অসমীয়া বিজ্ঞান কুইজ – উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম

0%
1 votes, 5 avg
0

এই পেজটোত বিভিন্ন উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম ওপৰত মুঠ ২৫ টা প্ৰশ্নৰ Multiple Choice Quiz সন্নিবিষ্ট কৰা হৈছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে শুদ্ধ উত্তৰটোৰ সৈতে চাৰিটাকৈ উত্তৰ দিয়া আছে । এটা প্ৰশ্নৰ বিপৰীতে থকা উত্তৰৰ সমূহৰ যিকোনো এটাত ক্লিক কৰি উত্তৰটো বাছনি কৰিব লাগিব।

1 / 25

সোনাৰু গছৰ বৈজ্ঞানিক নাম

2 / 25

কপৌফুলৰ বৈজ্ঞানিক নাম

3 / 25

লাজুকি বনৰ বৈজ্ঞানিক নাম

4 / 25

বৰ টেঙেচিৰ বৈজ্ঞানিক নাম

5 / 25

মহানিমৰ বৈজ্ঞানিক নাম

6 / 25

জালুকৰ বৈজ্ঞানিক নাম

7 / 25

তামোলৰ বৈজ্ঞানিক নাম

8 / 25

তেজপাতৰ বৈজ্ঞানিক নাম

9 / 25

মছন্দৰী শাকৰ বৈজ্ঞানিক নাম

10 / 25

আমৰ বৈজ্ঞানিক নাম

11 / 25

অমিতাৰ বৈজ্ঞানিক নাম

12 / 25

বৰ−মানিমুনিৰ বৈজ্ঞানিক নাম:

13 / 25

তিতাচঁপা গছৰ বৈজ্ঞানিক নাম

14 / 25

আদাৰ বৈজ্ঞানিক নাম

15 / 25

ঔটেঙাৰ বৈজ্ঞানিক নাম

16 / 25

তুলসীৰ বৈজ্ঞানিক নাম

17 / 25

সৰু মানিমুনিৰ বৈজ্ঞানিক নাম:

18 / 25

সৰু টেঙেচিৰ বৈজ্ঞানিক নাম

19 / 25

শিলিখাৰ বৈজ্ঞানিক নাম

20 / 25

শগুনীলতাৰ বৈজ্ঞানিক নাম

21 / 25

মধুৰি আমৰ বৈজ্ঞানিক নাম

22 / 25

জাতি বাঁহৰ বৈজ্ঞানিক নাম

23 / 25

তৰমুজৰ বৈজ্ঞানিক নাম

24 / 25

দুপৰটেঙাৰ বৈজ্ঞানিক নাম

25 / 25

আকাশীলতাৰ বৈজ্ঞানিক নাম

Your score is

0%

Rating:

5 Votes: 5

অসমীয়া বিজ্ঞান কুইজ – Science Quiz in Assamese:

অসমীয়া ভাষাত যুগুতাই উলিওৱা অসমীয়া বিজ্ঞান কুইজ (Science Quiz in Assamese language) অৰ এই খণ্ডত বিভিন্ন উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম সমূহৰ ওপৰত ২৫ টা প্ৰশ্ন আগবঢ়াই দিয়া হৈছে । এই বিজ্ঞান বিষয়ক কুইজৰ প্ৰশ্নোত্তৰ সমূহ অনুশীলন কৰিলে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষা, সাক্ষাত্কাৰ আদিত সফল হোৱাত যথেষ্ঠ সহায় কৰিব ।

অসমীয়া বিজ্ঞান কুইজ- উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম

উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম সমূহৰ ওপৰত প্ৰস্তুত কৰা অসমীয়া বিজ্ঞান কুইজৰ এই খণ্ডত মুঠ ২৫ টা প্ৰশ্নৰ Multiple Choice Quiz (MCQ) quiz সন্নিবিষ্ট কৰা হৈছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে শুদ্ধ উত্তৰটোৰ সৈতে চাৰিটাকৈ উত্তৰ দিয়া আছে । প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থকা উত্তৰ সমূহৰ যিকোনো এটাত ক্লিক কৰি উত্তৰটো বাছনি কৰিব লাগিব। বিজ্ঞান কুইজ Science Quiz in Assamese অৰ আগৰ খণ্ডটোত বিভিন্ন বৈজ্ঞানিক কামত ব্যৱহৃত মাপন সঁজুলি সমূহৰ (Scientific Measuring Instrument) ওপৰত প্ৰশ্নোত্তৰ দিয়া হৈছিল । চাওক: বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰৰ কুইজ

লগতে খেলক:

অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ

অসমীয়া সাধাৰণ জ্ঞান (Part-1)

অসমীয়া সাধাৰণ জ্ঞান Assamese GK (Part-2)

অসমৰ ইতিহাসৰ কুইজ

বিশ্ব কুইজ

অসমীয়া সমাৰ্থক শব্দৰ কুইজৰ

Related Quizzes

Leave a comment

Your email address will not be published. Required fields are marked *