কুইজ শিতান – অসমীয়া শব্দ অৰ্থ ২য় ভাগ

অসমীয়া শব্দ অৰ্থ – ২য় ভাগ

[stellar]

/25
3 votes, 4.7 avg
3

শব্দ-অৰ্থ

এই কুইজ শিতানত সঘনাই ব্যৱহাৰ নোহোৱা অসমীয়া শব্দ সমূহৰ  ওপৰত এলানি প্ৰশ্নোত্তৰ বা অসমীয়া শব্দৰ কুইজ যুগুত কৰা হৈছে ৷ ইয়াৰ সহায়ত প্ৰায়ে ব্যৱহাৰ নকৰা অসমীয়া শব্দ-অৰ্থ সমূহ মনত ৰখাত সহায়ক হ’ব ৷

[এই কুইজ ৰাউণ্ডটো পূৰা কৰিবলৈ তিনি মিনিট সময় দিয়া হ’ব]

আৰম্ভ কৰিবলৈ তলৰ Start অত ক্লিক কৰক

tail spin

1 / 25

1. বসুন্ধৰা

2 / 25

2. গৰিমা মানে

3 / 25

3. মাকৰশালি

4 / 25

4. তৰাং মানে

5 / 25

5. তৰঙ্গিনী

6 / 25

6. আদহীয়া

7 / 25

7. চন্দ্ৰসুধা

8 / 25

8. ডাঁহেচিয়া

9 / 25

9. কলপ

10 / 25

10. অজীন-পাতকী মানে-

11 / 25

11. দুটা কামৰ কোনটো কৰা উচিত তাক থিৰ কৰিব নোৱাৰা অৱস্থা

12 / 25

12. ইন্দ্ৰৰ সাৰথি হ’ল-

13 / 25

13. আবুৰ মানে

14 / 25

14. লেফাফা

15 / 25

15. জান্তৱ মানে

16 / 25

16. নৰিয়া

17 / 25

17. সাৰথি মানে

18 / 25

18. শহাকণীয়া মানে হ’ল-

19 / 25

19. খোৰাক

20 / 25

20. মন্থৰা

21 / 25

21. সুধা

22 / 25

22. খোৰা

23 / 25

23. ধানৰ বাকলি-

24 / 25

24. পূৰ্ব জন্মৰ কথা মনত থকা লোক -

25 / 25

25. তৰ্জমা

Your score is

0%


অসমীয়া শব্দ অৰ্থৰ ওপৰত আয়োজিত কুইজ শিতান।
Share to...