ভাৰতৰ বিষয়ে ৫মৰ পৰা ৭ম শ্ৰেণীৰ বাবে সাধাৰণ জ্ঞানৰ কুইজৰ প্ৰশ্ন উত্তৰ

0%
2 votes, 4 avg
0
tail spin

1 / 50

1. অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী আছিল:

2 / 50

2. শৰাইঘাটৰ ৰণৰ আহোম সেনাপতি কোন আছিল?

3 / 50

3. হিন্দু ধৰ্মত কোনটো প্ৰাণীক পবিত্ৰ বুলি গণ্য কৰা হয়?

4 / 50

4. ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল

5 / 50

5. দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম জন অসমীয়া-

6 / 50

6. পিভি সিন্ধু কোনটো খেলৰ লগত জড়িত?

7 / 50

7. হৰ্ণবিল উৎসৱৰ বাবে কোনখন ৰাজ্য বিখ্যাত?

8 / 50

8. ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) কেতিয়া স্থাপন কৰা হয়

9 / 50

9. চীনে কিমান চনত ভাৰত আক্ৰমণ কৰিছিল

10 / 50

10. ভাৰতৰ ৰাষ্ট্ৰীয়  চৰাই কি?

11 / 50

11. ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত কোনটো প্ৰাণীৰ চিত্ৰ আছে

12 / 50

12. Indian National Army কোনে গঠন কৰিছিল

13 / 50

13. গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত

14 / 50

14. ভাৰতৰ প্ৰথম ন’বেল বঁটা বিজয়ী

15 / 50

15. ভাৰতৰ কোনখন ৰাজ্য ৰেচম উৎপাদনৰ বাবে বিখ্যাত?

16 / 50

16. ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল

17 / 50

17. ‘কলাগুৰু’ কাক বোলা হয়

18 / 50

18. ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম কি?

19 / 50

19. ভাংৰা কোনখন ভাৰতীয় ৰাজ্যৰ নৃত্য

20 / 50

20. ভাৰতৰ আটাইতকৈ ডাঙৰ নদীখন কি?

21 / 50

21. ভাৰতৰ প্ৰথম বিশ্ববিদ্যালয়ৰ নাম কি?

22 / 50

22. কোনখন নদীক ভাৰতৰ "পবিত্ৰ নদী" বুলি কোৱা হয়?

23 / 50

23. ভাৰতৰ ৰাজধানী কি?

24 / 50

24. কোনজন ভাৰতীয় বিজ্ঞানীক "ভাৰতৰ মিছাইল মেন" বুলি জনা যায়?

25 / 50

25. আয়তনৰ হিচাপত ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন কি?

26 / 50

26. দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত

27 / 50

27. ভাৰতত "জাতিৰ পিতৃ" বুলি কোনে জনা যায়?

28 / 50

28. কোনখন চহৰক পাৰ্ল চিটি বুলি কোৱা হয়

29 / 50

29. ভাৰতৰ জাতীয় ফুল কি?

30 / 50

30. ভাৰতীয় জাতীয় সংগীত "জন গণ মান" কোনে ৰচনা কৰিছিল?

31 / 50

31. ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম জন অসমীয়া

32 / 50

32. ভাৰতত কোনজন বিখ্যাত নেতা আৰু দাৰ্শনিকৰ জন্মদিনত শিশু দিৱস পালন কৰা হয়?

33 / 50

33. ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO সম্পূৰ্ণ নাম কি

34 / 50

34. ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ

35 / 50

35. কোনটো প্ৰাণীক ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু বোলা হয়?

36 / 50

36. ভাৰতত কোনটো উৎসৱক "পোহৰৰ উৎসৱ" বুলি কোৱা হয়-

37 / 50

37. ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন উপলক্ষে কোনটো উৎসৱ পালন কৰা হয়?

38 / 50

38. ভাৰতৰ দ্বিতীয় বৃহত্তম নদীখন কি?

39 / 50

39. অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন

40 / 50

40. ভাৰতে কোন চনত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল?

41 / 50

41. হিন্দু ধৰ্মৰ বেদ কেই খন-

42 / 50

42. কোনখন দেশত দবা খেলৰ আৱিষ্কাৰ হৈছিল ?

43 / 50

43. ভাৰতৰ কোনখন ৰাজ্যক "উৎসৱৰ দেশ" বুলি জনা যায়?

44 / 50

44. দৌৰবিদ হীমা দাসক কি নামেৰে জনা যায়

45 / 50

45. ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম

46 / 50

46. কোনখন নদীক "দক্ষিণ ভাৰতৰ জীৱনৰেখা" বুলি জনা যায়?

47 / 50

47. ৰাজস্থানৰ এক পৰম্পৰাগত লোকনৃত্য

48 / 50

48. ভাৰতৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থাৰ নাম কি?

49 / 50

49. অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ

50 / 50

50. ভাৰত আৰু চীনৰ সীমাৰেখা ডালৰ নাম

Please Wait...

Your score is

0%

Exit

শিশুৰ বাবে কুইজ (GK for Kids):

এই কুইজ গেমটোত প্ৰায় ১০ বছৰৰ পৰা ১২ বছৰ মান বয়সৰ (From class 5 to class 7) শিশু সকলৰ বাবে এলানি সহজ প্ৰশ্ন উত্তৰৰ কুইজ যুগুত কৰি অনা হৈছে । শিশুৰ বাবে যুগুত কৰা এই কুইজ  লানি ভাৰতবৰ্ষৰ বিভিন্ন বিষয়ৰ ওপৰত আধাৰিত ।

ই খণ্ডটোত মুঠ ৫০ টা প্ৰশ্ন আছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে চাৰিটাকৈ উত্তৰ দিয়া আছে আৰু তাৰ মাজতে প্ৰশ্নটোৰ উত্তৰটোও আছে । এটা প্ৰশ্নটোৰ বিপৰীতে উত্তৰটোত ক্লিক কৰি পিছৰ প্ৰশ্নটোৰ বাবে Next অপচনটোত ক্লিক কৰিব । এই শিশুৰ সাধাৰণ জ্ঞানৰ কুইজ ৰাউণ্ডটো সম্পুৰ্ণ কৰিলে বিভিন্ন পৰীক্ষা, কুইজ প্ৰতিযোগীতা আদিত শিশু সকলে ভাগলোৱাত সহায়ক হ’ব ।

লগতে খেলক:

শিশুৰ বাবে সানমিহলি সাধাৰণ জ্ঞানৰ প্ৰশ্ন

বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ

উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম

বিশ্ব কুইজ

Leave a comment

Your email address will not be published. Required fields are marked *

 

Share to...