Rating:
অসমীয়া শব্দ অৰ্থৰ কুইজ তৃতীয় খণ্ড:
এই কুইজ শিতানত সঘনাই ব্যৱহাৰ নোহোৱা অসমীয়া শব্দ সমূহৰ ওপৰত এলানি অসমীয়া শব্দ অৰ্থৰ কুইজ যুগুত কৰা হৈছে ৷ ইয়াৰ সহায়ত প্ৰায়ে ব্যৱহাৰ নকৰা অসমীয়া শব্দ-অৰ্থ সমূহ মনত ৰখাত সহায়ক হ’ব ৷
Assamese synonyms quiz (অসমীয়া শব্দৰ কুইজ):
সঘনে ব্যৱহাৰ নোহোৱা অসমীয়া শব্দ আৰু প্ৰতিশব্দ সমূহ ব্যৱহাৰ কৰি এই অসমীয়া শব্দ অৰ্থৰ ওপৰত আয়োজিত কুইজ শিতানতি প্ৰস্তুত কৰা হৈছে । এই খণ্ডটোত মুঠ ২৫ টা প্ৰশ্ন আছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে চাৰিটাকৈ উত্তৰ দিয়া আছে আৰু তাৰ মাজতে প্ৰশ্নটোৰ উত্তৰটোও আছে । এটা প্ৰশ্নটোৰ বিপৰীতে উত্তৰটোত ক্লিক কৰি পিছৰ প্ৰশ্নটোৰ বাবে Next অপচনটোত ক্লিক কৰিব । এই শব্দ অৰ্থৰ কুইজ ৰাউণ্ডটো সম্পুৰ্ণ কৰিলে এই অসমীয়া শব্দ আৰু সেইসমূহৰ প্ৰতিশব্দ বোৰ মনত ৰখাত যথেষ্ঠ সহায়ক হ’ব ।
এই ৰাউণ্ডটো শেষ কৰিবলৈ আপোনাক চাৰি মিনিট সময় দিয়া হ’ব এই নিৰ্দিষ্ট সময়ৰ ভিতৰতে ইয়াক সম্পুৰ্ণ কৰিব লাগিব । এই নিৰ্দিষ্ট সময় সমাপ্ত হ’লে বাকী ৰৈ যোৱা প্ৰশ্ন সমূহৰ উত্তৰ দিব নোৱাৰিব আৰু আপুনি যিমানটা প্ৰশ্নৰ উত্তৰ দিলে তাৰ ওপৰত ভিত্তি কৰি আপোনাক পইণ্ট দিয়া হ’ব । অৱশ্যে Restart অপচনটোত ক্লিক কৰি কুইজ ৰাউণ্ডটো পুনৰ প্ৰথমৰ পৰা খেলিব পাৰিব ।
এই সমাৰ্থক শব্দ বা প্ৰতিশব্দৰ কুইজ ৰাউণ্ডটো শেষ হ’লে ওপৰত নাইবা তলত থকা তৰাৰ চিনকেইটাত ক্লিক কৰি আপোনাৰ অনূভৱ আমাক জনাব পাৰে । কুইজ প্ৰক্ৰিয়াটো ভাল পালে পাঁচ নম্বৰৰ তৰাটোত ক্লিক কৰিব । লগতে এই কুইজ সমূহ তলত বা কাষত থকা Facebook, WhatsApp আদি মাধ্যম সমূহৰ যোগেদি Share কৰিবও পাৰে ।
Play Assamese quiz in Assamese language here. This quiz round is based on Assamese synonyms and meaning of words. Play Assamese quiz online, share on Facebook or WhatsApp, and enjoy.