Rating:
অসমীয়া বিজ্ঞান কুইজ: বৈজ্ঞানিক মাপক সঁজুলি:
Quiz on Scientific measuring instrument’ name and there uses.
অসমীয়া বিজ্ঞান কুইজৰ ওপৰত আধাৰিত এই কুইজ খণ্ডটোত বিভিন্ন বৈজ্ঞানিক মাপক সঁজুলিৰ নাম আৰু ব্যৱহাৰৰ ওপৰত মুঠ ২৫ টা প্ৰশ্নৰ Multiple Choice Quiz সন্নিবিষ্ট কৰা হৈছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে শুদ্ধ উত্তৰটোৰ সৈতে চাৰিটাকৈ উত্তৰ দিয়া আছে । এটা প্ৰশ্নৰ বিপৰীতে থকা উত্তৰৰ সমূহৰ যিকোনো এটাত ক্লিক কৰিব কৰিব লাগিব।
বৈজ্ঞানিক মাপক সঁজুলিৰ অসমীয়া প্ৰশ্নোত্তৰ কুইজ
বিভিন্ন কাম-কাজ সমূহ সঠিক আৰু নিখুত ভাৱে কৰিবৰ বাবে বিভিন্ন সময়্ত বিভিন্ন বৈজ্ঞানিকে বিভিন্ন যন্ত্ৰ আৰু সঁজুলি আৱিস্কাৰ কৰিছে । এই সঁজুলি সমূহৰ দ্বাৰা কাম সমূহ নিখুত ভাৱে কৰিব পৰা হোৱাৰ লগতে বহু পৰিমানে সময়ৰো ৰাহি হয় । এনে যন্ত্ৰ আৰু সঁজুলিৰ ভিতৰত বিভিন্ন বৈজ্ঞানিক মাপক সমূহ অন্যতম । এই সঁজুলি বোৰৰ সহায়ত সঠিক ভাবে বিভিন্ন জোখ-মাখ সমূহ যেনে সময়, দুৰত্ব, গতিবেগ, বিশুদ্ধতা, আদিবোৰ অতি নিখুত ভাৱে কৰিব পাৰি ।
অসমীয়া বিজ্ঞান কুইজ শিতানৰ এই খণ্ডটোত বিভিন্ন জোখমাখত ব্যৱহাৰ হোৱা বৈজ্ঞানিক মাপকৰ নাম আৰু ব্যৱহাৰৰ ওপৰত মুঠ ২৫ টা প্ৰশ্নৰ Multiple Choice Quiz সন্নিবিষ্ট কৰা হৈছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে শুদ্ধ উত্তৰটোৰ সৈতে চাৰিটাকৈ উত্তৰ দিয়া আছে । এটা প্ৰশ্নৰ বিপৰীতে থকা উত্তৰৰ সমূহৰ যিকোনো এটাত ক্লিক কৰিব কৰিব লাগিব। এই ৰাউণ্ডটো শেষ কৰিবলৈ ৫ মিনিট সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু যদি আপুনি ভুল উত্তৰ দিয়ে তেন্তে ৰাউণ্ডটো শেষ কৰাৰ পিছত Restart অপচনটোত ক্লিক কৰি পুনৰ প্ৰথমৰ পৰা খেলিব পাৰিব বা ৰৈ যোৱা ভুল সমূহ শুধৰাব পাৰিব।
Assamese Science Quiz on scientific measuring instruments name:
These are 25 multiple choice Assamese Science Quiz quiz questions and answers based on scientific instruments used to measure distance, length, depth, purity, velocity, current, resistance, etc. These question answers will help you to remember the name of the instruments and their uses.
লগতে খেলক অসমীয়া সমাৰ্থক শব্দৰ কুইজৰ
এই বৈজ্ঞানিক সঁজুলি বা যন্ত্ৰৰ কুইজৰ প্ৰশ্ন উত্তৰ সমূহ এনৈ ধৰণৰ:
শৰীৰৰ তাপ জোখা যন্ত্ৰৰ নাম কি?
- থাৰ্মোমিটাৰ
- বেৰোমিটাৰ
- ষ্টেথিস্কোপ
- ইয়াৰ এটাও নহয়
নাইবা:
ভূমিকম্পৰ তীব্ৰতা জোখা যন্ত্ৰটোৰ নাম কি ?
- ৰিখ্টাৰ স্কেলসিস্ম’গ্ৰাফ
- ভাইব্ৰ’মিটাৰ
- ইয়াৰ এটাও নহয়
এনেদৰে প্ৰতিটো বৈজ্ঞানিক সঁজুলিৰ নাম বা কামৰ বিষয়ে সোধা প্ৰশ্নৰ বিপৰীতে চাৰিটা বা তিনিটাকৈ বিকল্প দিয়া থাকিব আৰু আপুনি শুদ্ধ উত্তৰটোত বা শুদ্ধ বুলি ভৱা উত্তৰটোত ক্লিক কৰিব লাগিব ৷ শেষত আপোনাৰ শুদ্ধতাৰ স্ক’ৰ শতাংশত দেখুওৱা হ’ব ৷ অসমীয়া বিজ্ঞান কুইজত অংশগ্ৰহণ কৰি কেনেকুৱা পালে অনুগ্ৰহ কৰি সেয়া তলত কমেণ্ট কৰি জনাব ।