অসমীয়া শব্দ অৰ্থৰ কুইজ (চতুৰ্থ ভাগ)

/25
1 votes, 5 avg
4

শব্দ-অৰ্থ

[এই কুইজ ৰাউণ্ডটো পূৰা কৰিবলৈ তিনি মিনিট সময় দিয়া হ’ব]

আৰম্ভ কৰিবলৈ তলৰ Start অত ক্লিক কৰক

tail spin

1 / 25

1. Assamese quiz on flower name

এইপাহ কি ফুল

2 / 25

2. অৰঙে-দৰঙে

3 / 25

3. চৰম

4 / 25

4. বন্যপ্ৰাণী চিকাৰ কৰা লোক

5 / 25

5. আনৰ উন্নতি দেখি দুখী হোৱা লোক

6 / 25

6. পংকজ

7 / 25

7. অতুল

8 / 25

8. তন্দ্ৰা

9 / 25

9. ৰাতিপুৱাৰ উঠি অহা বেলি

10 / 25

10. মহাকাশৰ প্ৰতিশব্দ

11 / 25

11. উচ্চ মানদণ্ডৰ

12 / 25

12. গংগাৰ আন এটা নাম

13 / 25

13. অস্বাভাৱিক আচৰণ কৰা লোক

14 / 25

14. দুই পৰ্ব্বতৰ মাজৰ সমান ঠাই

15 / 25

15. যাৰ সকলো ধন-সম্পত্তি শেষ হৈ গৈছে

16 / 25

16. হিমিকা

17 / 25

17. যাৰ হাত দুখন আঠুলৈকে পৰা

18 / 25

18. বিতচকু

19 / 25

19. উচ্ছিষ্ট

20 / 25

20. খোলা অন্তৰৰ লোক

21 / 25

21. ডেউকাৰ সহায়ত উৰিব পৰা কণী পৰা এবিধ  প্ৰাণী

22 / 25

22. অদ্যপৰিমিত

23 / 25

23. কঠোৰ মনৰ মানুহ

24 / 25

24. পুৰুষে কঁকালত ছুটিকৈ পিন্ধা সৰু কাপোৰৰ টুকুৰা

25 / 25

25. যি নিজৰ চিন্তাতে মগ্ন

Your score is

কুইজ ৰাউণ্ডটো খেলি ভালপালে Facebook, Twitter অৰ যোগেদি আপোনাৰ বন্ধুবৰ্গকো খেলিবলৈ আহ্বান কৰিব পাৰে (Share for care):

Facebook Twitter
0%

অসমীয়া শব্দ অৰ্থৰ কুইজ – খণ্ড ৪:

অসমীয়া শব্দ অৰ্থৰ কুইজ শিতানৰ চতুৰ্থ খণ্ডটিত আগৰ খণ্ডটোৰ দৰেই সঘনাই ব্যৱহাৰ নোহোৱা অসমীয়া শব্দ সমূহৰ ওপৰত ২৫ টা প্ৰশ্নৰ এলানি অসমীয়া শব্দ অৰ্থৰ কুইজ যুগুত কৰা হৈছে ৷ ইয়াৰ সহায়ত এই অসমীয়া শব্দ-অৰ্থ সমূহ মনত ৰখাত সহায়ক হ’ব ৷

শব্দ অৰ্থৰ ওপৰত আধাৰিত অসমীয়া কুইজ:

আগৰ খণ্ডটোৰ দৰেই কিছু সঘনে ব্যৱহাৰ নোহোৱা অসমীয়া শব্দ ব্যৱহাৰ কৰি এই অসমীয়া কুইজ শিতানতি প্ৰস্তুত কৰা হৈছে । এই খণ্ডটোত মুঠ ২৫ টা প্ৰশ্ন আছে আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে চাৰিটাকৈ উত্তৰ দিয়া আছে আৰু তাৰ মাজতে প্ৰশ্নটোৰ উত্তৰটোও আছে । এটা প্ৰশ্নটোৰ বিপৰীতে উত্তৰটোত ক্লিক কৰি পিছৰ প্ৰশ্নটোৰ বাবে Next অপচনটোত ক্লিক কৰিব ।  এই শব্দ অৰ্থৰ কুইজ ৰাউণ্ডটো সম্পুৰ্ণ কৰিলে এই অসমীয়া শব্দ আৰু সেইসমূহৰ প্ৰতিশব্দ বোৰ মনত ৰখাত যথেষ্ঠ সহায়ক হ’ব । ইয়াৰ ওপৰিও এই Assamese Quiz website টোত আপনি সাধাৰণ জ্ঞানৰ কুইজ সমূহো খেলিব পাৰে

এই ৰাউণ্ডটো শেষ কৰিবলৈ আপোনাক ১৮০ ছেকেণ্ড অৰ্থাৎ ৩ মিনিট সময় দিয়া হ’ব আৰু এই নিৰ্দিষ্ট সময়ৰ ভিতৰতে ৰাউণ্ডটো সম্পুৰ্ণ কৰিব লাগিব । এই নিৰ্দিষ্ট সময় সমাপ্ত হ’লে বাকী ৰৈ যোৱা প্ৰশ্ন সমূহৰ উত্তৰ দিব নোৱাৰিব আৰু আপুনি যিমানটা প্ৰশ্নৰ উত্তৰ দিলে তাৰ ওপৰত ভিত্তি কৰি আপোনাক পইণ্ট দিয়া হ’ব । অৱশ্যে Restart অপচনটোত ক্লিক কৰি কুইজ ৰাউণ্ডটো পুনৰ প্ৰথমৰ পৰা খেলিব পাৰিব ।

এই শব্দ অৰ্থৰ কুইজ ৰাউণ্ডটো শেষ হ’লে ওপৰত নাইবা তলত থকা তৰাৰ চিনকেইটাত ক্লিক কৰি আপোনাৰ অনূভৱ আমাক জনাব পাৰে । কুইজ প্ৰক্ৰিয়াটো ভাল পালে পাঁচ নম্বৰৰ তৰাটোত ক্লিক কৰিব । লগতে এই কুইজ সমূহ তলত বা কাষত থকা Facebook, Whats App আদি মাধ্যম সমূহৰ যোগেদি Share কৰিবলৈও অনুৰোধ জনালোঁ ।

লগতে খেলক:

অসমীয়া বিজ্ঞান কুইজ

বৈজ্ঞানিক সঁজুলিৰ নাম আৰু ব্যৱহাৰ

উদ্ভিদ আৰু ফলৰ বৈজ্ঞানিক নাম

বিশ্ব কুইজ

অসমীয়া সমাৰ্থক শব্দৰ কুইজৰ

Rating:

4.75 Votes: 4

Related Quizzes

Leave a comment

Your email address will not be published. Required fields are marked *

 

Share to...