অসমৰ ইতিহাসৰ কুইজ Online Assamese Quiz (প্ৰথম ভাগ)

কুইজ মেলাৰ আজিৰ প্ৰতিযোগিতাৰ বিষয় হ’ল অসমৰ ইতিহাস । ইয়াত অসমৰ ইতিহাসৰ ওপৰত ৩০ টা প্ৰশ্নৰ কুইজ Upload কৰা হৈছে । ই ৰাউণ্ডটো পূৰা কৰিবলৈ ৬ মিনিট সময় দিয়া হ’ব

/30
3 votes, 4.7 avg
4

কুইজ আৰম্ভ কৰিবলৈ তলৰ Start অত ক্লিক কৰক

1 / 30

1. স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

2 / 30

2. স্বাধীন অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী কোন আছিল

3 / 30

3. ইটাখুলিৰ ৰণ কিমান চনত, কাৰ মাজত হৈছিল ?

4 / 30

4. শৰাইঘাটৰ ৰণৰ আহোম সেনাপতি কোন আছিল?

5 / 30

5. স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন

[the_ad id="1659"]

6 / 30

6. প্ৰথম অসমীয়া কথাছবি খন

7 / 30

7. ৰজা ভাস্কৰ বৰ্মাৰ দিনত অসমলৈ অহা চীনা পৰিব্ৰাজক জনৰ নাম কি আছিল ?

8 / 30

8. বীৰবালা কাক কোৱা হয়

9 / 30

9. ‘কলাগুৰু’ কাক বোলা হয়

10 / 30

10. শিৱসাগৰৰ ৰংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল

11 / 30

11. জয়মতীৰ চৰিত্ৰত অভিনয় কৰা আইদেউ সন্দিকৈৰ ঘৰ ক'ত আছিল

12 / 30

12. ছবিত দেখা ঘৰটোৰ নাম কি

Question Image

13 / 30

13. অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী আছিল:

14 / 30

14. এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰৰ নাম কি?

15 / 30

15. অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক’ত, কেতিয়া অনুস্থিত হৈছিল?

16 / 30

16. ঐতিহাসিক ধোদৰ আলিৰ দৈৰ্ঘ্য কিমান

[the_ad id="1659"]

17 / 30

17. আহোম ৰজা “ল’ৰা ৰজাৰ” প্ৰকৃত নাম কি আছিল

18 / 30

18. প্ৰথম অসমীয়া শিশু আলোচনী

19 / 30

19. আহোম ৰাজ্যৰ শেষৰ ৰজা জনৰ নাম কি

20 / 30

20. অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন

21 / 30

21. [the_ad id="1662"]

পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল

22 / 30

22. প্ৰথম অসমীয়া কথাছবি খনে কেতিয়া মুক্তি লাভ কৰিছিল

23 / 30

23. ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল

24 / 30

24. গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন হৈছিল?

25 / 30

25. শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল

26 / 30

26. মানে কিমান চনত প্ৰথম অসম আক্ৰমণ কৰিছিল

27 / 30

27. হয়গ্ৰীব মাধৱ মন্দিৰ কোন ৰজাই স্থাপন কৰিছ্লি

28 / 30

28. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ হ'ল

29 / 30

29. ফুলগুৰি ধেৱা কৃষক বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল

[the_ad id="1659"]

30 / 30

30. ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল

Your score is

কুইজ ৰাউণ্ডটো খেলি ভালপালে Facebook, Twitter অৰ যোগেদি আপোনাৰ বন্ধুবৰ্গক খেলিবলৈ আহ্বান জনাব (Share for care):

Facebook Twitter
0%

Exit

অসমৰ ইতিহাসৰ কুইজ (Quiz on History of Assam):

সাধাৰণ জ্ঞানৰ কুইজৰ এই খণ্ডত অসমৰ ইতিহাসৰ ওপৰত প্ৰশ্নোত্তৰ যুগুত কৰা হৈছে । এই অসমীয়া কুইজ সমূহ অনুশীলনৰ ফলত ব্যক্তি, শিক্ষাৰ্থী, ছাত্ৰ-ছাত্ৰী আদি সকলৰ বাবে অসমৰ ঐতিহাসিক দিন, তাৰিখ, চন, নাম আদি বোৰ মনত ৰখাত সহাযক হ’ব লগতে বিভিন্ন ধৰণৰ পৰীক্ষা বা সাক্ষাতকাৰ সমূহত অৱতীৰ্ণ হোৱাত যঠেষ্ট সহায়ক হ’ব । ইয়াৰ ওপৰিও এই ৱেবছাইটটোত থকা অসমীয়া শব্দ অৰ্থৰ কুইজ সমূহো শিক্ষাৰ্থী সকলৰ বাবে লাভদায়ক হ’ব ।

লগতে খেলক:

অসমীয়া কুইজ প্ৰতিযোগিতা – (Other Online Quizzes)

অসমীয়া শব্দ অৰ্থৰ:

আৰু

সাধাৰণ জ্ঞানৰ কুইজ মেলা

আৰু লগতে খেলক:

বিভিন্ন বৈজ্ঞানিক আহিলাৰ নাম আৰু ব্যৱহাৰৰ ওপৰত প্ৰস্তুত কৰা সাধাৰণ জ্ঞানৰ কুইজ

Rating:

5 Votes: 2

অসমৰ ইতিহাসৰ কুইজ Assam's History
অসমৰ ইতিহাসৰ কুইজ (প্ৰশ্নোত্তৰ)- ১ম ভাগ:

Related Quizzes

Leave a comment

Your email address will not be published. Required fields are marked *

 

One thought on “অসমৰ ইতিহাসৰ কুইজ Online Assamese Quiz (প্ৰথম ভাগ)”