গছে গছে পাতি দিলে (Gose Gose Pati Dile)
Contents
show
গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা
শ্ৰেণী : জ্যোতি সংগীত
গছে গছে পাতি দিলে
ফুলৰে শৰাই (ৰাম ৰাম)
ফুলৰে শৰাই
ফুলৰে শৰাই
ফুলৰে শৰাই…
গছে গছে পাতি দিলে
ফুলৰে শৰাই (ৰাম ৰাম)
ফুলৰে শৰাই
ফুলৰে শৰাই
ফুলৰে শৰাই…
কলীয়া ভোমোৰা
গুঞ্জৰী আহে,
কলীয়া ভোমোৰা
গুঞ্জৰী আহে,
গুন্ধকে ধিয়াই(ৰাম ৰাম)
গুন্ধকে ধিয়াই,
গুন্ধকে ধিয়াই
গুন্ধকে ধিয়াই,
Music…
কোনে গুলাপী সখীক
এনে হাঁহি দিলে
ৰূপতে ৰঙে চৰাই,
কোনে গুলাপী সখীক
এনে হাঁহি দিলে
ৰূপতে ৰঙে চৰাই,
উৰণী তলতে পৰিমল ৰেণু
উৰুৱাই পৱনে দিলে বিলাই,
উৰণী তলতে পৰিমল ৰেণু
উৰুৱাই পৱনে দিলে বিলাই ৷
গছে গছে পাতি দিলে
ফুলৰে শৰাই, (ৰাম ৰাম)
ফুলৰে শৰাই
ফুলৰে শৰাই….
ফুলৰে শৰাই….
ফুলৰে শৰাই….
অন্যান্য জনপ্ৰিয় সংগীত সমূহঃ
যাউতিযুগীয়া
আমাৰে সখিয়া
লুইতৰে পানী
পৰজনমৰ শুভ লগনত
নাহৰ ফুলে নুশুৱাই
জয়া নাই
আজি মন্দিৰ দুৱাৰ খোলা
লগন উকলি গ’ল
Gose Gose Lyrics:
Category: Jyoti Sangeet
Composer: Jyoti Prasad Agarwala