Rating:
অসমীয়া শব্দ অৰ্থৰ কুইজ তৃতীয় খণ্ড:
এই কুইজ শিতানত সঘনাই ব্যৱহাৰ নোহোৱা অসমীয়া শব্দ সমূহৰ ওপৰত এলানি অসমীয়া শব্দ অৰ্থৰ কুইজ যুগুত কৰা হৈছে ৷ ইয়াৰ সহায়ত প্ৰায়ে ব্যৱহাৰ নকৰা অসমীয়া শব্দ-অৰ্থ সমূহ মনত ৰখাত সহায়ক হ’ব ৷
Assamese synonyms quiz (অসমীয়া শব্দৰ কুইজ):
সঘনে ব্যৱহাৰ নোহোৱা অসমীয়া শব্দ আৰু প্ৰতিশব্দ সমূহ ব্যৱহাৰ কৰি এই অসমীয়া শব্দ অৰ্থৰ ওপৰত আয়োজিত কুইজ শিতানতি প্ৰস্তুত কৰা হৈছে । এই খণ্ডটোত মুঠ ২৫ টা প্ৰশ্ন আছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে চাৰিটাকৈ উত্তৰ দিয়া আছে আৰু তাৰ মাজতে প্ৰশ্নটোৰ উত্তৰটোও আছে । এটা প্ৰশ্নটোৰ বিপৰীতে উত্তৰটোত ক্লিক কৰি পিছৰ প্ৰশ্নটোৰ বাবে Next অপচনটোত ক্লিক কৰিব । এই শব্দ অৰ্থৰ কুইজ ৰাউণ্ডটো সম্পুৰ্ণ কৰিলে এই অসমীয়া শব্দ আৰু সেইসমূহৰ প্ৰতিশব্দ বোৰ মনত ৰখাত যথেষ্ঠ সহায়ক হ’ব ।
এই ৰাউণ্ডটো শেষ কৰিবলৈ আপোনাক চাৰি মিনিট সময় দিয়া হ’ব এই নিৰ্দিষ্ট সময়ৰ ভিতৰতে ইয়াক সম্পুৰ্ণ কৰিব লাগিব । এই নিৰ্দিষ্ট সময় সমাপ্ত হ’লে বাকী ৰৈ যোৱা প্ৰশ্ন সমূহৰ উত্তৰ দিব নোৱাৰিব আৰু আপুনি যিমানটা প্ৰশ্নৰ উত্তৰ দিলে তাৰ ওপৰত ভিত্তি কৰি আপোনাক পইণ্ট দিয়া হ’ব । অৱশ্যে Restart অপচনটোত ক্লিক কৰি কুইজ ৰাউণ্ডটো পুনৰ প্ৰথমৰ পৰা খেলিব পাৰিব ।
এই সমাৰ্থক শব্দ বা প্ৰতিশব্দৰ কুইজ ৰাউণ্ডটো শেষ হ’লে ওপৰত নাইবা তলত থকা তৰাৰ চিনকেইটাত ক্লিক কৰি আপোনাৰ অনূভৱ আমাক জনাব পাৰে । কুইজ প্ৰক্ৰিয়াটো ভাল পালে পাঁচ নম্বৰৰ তৰাটোত ক্লিক কৰিব । লগতে এই কুইজ সমূহ তলত বা কাষত থকা Facebook, WhatsApp আদি মাধ্যম সমূহৰ যোগেদি Share কৰিবও পাৰে ।
Play Assamese quiz in Assamese language here. This quiz round is based on Assamese synonyms and meaning of words. Play Assamese quiz online, share on Facebook or WhatsApp, and enjoy.
লগতে খেলক:
অসমীয়া বিজ্ঞান কুইজ
বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ