How to Type Assamese on Mobile Phone মোবাইলত অসমীয়া কেনেকৈ লিখিব

ম'বাইলত অসমীয়া কেনেকৈ লিখিব (Type Assamese on Mobile Phone)

How to type Assamese on Android Mobile? এণ্ড্ৰইড মোবাইল ফোনত অসমীয়া লিখাৰ পদ্ধতিঃ How to type Assamese on your mobile or smartphone? মোবাইলত অসমীয়া কেনেকৈ লিখিব? এইটো এটা বৰ ডাঙৰ প্ৰশ্ন নহয় কাৰণ বৰ্তমান প্ৰায় সকল অসমীয়া লোকেই মোবাইলত ফোনটোত অসমীয়া লিখিব পৰা হৈছে আৰু ই নিশ্চয়কৈ এটা ভাল খবৰ । কিন্তু তথাপিও এতিয়াও এনে কিছু সংখ্যক ব্যক্তি আছে যি সকলে মোবাইল বা স্মাৰ্টফোনটোত অসমীয়া …

Read more

শাৰদী ৰাণী তোমাৰ হেনো নাম Lyrics – ভূপেন্দ্ৰ সংগীত

গীত: শাৰদী ৰাণী তোমাৰ হেনো নাম গীতৰ কথা/সুৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কণ্ঠঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা শ্ৰেণী : ভূপেন্দ্ৰ সংগীত Xarodi Rani Tumar Henu Naam Lyrics শাৰদী ৰাণী… তোমাৰ হেনো নাম তুমি মোৰ নিচেই আপোন সদ্যস্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন শাৰদী ৰাণী তোমাৰ হেনো নাম । Music… শুভ্রনীলা ওৰণিখনি কুঁৱলী সূতাৰে বোৱা পাতল ৰিহাখনি থৰ লগা বিলখনি থৰ লগা বিলখনি তোমাৰ শুৱনি দাপোণ শাৰদী ৰাণী …

Read more

জোনোৱালী নিশাৰ (Junuali Nixar) Lyrics

জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে Junuali Nixar Lyrics

জোনোৱালী নিশাৰ (Junuali Nixar) Lyrics গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণী : জ্যোতি সংগীত জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় ? চকুৰ পাহিত কাৰ ছবি আঁকি যায় ? জোনোৱালী নিশাৰ ৰূপোৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় ? চকুৰ পাহিত কাৰ ছবি আঁকি যায় ? Music… জিকি্​মিকি্ জিকি্​মিকি্ কাৰ সোণ পখিলাই নাচি নাচি আহি ৰুণুক জুনুককৈ নূপুৰ বজায় । জিকি্​মিকি্ জিকি্​মিকি্ …

Read more

বিলতে হালিছে ধুনীয়া পদুমী – ৰাভা সংগীত Bilote Haliche Lyrics

গীত: বিলতে হালিছে ধুনীয়া পদুমী গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে বোল সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে বোল বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল। Music… গছৰে ডালতে গাইছে কুলিয়ে কুউ কুউ কৈ গছৰে ডালতে গাইছে কুলিয়ে কুউ কুউ …

Read more

Browser অৰ Incognito window কি আৰু ইয়াক কিয় ব্যৱহাৰ কৰিব লাগে

ইনকগনিটো উইণ্ড' কি What is Incognito Window and why we would use

ইনকগনিটো উইণ্ড’ কি (Incognito Window): যেতিয়া আমি Google Chrome অৰ দৰে ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰি ইন্টাৰনেটত যিকোনো তথ্য বিচাৰো বা যিকোনো ৱেবছাইট খোলে, তেতিয়া আমি ব্ৰাউজাৰটোত কৰা কামবোৰৰ তথ্যবোৰ, যেনে আমি ব্ৰাউজাৰটোৰ জৰিয়তে কোনটো website খুলি কি কি পঢ়িলোঁ বা চালোঁ ইত্যাদি ডাটাবোৰ ব্ৰাউজাৰটোৱে কম্পিউটাৰটোত save কৰি ৰাখে । এই save কৰি ৰখা ডাটাবোৰ হ’ল যেনে Browsing History, Cookies, Typing History, Search History, আদি । …

Read more

অ’ অসমীয়া ডেকা দল ৰাভা সংগীত Lyrics (Rabha Sangeet)

অ' অসমীয়া ডেকা দল Lyrics

গীত: অ’ অসমীয়া ডেকা দল (O Axomia Deka Dol) গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা গীতৰ শ্ৰেণীঃ ৰাভা সংগীত অ’ অসমীয়া ডেকা দল, অ’ অসমীয়া ডেকা দল অ’ অসমীয়া ডেকা দল, অ’ অসমীয়া ডেকা দল আজি তোৰে তেজাল বদন মলিন কিয় হ’ল ? মলিন কিয় হ’ল, মলিন কিয় হ’ল ? অ’ অসমীয়া ডেকা দল… Music… দূৰ্গম নদ পাহাৰ গিৰী লম্ভিছিলে ডেকাগিৰী সুন্দৰ শংকৰে লুৰি কৰিছিলে তল …

Read more