বিজ্ঞান কুইজ- বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ (Science Quiz)

 বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰৰ ওপৰত কুইজ:

অসমীয়া বিজ্ঞান কুইজ এই খণ্ডত বিভিন্ন বৈজ্ঞানিক সঁজুলিৰ নাম আৰু সেই সমূহৰ ব্যৱহাৰৰ ওপৰত মুঠ ২৫ টা প্ৰশ্নৰ Multiple Choice Quiz সন্নিবিষ্ট কৰা হৈছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে শুদ্ধ উত্তৰটোৰ সৈতে চাৰিটাকৈ উত্তৰ দিয়া আছে । এটা প্ৰশ্নৰ বিপৰীতে থকা উত্তৰৰ সমূহৰ যিকোনো এটাত ক্লিক কৰিব  কৰিব লাগিব।

Assamese Science quiz based on different scientific instruments. Quiz on Scientific measuring instruments’ names and their uses. For example Name of the machine used to measure earthquake”, etc. Click the START button below to start the quiz.

0%
1 votes, 5 avg
2

কুইজ আৰম্ভ কৰিবলৈ তলৰ START অত ক্লিক কৰক

tail spin

1 / 25

ফেড'মিটাৰ কিয় ব্যৱহাৰ কৰা হয়

2 / 25

মেন’মিটাৰ ব্যৱহাৰ কৰা হয়:

3 / 25

পোহৰৰ তীব্ৰতা জোখা এবিধ সঁজুলি

4 / 25

বস্তুৰ ওজন জোখা সঁজুলি

5 / 25

গেলৱেন’মিটাৰ (Galvanometer) ব্যৱহাৰ হয়

6 / 25

দুৰৈৰ বস্তু স্পষ্টকৈ চাবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ

7 / 25

উৰাজাহাজৰ গতিবেগ জোখা যন্ত্ৰ

8 / 25

সাইক্ৰ’মিটাৰ (Saccharometer) কিয় ব্যৱহাৰ কৰা হয়

9 / 25

বায়ুমণ্ডলৰ চাপ (Pressure) জোখা যন্ত্ৰ

10 / 25

গাড়ীত অড’মিটাৰ কি জুখিবলৈ ব্যৱহাৰ কৰা হয়:

11 / 25

পানীৰ তলৰ শব্দ মাপন যন্ত্ৰ হ’ল

12 / 25

বিদ্যুত প্ৰবাহৰ পৰিমান জোখা যন্ত্ৰ

13 / 25

উচ্চতা জোখা সঁজুলি

14 / 25

বিদ্যুত ৰোধকৰ পৰিমান জোখা যন্ত্ৰ

15 / 25

শৰীৰৰ তাপমাত্ৰা মাপন যন্ত্ৰ

16 / 25

জুইৰ তাপমান জুখিবলৈ ব্যৱহাৰ কৰা হয়

17 / 25

যান বাহনৰ গতিবেগ জোখা যন্ত্ৰ

18 / 25

ৰাইনোস্ক’প (Rhinoscope) কিয় ব্যৱহাৰ কৰা হয়

19 / 25

ভূমিকম্পৰ তীব্ৰতা জোখা যন্ত্ৰ

20 / 25

বতাহৰ বেগ জোখা যন্ত্ৰ

21 / 25

পলিগ্ৰাফ ব্যৱহাৰ কৰা হয়

22 / 25

গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰৰ নাম

23 / 25

বায়ু বা গেছৰ ঘনত্ব জোখা যন্ত্ৰ

24 / 25

ক্ৰেস্ক'গ্ৰাফ ব্যৱহাৰ কৰা হয়

25 / 25

কেলিপাৰ ব্যৱহাৰ কৰা হয়:

Your score is

0%

অসমীয়া বিজ্ঞান কুইজৰ প্ৰশ্নোত্তৰ

বিভিন্ন কাম-কাজ সমূহ সঠিক আৰু নিখুত ভাৱে কৰিবৰ বাবে বিভিন্ন সময়্ত বিভিন্ন বৈজ্ঞানিকে বিভিন্ন যন্ত্ৰ আৰু সঁজুলি আৱিস্কাৰ কৰিছে । এই সঁজুলি সমূহৰ দ্বাৰা কাম সমূহ নিখুত ভাৱে কৰিব পৰা হোৱাৰ লগতে বহু পৰিমানে সময়ৰো ৰাহি হয় । এনে যন্ত্ৰ আৰু সঁজুলিৰ ভিতৰত বিভিন্ন বৈজ্ঞানিক মাপক সমূহ অন্যতম । এই সঁজুলি বোৰৰ সহায়ত সঠিক ভাবে বিভিন্ন জোখ-মাখ সমূহ যেনে সময়, দুৰত্ব, গতিবেগ, বিশুদ্ধতা, আদিবোৰ অতি নিখুত ভাৱে কৰিব পাৰি ।

অসমীয়া বিজ্ঞান কুইজ শিতানৰ এই খণ্ডটোত বিভিন্ন কাম-কাজ,  জোখমাখ আদিত ব্যৱহাৰ হোৱা বৈজ্ঞানিক সঁজুলি সমূহৰ নাম আৰু ব্যৱহাৰৰ ওপৰত মুঠ ২৫ টা প্ৰশ্নৰ Multiple Choice Quiz সন্নিবিষ্ট কৰা হৈছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে শুদ্ধ উত্তৰটোৰ সৈতে চাৰিটাকৈ উত্তৰ দিয়া আছে । এটা প্ৰশ্নৰ বিপৰীতে থকা উত্তৰৰ সমূহৰ যিকোনো এটাত ক্লিক কৰিব  কৰিব লাগিব। এই ৰাউণ্ডটো শেষ কৰিবলৈ ৫ মিনিট সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু যদি আপুনি ভুল উত্তৰ দিয়ে তেন্তে ৰাউণ্ডটো শেষ কৰাৰ পিছত Restart অপচনটোত ক্লিক কৰি পুনৰ প্ৰথমৰ পৰা খেলিব পাৰিব বা ৰৈ যোৱা ভুল সমূহ শুধৰাব পাৰিব।

Assamese Science Quiz on scientific instruments name:

These are 25 multiple choice Assamese Science Quiz quiz questions and answers based on scientific instruments used to measure distance, length, depth, purity, velocity, current, resistance, etc. These questions and answers will help you to remember the name of the instruments and their uses.


লগতে খেলক বিভিন্ন সান-মিহলি অসমীয়া কুইজ

বিশ্ব কুইজ (World Quiz)

শিশুৰ বাবে কুইজ

অসমীয়া শব্দ-অৰ্থ কুইজ প্ৰথম ভাগ

অসমীয়া শব্দ-অৰ্থ দ্বিতীয় ভাগ

অসমীয়া শব্দ-অৰ্থ তৃতীয় ভাগ আৰু বিপৰীত শব্দৰ কুইজ

সাধাৰণ জ্ঞানৰ কুইজ


এই বৈজ্ঞানিক সঁজুলি বা যন্ত্ৰৰ কুইজৰ প্ৰশ্ন উত্তৰ সমূহ এনৈ ধৰণৰ:

শৰীৰৰ তাপ জোখা যন্ত্ৰৰ নাম কি?

  1. থাৰ্মোমিটাৰ
  2. বেৰোমিটাৰ
  3. ষ্টেথিস্কোপ
  4. ইয়াৰ এটাও নহয়

নাইবা:

ভূমিকম্পৰ তীব্ৰতা জোখা যন্ত্ৰটোৰ নাম কি ?

  1. ৰিখ্‌টাৰ স্কেল
  2. সিস্ম’গ্ৰাফ
  3. ভাইব্ৰ’মিটাৰ
  4. ইয়াৰ এটাও নহয়
0%
1 votes, 5 avg
2

কুইজ আৰম্ভ কৰিবলৈ তলৰ START অত ক্লিক কৰক

tail spin

1 / 25

গাড়ীত অড’মিটাৰ কি জুখিবলৈ ব্যৱহাৰ কৰা হয়:

2 / 25

বস্তুৰ ওজন জোখা সঁজুলি

3 / 25

যান বাহনৰ গতিবেগ জোখা যন্ত্ৰ

4 / 25

বতাহৰ বেগ জোখা যন্ত্ৰ

5 / 25

ক্ৰেস্ক'গ্ৰাফ ব্যৱহাৰ কৰা হয়

6 / 25

ৰাইনোস্ক’প (Rhinoscope) কিয় ব্যৱহাৰ কৰা হয়

7 / 25

বিদ্যুত প্ৰবাহৰ পৰিমান জোখা যন্ত্ৰ

8 / 25

কেলিপাৰ ব্যৱহাৰ কৰা হয়:

9 / 25

জুইৰ তাপমান জুখিবলৈ ব্যৱহাৰ কৰা হয়

10 / 25

গেলৱেন’মিটাৰ (Galvanometer) ব্যৱহাৰ হয়

11 / 25

উৰাজাহাজৰ গতিবেগ জোখা যন্ত্ৰ

12 / 25

পানীৰ তলৰ শব্দ মাপন যন্ত্ৰ হ’ল

13 / 25

মেন’মিটাৰ ব্যৱহাৰ কৰা হয়:

14 / 25

বিদ্যুত ৰোধকৰ পৰিমান জোখা যন্ত্ৰ

15 / 25

ফেড'মিটাৰ কিয় ব্যৱহাৰ কৰা হয়

16 / 25

ভূমিকম্পৰ তীব্ৰতা জোখা যন্ত্ৰ

17 / 25

দুৰৈৰ বস্তু স্পষ্টকৈ চাবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ

18 / 25

সাইক্ৰ’মিটাৰ (Saccharometer) কিয় ব্যৱহাৰ কৰা হয়

19 / 25

বায়ুমণ্ডলৰ চাপ (Pressure) জোখা যন্ত্ৰ

20 / 25

গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰৰ নাম

21 / 25

পলিগ্ৰাফ ব্যৱহাৰ কৰা হয়

22 / 25

শৰীৰৰ তাপমাত্ৰা মাপন যন্ত্ৰ

23 / 25

উচ্চতা জোখা সঁজুলি

24 / 25

পোহৰৰ তীব্ৰতা জোখা এবিধ সঁজুলি

25 / 25

বায়ু বা গেছৰ ঘনত্ব জোখা যন্ত্ৰ

Your score is

0%

এনেদৰে প্ৰতিটো বৈজ্ঞানিক সঁজুলিৰ নাম বা কামৰ বিষয়ে সোধা প্ৰশ্নৰ বিপৰীতে চাৰিটা বা তিনিটাকৈ বিকল্প দিয়া থাকিব আৰু আপুনি শুদ্ধ উত্তৰটোত বা শুদ্ধ বুলি ভৱা উত্তৰটোত ক্লিক কৰিব লাগিব ৷ শেষত আপোনাৰ শুদ্ধতাৰ স্ক’ৰ শতাংশত দেখুওৱা হ’ব ৷ অসমীয়া বিজ্ঞান কুইজত অংশগ্ৰহণ কৰি কেনেকুৱা পালে অনুগ্ৰহ কৰি সেয়া তলত কমেণ্ট কৰি জনাব ।

অসমীয়া বিজ্ঞান কুইজৰ প্ৰশ্ন উত্তৰ
বৈজ্ঞানিক সঁজুলিৰ নাম – অসমীয়া বিজ্ঞান কুইজ

Leave a comment

Your email address will not be published. Required fields are marked *

 

Share to...