4 votes, 4.8 avg
0Rating:
লগতে খেলক:
অসমীয়া বিজ্ঞান কুইজ
বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ
অসমীয়া সমাৰ্থক শব্দৰ কুইজৰ
অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ:
অসমীয়া কুইজ শিতানৰ এই খণ্ডটিত সাধাৰণ জ্ঞানৰ ওপৰত ২৫ টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অসমীয়া কুইজ ৰাউণ্ড যুগুত কৰা হৈছে ৷ এই সাধাৰণ জ্ঞানৰ কুইজ ৰাউণ্ড সমূহৰ অনুশীলনৰ ফলত শিক্ষাৰ্থী সকলৰ বাবে বিভিন্ন ধৰণৰ পৰীক্ষাত সমূহত অৱতীৰ্ণ হোৱাত সুবিধা হ’ব । ইয়াৰ ওপৰিও এই ৱেবছাইটটোত থকা অসমীয়া শব্দ অৰ্থৰ কুইজ সমূহো শিক্ষাৰ্থী সকলৰ বাবে লাভদায়ক হ’ব ।
- কুইজৰ বিভাগ (Quiz Category): সাধাৰণ জ্ঞান
- ভাষা: অসমীয়া