কুইজ আৰম্ভ কৰিবলৈ তলৰ 👇 START অত ক্লিক কৰক
লগতে অংশ লওক:
ভাৰতৰ বিষয়ে শিশু কুইজ Part 1
ভাৰতৰ বিষয়ে শিশু কুইজ Part 2
বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ
শিশুৰ বাবে কুইজ:
আমাৰ দেশ অৰ্থাত ভাৰতবৰ্ষৰ লগত জড়িত বিষয়ৰ ওপৰত প্ৰস্তুত কৰা সাধাৰন জ্ঞানৰ প্ৰশ্নোত্তৰ (কুইজ) । শিশু কুইজৰ এই শিতানত বিভিন্ন বিষয়ৰ প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে । এই শিশুৰ GK কুইজ সমূহ প্ৰায় ১০ বছৰৰ পৰা ১২ বছৰ মান বয়সৰ (From class 5 to class 7) শিশু সকলৰ বাবে উপযোগী হব ।
শিশু কুইজ – সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ
কুইজমেলা ~ অসমীয়া কুইজ শিতানৰ এই খণ্ডটোত মুঠ ৫০ টা প্ৰশ্ন আছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে চাৰিটাকৈ উত্তৰ দিয়া আছে আৰু তাৰ মাজতে প্ৰশ্নটোৰ উত্তৰটোও আছে । এটা প্ৰশ্নটোৰ বিপৰীতে উত্তৰটোত ক্লিক কৰি পিছৰ প্ৰশ্নটোৰ বাবে Next অপচনটোত ক্লিক কৰিব । এই শিশুৰ সাধাৰণ জ্ঞানৰ কুইজ ৰাউণ্ডটো সম্পুৰ্ণ কৰিলে বিভিন্ন পৰীক্ষা, কুইজ প্ৰতিযোগীতা আদিত ছাত্ৰ-ছাত্ৰী সকলে ভাগলোৱাত সহায়ক হ’ব ।
লগতে অংশ লওক:
বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ