশৰে নিজানতে টুকে চকুপানী ।।
Music…
লয়নে প্ৰতিদান, হিয়াখনি দিয়াৰ ,
পিয়াসী হৃদয় খনিৰ, সহাৰি জনোৱাৰ ।
মন সাগৰত মেলি বেদনা লহৰ
মন সাগৰত মেলি বেদনা লহৰত
ভাঙিলে সপোন মোৰ আৰু বহুতৰ
ভাঙিলে সপোন মোৰ আৰু বহুতৰ ।।
Music…
মায়াবী চলনা এতিয়া বুজিলোঁ,
হৃদয় উজাৰি দিও একোকে নাপালোঁ ।
সেয়েহে মনে মোৰ বুজনি নেমানি
সেয়েহে মনে মোৰ বুজনি নেমানি
অকলশৰে নিজানতে টুকে চকুপানী
অকলশৰে নিজানতে টুকে চকুপানী
বহুতকে বহু দিও নাপালোঁ একোকে,
হৃদয় উজাৰি দিও নাপালোঁ একোকে ।।।
[xyz-ihs snippet=”Kdas-ad-320×50-in-Post”]
অন্যান্য জনপ্ৰিয় সংগীত সমূহঃ
Bohutoke Bohu Diu song lyrics. This is one of the popular Assamese songs from the movie Ghar Sansar.