শিশু কুইজ | ভাৰতৰ বিষয়ে GK কুইজ For Class 5 to 7

কুইজ আৰম্ভ কৰিবলৈ তলৰ 👇 START অত ক্লিক কৰক 

0%
0 votes, 0 avg
0
tail spin

1 / 50

1. ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ বলীউড কোনখন ৰাজ্যত অৱস্থিত?

2 / 50

2. ভাৰতৰ কোনখন ৰাজ্যক "মন্দিৰৰ দেশ" বুলি জনা যায়?

3 / 50

3. ভাৰতৰ কোনখন চহৰক Pink City (গোলাপী চহৰ)  বুলি জনা যায়?

4 / 50

4. ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?

5 / 50

5. ভাৰতৰ কোনখন ৰাজ্যক "সূৰ্যোদয়ৰ ভূমি" বুলি জনা যায়?

6 / 50

6. হৰ্ণবিল উৎসৱৰ বাবে কোনখন ৰাজ্য বিখ্যাত?

7 / 50

7. বন্দে মাতৰম্ গীতটো কোনে ৰচনা কৰিছিল

8 / 50

8. ভাৰতৰ দক্ষিণে কোনখন মহাসাগৰ আছে?

9 / 50

9. ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কি?

10 / 50

10. ভাৰতৰ জাতিৰ পিতা কোন?

11 / 50

11. ভাৰতৰ ৰাষ্ট্ৰীয় সৰীসৃপ কি

12 / 50

12. অলিম্পিক পদক লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা কোন?

13 / 50

13. আয়তনৰ হিচাপত ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন কি?

14 / 50

14. ভাৰতীয় পৰম্পৰাগত চিকিৎসা পদ্ধতিটোৰ নাম কি?

15 / 50

15. পিভি সিন্ধু কোনটো খেলৰ লগত জড়িত?

16 / 50

16. ভাৰতৰ জাতীয় চৰাই কি?

17 / 50

17. কোনজন বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰক "মাষ্টাৰ ব্লাষ্টাৰ" বুলি জনা যায়?

18 / 50

18. ভাৰতৰ কোনখন ৰাজ্য "বগা অৰ্কিডৰ দেশ" বুলি জনা যায়?

19 / 50

19. স্বাধীন দ্বিতীয় প্ৰধানমন্ত্ৰী কোন?

20 / 50

20. ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি কোন দেশৰ পৰা হৈছে

21 / 50

21. স্বাধীন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি কোন?

22 / 50

22. ভাৰতৰ উত্তৰ-পশ্চিম অঞ্চলৰ বিখ্যাত মৰুভূমিখনৰ নাম কি?

23 / 50

23. ভাৰতৰ দ্বিতীয় বৃহত্তম নদীখন কি?

24 / 50

24. ভাৰতৰ কোনখন ৰাজ্যক "পাঁচ হ্ৰদৰ ভূমি" বুলি জনা যায়?

25 / 50

25. কোনখন নদীক "দক্ষিণ ভাৰতৰ জীৱনৰেখা" বুলি জনা যায়?

26 / 50

26. হিন্দু ধৰ্মৰ বেদ কেই খন-

27 / 50

27. স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?

28 / 50

28. হিমা দাস কি খেলৰ লগত জড়িত?

29 / 50

29. দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত

30 / 50

30. ভাৰতৰ কোনখন ৰাজ্যক "উৎসৱৰ দেশ" বুলি জনা যায়?

31 / 50

31. ভাৰতৰ আটাইতকৈ ডাঙৰ নদীখন কি?

32 / 50

32. ভাৰতত থকা কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমান?

33 / 50

33. ভাৰতৰ চলচ্চিত্ৰ উদ্যোগটোৰ নাম কি

34 / 50

34. ভাৰতৰ জাতীয় ফুল কি?

35 / 50

35. অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ

36 / 50

36. ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল?

37 / 50

37. বিশ্বৰ আটাইতকৈ ডাঙৰ ‘গণতান্ত্ৰিক’ দেশ?

38 / 50

38. কোনখন দেশত দবা খেলৰ আৱিষ্কাৰ হৈছিল ?

39 / 50

39. ভাৰতৰ কোনখন ৰাজ্য "পঞ্চ নদীৰ ভূমি" বুলি জনা যায়?

40 / 50

40. কোনজন ভাৰতীয় বিজ্ঞানীক "ভাৰতৰ মিছাইল মেন" বুলি জনা যায়?

41 / 50

41. গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত

42 / 50

42. "ভাৰতীয় নাইটিংগেল" বুলি কোনক জনা যায়?

43 / 50

43. স্বাধীন ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন?

44 / 50

44. ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি?

45 / 50

45. অলিম্পিকত সোণৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয়ৰ নাম

46 / 50

46. "ভাৰতৰ মিছাইল মেন" বুলি কাক কোৱা যায়?

47 / 50

47. ভাৰতৰ জাতীয় প্ৰাণী কি?

48 / 50

48. গংগা নদী বৈ গৈ কোন সাগৰত পৰে

49 / 50

49. ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কি?

50 / 50

50. ভাৰতীয় জাতীয় সংগীত কোনে লিখিছিল?

অপেক্ষা কৰক...

Your score is

The average score is 0%

0%

Exit

লগতে অংশ লওক:

ভাৰতৰ বিষয়ে শিশু কুইজ Part 1

ভাৰতৰ বিষয়ে শিশু কুইজ Part 2

বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ

উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম

শিশুৰ বাবে কুইজ:

শিশু কুইজ - সাধাৰণ জ্ঞান
শিশুৰ কুইজ

আমাৰ দেশ অৰ্থাত ভাৰতবৰ্ষৰ লগত জড়িত বিষয়ৰ ওপৰত প্ৰস্তুত কৰা সাধাৰন জ্ঞানৰ প্ৰশ্নোত্তৰ (কুইজ) । শিশু কুইজৰ এই শিতানত বিভিন্ন বিষয়ৰ প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে । এই শিশুৰ GK কুইজ সমূহ প্ৰায় ১০ বছৰৰ পৰা ১২ বছৰ মান বয়সৰ (From class 5 to class 7) শিশু সকলৰ বাবে উপযোগী হব ।

শিশু কুইজ – সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

কুইজমেলা ~ অসমীয়া কুইজ শিতানৰ এই খণ্ডটোত মুঠ ৫০ টা প্ৰশ্ন আছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে চাৰিটাকৈ উত্তৰ দিয়া আছে আৰু তাৰ মাজতে প্ৰশ্নটোৰ উত্তৰটোও আছে । এটা প্ৰশ্নটোৰ বিপৰীতে উত্তৰটোত ক্লিক কৰি পিছৰ প্ৰশ্নটোৰ বাবে Next অপচনটোত ক্লিক কৰিব । এই শিশুৰ সাধাৰণ জ্ঞানৰ কুইজ ৰাউণ্ডটো সম্পুৰ্ণ কৰিলে বিভিন্ন পৰীক্ষা, কুইজ প্ৰতিযোগীতা আদিত ছাত্ৰ-ছাত্ৰী সকলে ভাগলোৱাত সহায়ক হ’ব ।

লগতে অংশ লওক:

ভাৰতৰ বিষয়ে শিশু কুইজ

বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ

উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম

বিশ্ব কুইজ

Rating:

5 Votes: 2

Related Quizes

Leave a comment

Your email address will not be published. Required fields are marked *

 

Share to...