কুইজ শিতান – অসমীয়া শব্দ অৰ্থ ১ম ভাগ

/25
3 votes, 4.3 avg
1

শব্দ-অৰ্থ

আৰম্ভ কৰিবলৈ তলৰ START অত টিপক

tail spin

1 / 25

1. নৈ কাষৰ বালিচৰ

2 / 25

2. মৃতকৰ শৱ ৰখা বাকচ-

3 / 25

3. অনুৰাগৰ বিপৰীত শব্দ হ’ল

4 / 25

4. কৰ্কশ মানে-

5 / 25

5. তমস্কাৰ মানে-

6 / 25

6. মন্দিৰত স্থাপন কৰা দেৱতাৰ মূৰ্তি-

7 / 25

7. বজৰমণি হ’ল-

8 / 25

8. এই চিহ্নটোৰ নাম হ’ল-

Assamese quiz show image

9 / 25

9. কল্লোল মানে-

10 / 25

10. অকিঞ্চন মানে-

11 / 25

11. কেকুঁৰি

12 / 25

12. ধতুৰা হ’ল-

13 / 25

13. টাঙনৰ প্ৰতিশব্দ

14 / 25

14. কাৰ্শলা এবিধ -

15 / 25

15. 'চামৰ'ৰ প্ৰতিশব্দ হ’ল

16 / 25

16. বঙহ শব্দৰ অৰ্থ হ’ল-

17 / 25

17. লঠঙা মানে কি ?

18 / 25

18. ৰাতুল মানে-

19 / 25

19. কটঙা মানে -

20 / 25

20. পাত চোবাই তাৰ ৰসেৰে ওঁঠ ৰঙা কৰা দীঘল পাতৰ থুৰি মেলা গছ-

21 / 25

21. হিমিকা মানে-

22 / 25

22. গৰল শব্দৰ বিপৰীত শব্দ হ’ল

23 / 25

23. মহঙা মানে কি ?

24 / 25

24. লিংকৰি কি?

25 / 25

25. কঙাল মানে-

Your score is

0%


অসমীয়া কুইজ – শব্দ অৰ্থ ১ম ভাগ:

এই কুইজ শিতানত সঘনাই ব্যৱহাৰ নোহোৱা অসমীয়া শব্দ সমূহৰ  ওপৰত এলানি প্ৰশ্নোত্তৰ বা অসমীয়া শব্দৰ কুইজ যুগুত কৰা হৈছে ৷ ইয়াৰ সহায়ত প্ৰায়ে ব্যৱহাৰ নকৰা অসমীয়া শব্দ-অৰ্থ সমূহ মনত ৰখাত সহায়ক হ’ব ৷

Share to...