অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ (খণ্ড-২) Assamese GK Quiz

অসমীয়া কুইজ প্ৰতিযোগিতাৰ এই পেজত অসমীয়া সাধাৰণ জ্ঞানৰ দ্বিতীয় খণ্ডটো Upload কৰা হৈছে । এই খণ্ডত অসমীয়া সাধাৰণ জ্ঞানৰ ওপৰত 30 টা অতি জানিবলগীয়া প্ৰশ্নৰ অসমীয়া কুইজ ৰাউণ্ড যুগুত কৰা হৈছে ৷

এই কুইজ ৰাউণ্ডটো পূৰা কৰিবলৈ ৬ মিনিট সময় দিয়া হ’ব

/30
3 votes, 3.7 avg
1
tail spin

1 / 30

1. টেলিফোনৰ আৱিষ্কাৰক

2 / 30

2. আধুনিক কম্পিউটাৰৰ জনক কোন

3 / 30

3. ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম

4 / 30

4. পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ

5 / 30

5. ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম জন অসমীয়া

6 / 30

6. হেমকোষ অভিধান কোনে ৰচনা কৰিছিল

7 / 30

7. শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল

8 / 30

8. এইটো কোনখন গাড়ীৰ প্ৰতীক চিহ্ন (Symbol) ?

Car logo quiz

9 / 30

9. এক মিলিয়নত কিমান লাখ

10 / 30

10. দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম জন অসমীয়া-

11 / 30

11. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথমগৰাকী ভাৰতীয় গৱৰ্ণৰ

12 / 30

12. মেঘালয় অসমৰ পৰা কিমান চনত পৃথক হয়

13 / 30

13. ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ

14 / 30

14. Indian National Army কোনে গঠন কৰিছিল

15 / 30

15. ডিনামাইটৰ আবিষ্কাৰক

16 / 30

16. ভাৰতৰ প্ৰথম ন’বেল বঁটা বিজয়ী

17 / 30

17. ভাৰতৰ দীৰ্ঘতম ৰে'ল ষ্টেচন

18 / 30

18. ভাৰত আৰু চীনৰ সীমাৰেখা ডালৰ নাম

19 / 30

19. প্রথম FIFA বিশ্বকাপ অনুষ্ঠিত হয় -

20 / 30

20. পেংগুইন ক’ত পোৱা যায়

21 / 30

21. ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) কেতিয়া স্থাপন কৰা হয়

22 / 30

22. 1GB ত কিমান MB থাকে ?

23 / 30

23. ইয়াৰ ভিতৰত কম্পিউটাৰৰ অপাৰেটিং চিষ্টেম কোনটো

24 / 30

24. শূণ্যৰ আৱিষ্কাৰ কোনে কৰিছিল

25 / 30

25. ন'বেল বঁটা বিজয়ী বিশ্বৰ প্ৰথম মহিলা

26 / 30

26. ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল

27 / 30

27. চেমচাং (Samsung) কোন দেশৰ কোম্পানী

28 / 30

28. এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰৰ নাম কি?

29 / 30

29. বিশ্বৰ দ্বিতীয়টো পৰমাণু বোমাৰ নাম কি

30 / 30

30. এই পৰ্বত মালাৰ নাম হ'ল

Name of the mountain on 100 rupee note

Your score is

কুইজ ৰাউণ্ডটো খেলি ভালপালে Facebook, Twitter অৰ যোগেদি আপোনাৰ বন্ধুবৰ্গকো খেলিবলৈ আহ্বান কৰিব পাৰে (Share for care):

Facebook Twitter
0%

Exit

সাধাৰণ জ্ঞানৰ কুইজ (খণ্ড-২):

অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ - 2

অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ (Assamese quiz competition):

এই সাধাৰণ জ্ঞানৰ কুইজ ৰাউণ্ড সমূহৰ অনুশীলনৰ ফলত ব্যক্তি, শিক্ষাৰ্থী, ছাত্ৰ-ছাত্ৰী আদি সকলোৰে বাবে বিভিন্ন ধৰণৰ পৰীক্ষা বা সাক্ষাতকাৰ সমূহত অৱতীৰ্ণ হোৱাত যঠেষ্ট সহায়ক হ’ব । ইয়াৰ ওপৰিও এই ৱেবছাইটটোত থকা অসমীয়া  শব্দ অৰ্থৰ কুইজ সমূহো শিক্ষাৰ্থী সকলৰ বাবে লাভদায়ক হ’ব ।

লগতে খেলক:

অসমীয়া কুইজ প্ৰতিযোগিতা – অসমীয়া সমাৰ্থক শব্দৰ কুইজ

আৰু লগতে খেলক:

বিভিন্ন বৈজ্ঞানিক আহিলাৰ নাম আৰু ব্যৱহাৰৰ ওপৰত প্ৰস্তুত কৰা সাধাৰণ জ্ঞানৰ কুইজ

Leave a comment

Your email address will not be published. Required fields are marked *

 

Share to...