[xyz-ihs snippet=”KDas-inArticle-abov-title”]
গান এটি গোৱানা অ’ মা
আৱাহন থিয়েটাৰ
কণ্ঠ – জুবিন গাৰ্গ, পাপৰী গগৈ
অ’ গান এটি গোৱানা অ’ মা
হাত বুলাই দিয়ানা অ’ মা
অ’ গান এটি গোৱানা অ’ মা
হাত বুলাই দিয়ানা অ’ মা
সপোন হেৰালে কেনিবা
বিচাৰি আনি দিয়া না
মই শুব পৰা নাই অ’ মা
বুকুখন বিষাইছে অ’ মা
অ’ গান এটি গোৱানা অ’ মা
হাত বুলাই দিয়ানা অ’ মা
Music…
হেই… কাইলৈ স্কুল বন্ধ
গোলাপ ফুলৰ গোন্ধ
আজি স্কুল ছুটি
গৰম গৰম ৰুটি
স্কুল ছুটি হল
মজা লাগি গল,
মাই আছে ৰৈ
ভাত বাঢ়ি থৈ ।
খাম মই পেটে পুৰাই
থব মোকোলাতে সুৱাই (থব মোক কোলাতে সুৱাই)
Short Music…
কোনেনো দিব মচি মোৰ চকুপানী ?
কোনেনো ক’বহি তেজীমলাৰ কাহিনী ?
মোৰ ভোক লগা নাই অ’ মা
তুমি আহি খুৱাই দিয়া না,
তোমাক নোপোৱাৰ যাতনা
এবাৰ কাষলৈ অহা না,,
মই শুব পৰা নাই অ’ মা
বুকুখন বিষাইছে অ’ মা
অ’ গান এটি গোৱানা অ’ মা
হাত বুলাই দিয়ানা অ’ মা
Music…
কেনিনো হেৰাই গ’ল চেনেহৰ মুখনি
কতেনো লুকাই গ’ল সোনবৰণীয়া হাঁহিটি
মই বিচাৰি আছোঁ অ’ মা
তোমাক জ্বলোৱা জুইকুৰা
মই দৌৰি ফুৰিছোঁ জানা
দিবলে তোমাৰ বতৰা
মই শুব পৰা নাই অ’ মা
বুকুখন বিষাইছে অ’ মা
অ’ গান এটি গোৱানা অ’ মা
হাত বুলাই দিয়ানা অ’ মা
অন্যান্য জনপ্ৰিয় সংগীত সমূহঃ
- বহুতকে বহু দিও নাপালোঁ একোকে
- মোৰ ইয়াটো ৰাতি হয়
- সেউজী সেউজী অ’অ’ শ্যাম কানু
- পৰজনমৰ শুভ লগনত
- লগন উকলি গ’ল
[xyz-ihs snippet=”KDas-responsive-in-post”]
Gaan Eti Guwana O Maa Lyrics:
Category: Modern Assamese Song
O gaan eti guwana o maa
Hat bulai diyana o maa
O gaan eti guwana o maa
Hat bulai diyana o maa
Xopun herale keniba
Bisari aani diyana
Moi xubo pora nai o maa
Buku khon bikhaise maa
Gaan eti guwana o maa
Hat bulai diyana o maa
Music…
Hei Kailoi school bondho
Gulap fulor gondho
Aji school chuti
Gorom gorom ruti
School chuti hol
moza lagi gol
maai ase roi
Vat bahri thoi
Kham moi pete purai
Thobo Muk KUlate Xuwai
Short Music…
Kunenu dibo mosi mur sokur pani
Kunenu kobohi tezimolar kahini
Mur bhuk loga nai o maa
Tumi aahi khuwai diya na
Tumak nupuwar jatona
Ebar kaxole aahana…
Moi xubo pora nai o maa
Buku khon bikhaise o maa
Gaan eti guwana o maa
Hat bulai diyana o maa
Music…
Keninu herai gol Senehore mukhoni
Kotenu lukai rol
Xun boroniya hanhiti
Moi bisari aasu o maa
Tumak joluwa jui kura
Moi douri furiso jana
Dibule tumar botora
Moi xubo pora nai o maa
Buku khon bikhai se maa
O Gaan eti ………. o maa